• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শুকাবলৈ লৈছে পাকিস্তান! উপগ্ৰহৰ ছবিত দেখা গ’ল ভাৰতৰ জল আক্ৰমণৰ প্ৰভাৱ

Nation NE by Nation NE
May 1, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
শুকাবলৈ লৈছে পাকিস্তান! উপগ্ৰহৰ ছবিত দেখা গ’ল ভাৰতৰ জল আক্ৰমণৰ প্ৰভাৱ
Share on FacebookShare on TwitterWhatsApp

পুলৱামা আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কেইবাটাও কৌশলগত পদক্ষেপ গ্ৰহণ কৰিছে, য’ত সিন্ধু জল সন্ধি স্থগিত ৰখা হৈছে। উপগ্ৰহৰ ছবিৰ পৰা দেখা গৈছে যে, ছিয়ালকোটৰ সমীপৰ চেনাব নদীৰ সোঁত কমি গৈছে। ইয়াৰ ফলত পাকিস্তানৰ উদ্বেগ বাঢ়িছে আৰু যুদ্ধৰ আশংকাও প্ৰকাশ কৰা হৈছে।

পেহেলগাম আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কেইবাটাও কৌশলগত পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ পিছত ভাৰতে যুদ্ধ আৰম্ভ নকৰাকৈয়ে ভাৰতৰ সন্মুখত নতশিৰ কৰিছে পাকিস্তানে। ভাৰতে লোৱা পদক্ষেপসমূহৰ ভিতৰত আছে সিন্ধু সন্ধি স্থগিত ৰখা, যাৰ প্ৰভাৱ উপগ্ৰহৰ ফুটেজত স্পষ্টভাৱে দেখা যায়। উপগ্ৰহৰ ছবিত প্ৰকাশ পাইছে যে, সিন্ধু জল সন্ধি স্থগিত ৰখাৰ পিছত এতিয়া ছিয়ালকোটৰ সমীপৰ চেনাব নদী শুকাই গৈছে।

এইটো পাকিস্তানৰ বাবে অতি চিন্তনীয় বিষয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, পেহেলগাম আক্ৰমণৰ দোষীক তেওঁলোকে কল্পনা কৰাতকৈও ডাঙৰ শাস্তি প্ৰদান কৰা হ’ব। এই বক্তব্যৰ পাছতে পাকিস্তানত ভয়ৰ পৰিৱেশে বিৰাজ কৰিছে আৰু পাকৰ বিষয়াসকলে ভাৰতৰ প্রতিশোধমূলক কার্য কিমান বিপজ্জনক হ’ব সেয়া অনুমান কৰি দিনে নিশাই কাম কৰি আছে৷

ছিয়ালকোট অঞ্চলত যদি চেনাব নদী সম্পূৰ্ণৰূপে শুকাই যায়, তেন্তে ইয়াৰ কৃষি আৰু তাত থকা স্থানীয় জনসাধাৰণৰ ওপৰত গুৰুতৰ প্ৰভাৱ পৰিব পাৰে। ইয়াৰ ফলত দুয়োখন দেশৰ সম্পৰ্কতো অধিক হেঁচা পৰিব বুলি অনুমান কৰা হৈছে।ইতিমধ্যে কেইবাজনো পাকিস্তানী নেতাই ভাৰতে পানী বন্ধ কৰাটো যুদ্ধৰ আৰম্ভণি হিচাপে গণ্য কৰা হ’ব বুলি ইতিমধ্যে কৈছে।

কেৱল কৌশলগতভাৱেই নহয়, ভাৰত চৰকাৰৰ এই কাৰ্য্যই যেন সামৰিক কাৰ্য্যৰ বাবেও সম্পূৰ্ণৰূপে সাজু হৈছে। পেহেলগাম আক্ৰমণৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে নিৰাপত্তাৰক্ষী আৰু মন্ত্ৰীসকলৰ সৈতে কেইবাবাৰো বৈঠকত মিলিত হয়, তাৰ পিছত ভাৰতীয় সেনাক মুক্ত হাত প্ৰদান কৰে। মুক্ত হাত দিয়াৰ অৰ্থ হ’ল ভাৰত চৰকাৰৰ অনুমতি অবিহনে ভাৰতীয় সেনাই তৎক্ষণাত যিকোনো সামৰিক ব্যৱস্থা ল’ব পাৰে।

ইতিমধ্যে উত্তেজিত পৰিৱেশটোক আৰু অধিক তীব্ৰতৰ নকৰা সমাধানৰ আশাত আন্তঃৰাষ্ট্ৰীয় সমাজে এই পৰিস্থিতিসমূহ ক্ৰমাৎ উদ্বেগেৰে চাই আছে। ইয়াৰ বাবে ইৰাণ আৰু আমেৰিকাৰ দৰে দেশে দুয়োপক্ষকে সংযম কৰিবলৈ অনুৰোধ জনাইছে।

Tags: induskashmirpahalgamPakistan

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025