• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ধনৰ অভাৱত তিনি বছৰ খাইছিল মেগী… হাৰ্দিক-ক্ৰুনালৰ বহু অজান কথা ক’লে নীতা আম্বানীয়ে

Nation NE by Nation NE
February 18, 2025
in Top News, ক্ৰীড়া
0 0
ধনৰ অভাৱত তিনি বছৰ খাইছিল মেগী… হাৰ্দিক-ক্ৰুনালৰ বহু অজান কথা ক’লে নীতা আম্বানীয়ে
Share on FacebookShare on TwitterWhatsApp

মানুহৰ একাগ্ৰতা, কষ্ট, দায়বদ্ধতা আৰু ত্যাগ, এই শব্দ কেইটাৰ লগত যাৰ নিবিড়তা আছে, যি জনে অন্তঃকৰণেৰে হৃদয়ংগম কৰিব পাৰিছে, জীৱন যুঁজখনত সাহসেৰে আগবাঢ়িবলৈ শিকিছে তেওঁৰ বাবে সকলোৱেই সম্ভব। দৰিদ্ৰতা বা অৰ্থ তেওঁৰ বাবে সমস্যা মুঠেই নহয়। এই কথাকেই প্ৰমাণ কৰিছে ভাৰতীয় ক্ৰিকেট দলৰ দুই তাৰকা ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়া আৰু ক্ৰুনাল পাণ্ডিয়াই।

হাৰ্দিক আৰু ক্ৰুনালে নিজৰ ভোক নিবাৰণৰ বাবে তিনিবছৰ খাইছিল কেৱল মেগী। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ বাৰ্ষিক ভাৰত সন্মিলনত অংশ লৈ এই কথা ৰাজহুৱা কৰিছে মুম্বাই ইণ্ডিয়ানছৰ স্বত্তাধিকাৰী নীতা আম্বানীয়ে।

তেওঁ কয়, ‘এদিন আমাৰ কেম্পত দুজন ক্ষীণকায় ল’ৰা আহিছিল। মই তেওঁলোকৰ লগত কথা পাতিছিলো। ল’ৰা দুজনে কয় যে তেওঁলোকে তিনি বছৰৰ পৰা মেগী আৰু নুডলছৰ বাহিৰে আন একো খাদ্য গ্ৰহণ কৰা নাই, কাৰণ তেওঁলোকৰ ধনৰ অভাৱ। কিবা ডাঙৰ কৰি দেখুৱাবলৈ তেওঁলোকৰ মাজত থকা আবেগ, উৎসাহ আৰু ক্ষুধা দেখিছিলো৷ সেই দুই ভাতৃ আছিল হাৰ্দিক পাণ্ডিয়া আৰু ক্ৰুনাল পাণ্ডিয়া। ২০১৫ চনত মই হাৰ্দিক পাণ্ডিয়াক নিলামত ৮.৫০ লাখ টকাত ক্ৰয় কৰিছিলো আৰু আজি তেওঁ মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক।’

২০১৫ চনত মুম্বাইৰ ইণ্ডিয়ানছৰ হৈ খেলা হাৰ্দিক পাণ্ডিয়াই ২০১৬ চনত ভাৰতীয় দলত সুযোগ পাইছিল। তেওঁৰ ভাতৃ ক্ৰুনাল পাণ্ডিয়াৰ ২০১৮ চনত টি-২০ আৰু ২০২১ চনত এদিনীয়া দলত অভিষেক ঘটিছিল।

উল্লেখ্য যে, সৰ্বাধিকবাৰ অৰ্থাত পাঁচবাৰ আই পি এলৰ খিতাপ দখল কৰিছে মুম্বাই ইণ্ডিয়ানছে। দলটোৱে ২০১৩, ২০১৫, ২০১৭, ২০১৯ আৰু ২০২০ চনত খিতাপ জয় কৰিছিল। কেৱল এয়াই নহয় ২০১১ আৰু ২০১৩ চনত অৰ্থাত দুবাৰ চেম্পিয়নছ লীগ টি-২০ৰ খিতাপো দখল কৰিছিল।

ইতিমধ্যে আই পি এলৰ আগন্তুক ছিজনৰ সূচী প্ৰকাশ পাইছে। ২৩ মাৰ্চত দলটোৱে ছিজনৰ প্ৰথমখন মেচ খেলিব। দলক নেতৃত্ব প্ৰদান কৰিব হাৰ্দিক পাণ্ডিয়াই।

Tags: Hardik PandyaIPLKrunal PandyaMumbai IndiansNita Ambani

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025