• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, October 24, 2025
25 °c
Guwahati
25 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ধনৰ অভাৱত তিনি বছৰ খাইছিল মেগী… হাৰ্দিক-ক্ৰুনালৰ বহু অজান কথা ক’লে নীতা আম্বানীয়ে

Nation NE by Nation NE
February 18, 2025
in Top News, ক্ৰীড়া
0 0
ধনৰ অভাৱত তিনি বছৰ খাইছিল মেগী… হাৰ্দিক-ক্ৰুনালৰ বহু অজান কথা ক’লে নীতা আম্বানীয়ে
Share on FacebookShare on TwitterWhatsApp

মানুহৰ একাগ্ৰতা, কষ্ট, দায়বদ্ধতা আৰু ত্যাগ, এই শব্দ কেইটাৰ লগত যাৰ নিবিড়তা আছে, যি জনে অন্তঃকৰণেৰে হৃদয়ংগম কৰিব পাৰিছে, জীৱন যুঁজখনত সাহসেৰে আগবাঢ়িবলৈ শিকিছে তেওঁৰ বাবে সকলোৱেই সম্ভব। দৰিদ্ৰতা বা অৰ্থ তেওঁৰ বাবে সমস্যা মুঠেই নহয়। এই কথাকেই প্ৰমাণ কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ দুই তাৰকা ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়া আৰু ক্ৰুনাল পাণ্ডিয়াই।

হাৰ্দিক আৰু ক্ৰুনালে নিজৰ ভোক নিবাৰণৰ বাবে তিনিবছৰ খাইছিল কেৱল মেগী। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ বাৰ্ষিক ভাৰত সন্মিলনত অংশ লৈ এই কথা ৰাজহুৱা কৰিছে মুম্বাই ইণ্ডিয়ানছৰ স্বত্তাধিকাৰী নীতা আম্বানীয়ে।

তেওঁ কয়, ‘এদিন আমাৰ কেম্পত দুজন ক্ষীণকায় ল’ৰা আহিছিল। মই তেওঁলোকৰ লগত কথা পাতিছিলো। ল’ৰা দুজনে কয় যে তেওঁলোকে তিনি বছৰৰ পৰা মেগী আৰু নুডলছৰ বাহিৰে আন একো খাদ্য গ্ৰহণ কৰা নাই, কাৰণ তেওঁলোকৰ ধনৰ অভাৱ। কিবা ডাঙৰ কৰি দেখুৱাবলৈ তেওঁলোকৰ মাজত থকা আবেগ, উৎসাহ আৰু ক্ষুধা দেখিছিলো৷ সেই দুই ভাতৃ আছিল হাৰ্দিক পাণ্ডিয়া আৰু ক্ৰুনাল পাণ্ডিয়া। ২০১৫ চনত মই হাৰ্দিক পাণ্ডিয়াক নিলামত ৮.৫০ লাখ টকাত ক্ৰয় কৰিছিলো আৰু আজি তেওঁ মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক।’

২০১৫ চনত মুম্বাইৰ ইণ্ডিয়ানছৰ হৈ খেলা হাৰ্দিক পাণ্ডিয়াই ২০১৬ চনত ভাৰতীয় দলত সুযোগ পাইছিল। তেওঁৰ ভাতৃ ক্ৰুনাল পাণ্ডিয়াৰ ২০১৮ চনত টি-২০ আৰু ২০২১ চনত এদিনীয়া দলত অভিষেক ঘটিছিল।

উল্লেখ্য যে, সৰ্বাধিকবাৰ অৰ্থাত পাঁচবাৰ আই পি এলৰ খিতাপ দখল কৰিছে মুম্বাই ইণ্ডিয়ানছে। দলটোৱে ২০১৩, ২০১৫, ২০১৭, ২০১৯ আৰু ২০২০ চনত খিতাপ জয় কৰিছিল। কেৱল এয়াই নহয় ২০১১ আৰু ২০১৩ চনত অৰ্থাত দুবাৰ চেম্পিয়নছ লীগ টি-২০ৰ খিতাপো দখল কৰিছিল।

ইতিমধ্যে আই পি এলৰ আগন্তুক ছিজনৰ সূচী প্ৰকাশ পাইছে। ২৩ মাৰ্চত দলটোৱে ছিজনৰ প্ৰথমখন মেচ খেলিব। দলক নেতৃত্ব প্ৰদান কৰিব হাৰ্দিক পাণ্ডিয়াই।

Tags: Hardik PandyaIPLKrunal PandyaMumbai IndiansNita Ambani

Related Posts

ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?
Top News

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

October 24, 2025
মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…
Top News

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

October 24, 2025
জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?
Top News

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

October 24, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

October 24, 2025
বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি
Top News

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

October 24, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 24, 2025

শীৰ্ষ সংবাদ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025