• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, October 23, 2025
25 °c
Guwahati
25 ° Fri
25 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নিৰ্মলা সীতৰমণ নহয় এইগৰাকীহে আছিল দেশৰ প্ৰথম মহিলা বিত্ত মন্ত্ৰী

Nation NE by Nation NE
January 4, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
নিৰ্মলা সীতৰমণ নহয় এইগৰাকীহে আছিল দেশৰ প্ৰথম মহিলা বিত্ত মন্ত্ৰী

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

২০২৫ বৰ্ষৰ বাজেটৰ বাবে মাজত আৰু কেইটামান দিন বাকী। এইবাৰৰ বাজেট বহু দিশত বিশেষ হ’ব বুলি গণ্য কৰা হৈছে। বিশেষকৈ ক্ষুদ্ৰ বিনিয়োগকাৰী আৰু সাধাৰণ মানুহৰ বাবে। আচলতে এই বাজেট হ’ব মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ দ্বিতীয়খন পূৰ্ণাংগ বাজেট। বৰ্তমানৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব এই বাজেট।

বিত্তমন্ত্ৰী হিচাপে নিৰ্মলা সীতাৰমনৰ এইখন হ’ব অষ্টম বাজেট। কিন্তু, বিত্তমন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে দেশৰ আগত বাজেট দাখিল কৰা মহিলাগৰাকীৰ বিষয়ে জানেনে। ইয়াৰ বিষয়ে বিতংভাৱে জানো আহক।

দেশৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী

দেশৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী আছিল ইন্দিৰা গান্ধী। এইটো ১৯৬৯ চনৰ কথা। এই সময়ত দেশত ইন্দিৰা গান্ধীৰ চৰকাৰ আছিল আৰু তেতিয়াৰ উপ-প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ লগত বিত্ত মন্ত্ৰালয় আছিল। কিন্তু, যেতিয়া মোৰাৰজী দেশাইয়ে ইন্দিৰা গান্ধীৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল, তেতিয়া ১৯৬৯ চনৰ ১২ নৱেম্বৰত কংগ্ৰেছ দলে তেওঁক দলৰ পৰা বহিষ্কাৰ কৰিছিল।

মোৰাৰজী দেশাইৰ বিদায়ৰ পিছত বিত্তমন্ত্ৰীৰ পদ খালী হৈ পৰে। তিনিমাহৰ পিছত দেশৰ বাজেট দাখিল কৰিব লাগিছিল, এনে পৰিস্থিতিত দলটোৱে নতুন মুখ এখনক বিশ্বাস কৰাটো সঠিক বুলি নাভাবিলে।

ইন্দিৰা গান্ধীয়ে প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়তে বিত্ত মন্ত্ৰালয়ো নিজৰ লগত ৰাখিছিল। তাৰ পিছত ১৯৭০ চনৰ ২৮ ফেব্ৰুৱাৰীৰ তাৰিখ, য’ত এগৰাকী মহিলাই সংসদত দেশৰ বাজেট দাখিল কৰিছিল। ইন্দিৰা গান্ধীয়ে প্ৰথম আৰু শেষবাৰৰ বাবে বাজেট দাখিল কৰিছিল, যিটো ইতিহাসত লিপিবদ্ধ হৈ ৰয়। ইন্দিৰা গান্ধীৰ পিছত পূৰ্ণকালীন মহিলা বিত্তমন্ত্ৰী হোৱা প্ৰথমগৰাকী মহিলা নিৰ্মলা সীতাৰমণ।

১৯৭০ চনৰ ২৮ ফেব্ৰুৱাৰীত সন্ধিয়া ৫ বজাত যেতিয়া ইন্দিৰা গান্ধীয়ে বাজেট দাখিল কৰিবলৈ সংসদত প্ৰৱেশ কৰিছিল, তেতিয়া কংগ্ৰেছৰ সাংসদসকলে তেওঁক হাতচাপৰিৰে আদৰণি জনাইছিল। বাজেট পঢ়িবলৈ আৰম্ভ কৰি হঠাতে তেওঁ ৰৈ গৈছিল আৰু কৈছিল ক্ষমা কৰিব। এই কথা কোৱাৰ লগে লগে সদনত নিস্তব্ধতা পৰে। মানুহে ভাবিছিল ইন্দিৰা গান্ধীয়ে কিয় ক্ষমা বিচাৰিলে।

অৱশ্যে কেইছেকেণ্ডমানৰ পাছত ইন্দিৰা গান্ধীয়ে হাঁহি এটা মাৰি ক’লে, ‘ক্ষমা কৰিব, এইবাৰ মই চিগাৰেট খোৱা লোকৰ পকেটত বোজা দিম।’ আচলতে ইন্দিৰা গান্ধীয়ে সাধাৰণ বাজেটত ৰাজহ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছিল। অৰ্থাৎ চিগাৰেটত কৰ প্ৰায় ৭ গুণ বৃদ্ধি কৰিছিল। যি কৰ পূৰ্বে ৩% আছিল সেয়া ২২% লৈ বৃদ্ধি কৰা হৈছিল।

Tags: finance ministerIndira GandhiNirmala Sitharaman

Related Posts

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…
Top News

October 23, 2025
INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
Top News

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

October 23, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 23, 2025
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

October 22, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

October 22, 2025

শীৰ্ষ সংবাদ

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025