• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নিৰ্মলা সীতৰমণ নহয় এইগৰাকীহে আছিল দেশৰ প্ৰথম মহিলা বিত্ত মন্ত্ৰী

Nation NE by Nation NE
January 4, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
নিৰ্মলা সীতৰমণ নহয় এইগৰাকীহে আছিল দেশৰ প্ৰথম মহিলা বিত্ত মন্ত্ৰী

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

২০২৫ বৰ্ষৰ বাজেটৰ বাবে মাজত আৰু কেইটামান দিন বাকী। এইবাৰৰ বাজেট বহু দিশত বিশেষ হ’ব বুলি গণ্য কৰা হৈছে। বিশেষকৈ ক্ষুদ্ৰ বিনিয়োগকাৰী আৰু সাধাৰণ মানুহৰ বাবে। আচলতে এই বাজেট হ’ব মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ দ্বিতীয়খন পূৰ্ণাংগ বাজেট। বৰ্তমানৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব এই বাজেট।

বিত্তমন্ত্ৰী হিচাপে নিৰ্মলা সীতাৰমনৰ এইখন হ’ব অষ্টম বাজেট। কিন্তু, বিত্তমন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে দেশৰ আগত বাজেট দাখিল কৰা মহিলাগৰাকীৰ বিষয়ে জানেনে। ইয়াৰ বিষয়ে বিতংভাৱে জানো আহক।

দেশৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী

দেশৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী আছিল ইন্দিৰা গান্ধী। এইটো ১৯৬৯ চনৰ কথা। এই সময়ত দেশত ইন্দিৰা গান্ধীৰ চৰকাৰ আছিল আৰু তেতিয়াৰ উপ-প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ লগত বিত্ত মন্ত্ৰালয় আছিল। কিন্তু, যেতিয়া মোৰাৰজী দেশাইয়ে ইন্দিৰা গান্ধীৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল, তেতিয়া ১৯৬৯ চনৰ ১২ নৱেম্বৰত কংগ্ৰেছ দলে তেওঁক দলৰ পৰা বহিষ্কাৰ কৰিছিল।

মোৰাৰজী দেশাইৰ বিদায়ৰ পিছত বিত্তমন্ত্ৰীৰ পদ খালী হৈ পৰে। তিনিমাহৰ পিছত দেশৰ বাজেট দাখিল কৰিব লাগিছিল, এনে পৰিস্থিতিত দলটোৱে নতুন মুখ এখনক বিশ্বাস কৰাটো সঠিক বুলি নাভাবিলে।

ইন্দিৰা গান্ধীয়ে প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়তে বিত্ত মন্ত্ৰালয়ো নিজৰ লগত ৰাখিছিল। তাৰ পিছত ১৯৭০ চনৰ ২৮ ফেব্ৰুৱাৰীৰ তাৰিখ, য’ত এগৰাকী মহিলাই সংসদত দেশৰ বাজেট দাখিল কৰিছিল। ইন্দিৰা গান্ধীয়ে প্ৰথম আৰু শেষবাৰৰ বাবে বাজেট দাখিল কৰিছিল, যিটো ইতিহাসত লিপিবদ্ধ হৈ ৰয়। ইন্দিৰা গান্ধীৰ পিছত পূৰ্ণকালীন মহিলা বিত্তমন্ত্ৰী হোৱা প্ৰথমগৰাকী মহিলা নিৰ্মলা সীতাৰমণ।

১৯৭০ চনৰ ২৮ ফেব্ৰুৱাৰীত সন্ধিয়া ৫ বজাত যেতিয়া ইন্দিৰা গান্ধীয়ে বাজেট দাখিল কৰিবলৈ সংসদত প্ৰৱেশ কৰিছিল, তেতিয়া কংগ্ৰেছৰ সাংসদসকলে তেওঁক হাতচাপৰিৰে আদৰণি জনাইছিল। বাজেট পঢ়িবলৈ আৰম্ভ কৰি হঠাতে তেওঁ ৰৈ গৈছিল আৰু কৈছিল ক্ষমা কৰিব। এই কথা কোৱাৰ লগে লগে সদনত নিস্তব্ধতা পৰে। মানুহে ভাবিছিল ইন্দিৰা গান্ধীয়ে কিয় ক্ষমা বিচাৰিলে।

অৱশ্যে কেইছেকেণ্ডমানৰ পাছত ইন্দিৰা গান্ধীয়ে হাঁহি এটা মাৰি ক’লে, ‘ক্ষমা কৰিব, এইবাৰ মই চিগাৰেট খোৱা লোকৰ পকেটত বোজা দিম।’ আচলতে ইন্দিৰা গান্ধীয়ে সাধাৰণ বাজেটত ৰাজহ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছিল। অৰ্থাৎ চিগাৰেটত কৰ প্ৰায় ৭ গুণ বৃদ্ধি কৰিছিল। যি কৰ পূৰ্বে ৩% আছিল সেয়া ২২% লৈ বৃদ্ধি কৰা হৈছিল।

Tags: finance ministerIndira GandhiNirmala Sitharaman

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025