• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, March 23, 2026
22 °c
Guwahati
23 ° Wed
24 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো: কি কয় ৰাশিচক্ৰই

    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শ্বিলং লাজঙক ৩-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি ডুৰাণ্ড কাপৰ ফাইনেলত নৰ্থ-ইষ্ট ইউনাইটেড

Nation NE by Nation NE
August 26, 2024
in Top News, BIG BREAKING, অসম, ক্ৰীড়া
0 0
শ্বিলং লাজঙক ৩-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি ডুৰাণ্ড কাপৰ ফাইনেলত নৰ্থ-ইষ্ট ইউনাইটেড
Share on FacebookShare on TwitterWhatsApp

সোমবাৰে শ্বিলঙৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হোৱা চলিত বৰ্ষৰ ডুৰাণ্ড কাপৰ ছেমিফাইনেলত শ্বিলং লাজঙৰ বিৰুদ্ধে ৩-০ গ’লত জয় লাভ কৰি প্ৰতিযোগিতাখনৰ ফাইনেলত প্ৰৱেশ কৰিছে নৰ্থ-ইষ্ট ইউনাইটেডে।

২০২৩ বৰ্ষৰ এই প্ৰতিযোগিতাখনত নৰ্থ-ইষ্ট ইউনাইটেডে ছেমিফাইনেলত পৰাস্ত হৈ প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হৈছিল। কিন্তু দলটোৱে এইবাৰ যথেষ্ট উন্নতমানৰ প্ৰদৰ্শন আগবঢ়াই ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে।

নৰ্থ-ইষ্ট ইউনাইটেডৰ হৈ প্ৰথমাৰ্ধৰ ১৩ মিনিটত থই সিঙে গ’ল কৰি দলক অগ্ৰগতি প্ৰদান কৰে। ইয়াৰ প্ৰায় ২০ মিনিটৰ পাছত আজাৰাইয়ে গ’ল স্কৰাৰৰ ৰূপত নিজৰ নাম সংযোজন কৰে। প্ৰথম অৱস্থাত অফছাইড বুলি গণ্য কৰা হৈছিল যদিও পিছত ৰেফাৰী ক্রিষ্টাল জনে তেওঁৰ সহায়কৰ সৈতে আলোচনা কৰি এই সিদ্ধান্ত বাতিল কৰি গ’লটোক মান্যতা প্ৰদান কৰে।

মেচখনৰ অন্তিম মুহূৰ্তত বিকল্প খেলুৱৈ হিচাপে খেলপথাৰত অৱতীৰ্ণ হোৱা পাৰ্থীৱ গগৈয়ে নিজৰ দক্ষতাৰে তথা একক প্ৰচেষ্টাৰে তৃতীয়টো গ’ল কৰে আৰু এইদৰে নৰ্থ-ইষ্ট ইউনাইটেডে ঘৰুৱা দল শ্বিলং লাজঙৰ বিৰুদ্ধে ৩-০ গ’লৰ ব্যৱধানত জয়ী হয়।

Tags: Durand CupNEUFCShillong Lajong

Related Posts

ট্ৰাকৰ সৈতে বিমানৰ সংঘৰ্ষৰ ফলত বিমানবন্দৰত ডাঙৰ দুৰ্ঘটনা, আহত কেইবাজনো লোক
Top News

March 23, 2026
ইজৰাইল-আমেৰিকা-ইৰাণ যুদ্ধ কিমান দিনলৈ চলিব?  তীব্ৰভাৱে বৃদ্ধি তেলৰ মূল্য
Top News

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ! হৰমুজ জলদ্বীপত প্ৰায় ২০ লাখ ডলাৰৰ টোল আৰোপ ইৰাণৰ

March 23, 2026
এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি
Top News

এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

March 23, 2026
ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন
Top News

ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

March 23, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 23, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 23, 2026

শীৰ্ষ সংবাদ

ট্ৰাকৰ সৈতে বিমানৰ সংঘৰ্ষৰ ফলত বিমানবন্দৰত ডাঙৰ দুৰ্ঘটনা, আহত কেইবাজনো লোক

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ! হৰমুজ জলদ্বীপত প্ৰায় ২০ লাখ ডলাৰৰ টোল আৰোপ ইৰাণৰ

এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025