• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, October 24, 2025
25 °c
Guwahati
25 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শুকাবলৈ লৈছে পাকিস্তান! উপগ্ৰহৰ ছবিত দেখা গ’ল ভাৰতৰ জল আক্ৰমণৰ প্ৰভাৱ

Nation NE by Nation NE
May 1, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
শুকাবলৈ লৈছে পাকিস্তান! উপগ্ৰহৰ ছবিত দেখা গ’ল ভাৰতৰ জল আক্ৰমণৰ প্ৰভাৱ
Share on FacebookShare on TwitterWhatsApp

পুলৱামা আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কেইবাটাও কৌশলগত পদক্ষেপ গ্ৰহণ কৰিছে, য’ত সিন্ধু জল সন্ধি স্থগিত ৰখা হৈছে। উপগ্ৰহৰ ছবিৰ পৰা দেখা গৈছে যে, ছিয়ালকোটৰ সমীপৰ চেনাব নদীৰ সোঁত কমি গৈছে। ইয়াৰ ফলত পাকিস্তানৰ উদ্বেগ বাঢ়িছে আৰু যুদ্ধৰ আশংকাও প্ৰকাশ কৰা হৈছে।

পেহেলগাম আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কেইবাটাও কৌশলগত পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ পিছত ভাৰতে যুদ্ধ আৰম্ভ নকৰাকৈয়ে ভাৰতৰ সন্মুখত নতশিৰ কৰিছে পাকিস্তানে। ভাৰতে লোৱা পদক্ষেপসমূহৰ ভিতৰত আছে সিন্ধু সন্ধি স্থগিত ৰখা, যাৰ প্ৰভাৱ উপগ্ৰহৰ ফুটেজত স্পষ্টভাৱে দেখা যায়। উপগ্ৰহৰ ছবিত প্ৰকাশ পাইছে যে, সিন্ধু জল সন্ধি স্থগিত ৰখাৰ পিছত এতিয়া ছিয়ালকোটৰ সমীপৰ চেনাব নদী শুকাই গৈছে।

এইটো পাকিস্তানৰ বাবে অতি চিন্তনীয় বিষয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, পেহেলগাম আক্ৰমণৰ দোষীক তেওঁলোকে কল্পনা কৰাতকৈও ডাঙৰ শাস্তি প্ৰদান কৰা হ’ব। এই বক্তব্যৰ পাছতে পাকিস্তানত ভয়ৰ পৰিৱেশে বিৰাজ কৰিছে আৰু পাকৰ বিষয়াসকলে ভাৰতৰ প্রতিশোধমূলক কার্য কিমান বিপজ্জনক হ’ব সেয়া অনুমান কৰি দিনে নিশাই কাম কৰি আছে৷

ছিয়ালকোট অঞ্চলত যদি চেনাব নদী সম্পূৰ্ণৰূপে শুকাই যায়, তেন্তে ইয়াৰ কৃষি আৰু তাত থকা স্থানীয় জনসাধাৰণৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰিব পাৰে। ইয়াৰ ফলত দুয়োখন দেশৰ সম্পৰ্কতো অধিক হেঁচা পৰিব বুলি অনুমান কৰা হৈছে।ইতিমধ্যে কেইবাজনো পাকিস্তানী নেতাই ভাৰতে পানী বন্ধ কৰাটো যুদ্ধৰ আৰম্ভণি হিচাপে গণ্য কৰা হ’ব বুলি ইতিমধ্যে কৈছে।

কেৱল কৌশলগতভাৱেই নহয়, ভাৰত চৰকাৰৰ এই কাৰ্য্যই যেন সামৰিক কাৰ্য্যৰ বাবেও সম্পূৰ্ণৰূপে সাজু হৈছে। পেহেলগাম আক্ৰমণৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে নিৰাপত্তাৰক্ষী আৰু মন্ত্ৰীসকলৰ সৈতে কেইবাবাৰো বৈঠকত মিলিত হয়, তাৰ পিছত ভাৰতীয় সেনাক মুক্ত হাত প্ৰদান কৰে। মুক্ত হাত দিয়াৰ অৰ্থ হ’ল ভাৰত চৰকাৰৰ অনুমতি অবিহনে ভাৰতীয় সেনাই তৎক্ষণাত যিকোনো সামৰিক ব্যৱস্থা ল’ব পাৰে।

ইতিমধ্যে উত্তেজিত পৰিৱেশটোক আৰু অধিক তীব্ৰতৰ নকৰা সমাধানৰ আশাত আন্তঃৰাষ্ট্ৰীয় সমাজে এই পৰিস্থিতিসমূহ ক্ৰমাৎ উদ্বেগেৰে চাই আছে। ইয়াৰ বাবে ইৰাণ আৰু আমেৰিকাৰ দৰে দেশে দুয়োপক্ষকে সংযম কৰিবলৈ অনুৰোধ জনাইছে।

Tags: induskashmirpahalgamPakistan

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 24, 2025
ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

October 23, 2025
INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
Top News

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

October 23, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 23, 2025
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

October 22, 2025

শীৰ্ষ সংবাদ

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025