• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 4, 2026
25 °c
Guwahati
26 ° Tue
25 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

প্ৰথম ভাৰতীয়… মেলব’ৰ্নত শতক অৰ্জনেৰে ইতিহাস ৰচিলে নীতিশ ৰেড্ডীয়ে

Nation NE by Nation NE
December 28, 2024
in Top News, ক্ৰীড়া
0 0
প্ৰথম ভাৰতীয়… মেলব’ৰ্নত শতক অৰ্জনেৰে ইতিহাস ৰচিলে নীতিশ ৰেড্ডীয়ে
Share on FacebookShare on TwitterWhatsApp

মেলব’ৰ্নত ভাৰত অষ্ট্ৰেলিয়াৰ মাজত চলি থকা ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ চতুৰ্থখন টেষ্টত এক ঐতিহাসিক কৃতিত্ব অৰ্জন কৰিছে নীতিশ ৰেড্ডীয়ে। মেচখনৰ তৃতীয় দিনা আঠ নম্বৰত বেটিং কৰিবলৈ অহা নীতিশ ৰেড্ডীয়ে শতক অৰ্জন কৰি বিশেষ অভিলেখ গঢ়িবলৈ সক্ষম হয়।

আঠ নম্বৰত বেটিং কৰিবলৈ আহি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অষ্ট্ৰেলিয়াত শতক তথা সৰ্বাধিক ৰানৰ ইনিংছ খেলা প্ৰথমগৰাকী ক্ৰিকেটাৰ নীতিশ ৰেড্ডী। ইয়াৰ পূৰ্বে এই অভিলেখ আছিল অনিল কুম্বলেৰ নামত। কুম্বলেই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ৮৭ ৰানৰ ইনিংছ খেলিছিল।

নীতিশ ৰেড্ডীয়ে ১৭১টা বলত ১০টা চাৰি আৰু এটা ছয়ৰ সহায়ত নিজৰ শতক সম্পূৰ্ণ কৰে।

ইফালে চলিত ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ভাৰতৰ হৈ শতক অৰ্জন কৰা নীতিশ ৰেড্ডী তৃতীয়গৰাকী ক্ৰিকেটাৰ। ইয়াৰ পূৰ্বে যশস্বী জয়ছোৱাল আৰু বিৰাট কোহলীয়ে চলিত শৃংখলাত ভাৰতৰ হৈ শতক অৰ্জন কৰিছে।

উল্লেখ্য যে, মেচখনৰ তৃতীয় দিনা ভাৰতে ২২১ ৰানত সপ্তমটো উইকেট হেৰুওৱাৰ পিছত ক্ৰিজত প্ৰৱেশ কৰিছিল নীতিশ ৰেড্ডীয়ে। অষ্ট্ৰেলিয়াৰ বিশাল স্ক’ৰৰ বিপৰীতে ভাৰতে মাত্ৰ ২২১ ৰানতে সপ্তমটো উইকেট হেৰুৱাই সংকটত পৰিছিল। কিন্তু নীতিশ আৰু ৱাশ্বিংটন সুন্দৰৰ সাহসী আৰু ধৈৰ্যশীল বেটিঙৰ বাবে কিছু সন্মানজনক স্থিতিত উপনীত হয় ভাৰত।

দুয়োজনে অষ্টম উইকেটৰ যুটীত ১২৭ ৰানৰ অৰহিনা আগবঢ়ায়। অষ্টমটো উইকেট পতনৰ সময়ত ভাৰতে সংগ্ৰহ কৰিছিল ৩৪৮ ৰান। তৃতীয় দিনাৰ খেল অন্ত পৰাৰ সময়ত ভাৰতে ৯ উইকেটৰ বিনিময়ত ৩৫৮ ৰান সংগ্ৰহ কৰিছে। নীতিশ কুমাৰ ৰেড্ডীয়ে ১০৫ ৰান আৰু মহম্মদ ছিৰাজে ২ ৰানত অপৰাজিত হৈ থাকে। সম্প্ৰতি অষ্ট্ৰেলিয়াতকৈ ১১৬ ৰানত পিছ পৰি আছে ভাৰত। অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত সংগ্ৰহ কৰিছিল ৪৭৪ ৰান।

Tags: Border-Gavaskar TrophyIndia vs AustraliaNitish Kumar Reddy

Related Posts

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?
Top News

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

May 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 4, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026

শীৰ্ষ সংবাদ

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025