• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, June 10, 2025
31 °c
Guwahati
32 ° Wed
31 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    গংগাৰ তীৰত উদ্ধাৰ ৰশ্মিতা হোজাইৰ মৃতদেহ; তদন্ত বিচাৰি অমিত শ্বাহলৈ স্মাৰক পত্ৰ দল-সংগঠনৰ

    গংগাৰ তীৰত উদ্ধাৰ ৰশ্মিতা হোজাইৰ মৃতদেহ; তদন্ত বিচাৰি অমিত শ্বাহলৈ স্মাৰক পত্ৰ দল-সংগঠনৰ

    তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে জানো আহক…

    তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে জানো আহক…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আপোনাৰ আজিৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    ঈদ-উজ-জোহাৰ সময়তে ৰাজ্যৰ ভিন্ন স্থানত উদ্ধাৰ অবৈধ…

    নিষিদ্ধ মাংসক কেন্দ্ৰ কৰি উত্তাল হোজাই; পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠি চালনা

    নিষিদ্ধ মাংসক কেন্দ্ৰ কৰি উত্তাল হোজাই; পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লাঠি চালনা

    অশান্তজৰ্জৰ মণিপুৰত নিয়োগ কৰা হ’ব অতিৰিক্ত ৫০০০ জোৱান

    পুনৰ অশান্ত মণিপুৰ! পাঁচখন জিলাত ইণ্টাৰনেট সেৱা কৰ্তন

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ব্যৱসায়ী-শিক্ষাৰ্থীৰ বাবে আজিৰ দিনটো কেনে যাব? জানিবলৈ পঢ়ক ৰাশিফল

    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      পাকিস্তানে খেল খেলিছে! বাংলাদেশ হ’ব নেকি ইছলামিক দেশ?

      Nation NE by Nation NE
      June 10, 2025
      in Top News, আন্তঃ ৰাষ্ট্ৰীয়
      0 0
      পাকিস্তানে খেল খেলিছে! বাংলাদেশ হ’ব নেকি ইছলামিক দেশ?
      Share on FacebookShare on TwitterWhatsApp

      ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশে আগন্তুক কেইসপ্তাহমানৰ ভিতৰত এক বৃহৎ ৰাজনৈতিক পৰিৱৰ্তন সাক্ষী হ’ব পাৰে। বাংলাদেশৰ বিখ্যাত সাহিত্যিক তথা সাংবাদিক চালাহুদ্দিন শ্বোৱেইব চৌধুৰীয়ে লিখা এটা প্ৰবন্ধ অনুসৰি, জুলাই মাহৰ শেষৰ ফালে মহম্মদ ইউনুছে নিজকে দেশৰ সৰ্বোচ্চ নেতা বুলি ঘোষণা কৰিব পাৰে, যাৰ বাবে তেওঁ বৰ্তমানৰ বাংলাদেশৰ সংবিধান বিলুপ্ত কৰাৰ পৰিকল্পনা কৰিছে।

      দেশৰ বৰ্তমানৰ গণতান্ত্ৰিক ব্যৱস্থাৰ অন্ত পেলাই এখন বিপ্লৱী চৰকাৰ গঠন কৰা, য’ত সেনা, প্ৰশাসন আৰু ন্যায়পালিক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব, ইউনুছৰ উদ্দেশ্য। শ্বোৱেইব চৌধুৰীৰ দাবী অনুসৰি, ইউনুছৰ ওচৰত আমেৰিকাৰ গভীৰ ৰাষ্ট্ৰৰ সমৰ্থনেই নহয়, পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইও এই পৰিকল্পনাৰ অংশ। এই শক্তিসমূহে বাংলাদেশৰ গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহক দুৰ্বল কৰি তাত ইছলামিক মৌলবাদী শাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰিব বিচাৰে। অৱশ্যে বাংলাদেশ চৰকাৰে ছালাহুদ্দিন শ্বোয়াইব চৌধুৰীৰ এই দাবীক মিছা আখ্যা দিছে।

      ইউনুছৰ পৰিকল্পনাৰ আটাইতকৈ চিন্তনীয় অংশটো হ’ল বাংলাদেশৰ কৌশলগত সম্পদ আমেৰিকা আৰু আই এছ আইক গতাই দিয়া। ইয়াৰ মাজতে চিটাগং বন্দৰটো ডি পি ৱৰ্ল্ডক গতাই দিয়াৰ প্ৰস্তুতি চলোৱা হৈছে। ছেইণ্ট মাৰ্টিন দ্বীপত আমেৰিকাৰ সামৰিক ঘাটিৰ অনুমতি দিয়া হ’ব পাৰে।

      পাকিস্তানী বা তুৰ্কীৰ এজেণ্টৰ জৰিয়তে লালমনিৰহাট বিমানঘাটি আৰু অস্ত্ৰ-শস্ত্ৰ কাৰখানাৰ নিয়ন্ত্ৰণ আমেৰিকাক গতাই দিয়াৰ চেষ্টা চলাইছে। এই সকলোবোৰ পদক্ষেপে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে বিশেষকৈ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বাবে গুৰুতৰ ভাবুকি কঢ়িয়াই আনিব পাৰে।

      এনে পৰিস্থিতিত বাংলাদেশৰ সেনা প্ৰধান জেনেৰেল ৱাকাৰ উজ জামানৰ ভূমিকা আটাইতকৈ নিৰ্ণায়ক বুলি ধৰা হয়। যদি সেনাই সময়মতে ইউনুছৰ পৰিকল্পনা অনুসৰি কাম নকৰে তেন্তে দেশখন গৃহযুদ্ধৰ দিশে আগবাঢ়িব। ই হৈ পৰিব বিদেশী শক্তিৰ ৰঙ্গমঞ্চ। ই মৌলবাদৰ গভীৰতালৈ ডুব যাব। দেশৰ সাৰ্বভৌমত্ব, গণতন্ত্ৰ আৰু সামাজিক গাঁথনিৰ ওপৰত এক বৃহৎ সংকটৰ সৃষ্টি হৈছে বুলি সকীয়াই দিছে ছালাহুদ্দিন শ্বোৱেইব চৌধুৰীয়ে।

      Tags: BangladeshIslamPakistan

      Related Posts

      গংগাৰ তীৰত উদ্ধাৰ ৰশ্মিতা হোজাইৰ মৃতদেহ; তদন্ত বিচাৰি অমিত শ্বাহলৈ স্মাৰক পত্ৰ দল-সংগঠনৰ
      Top News

      গংগাৰ তীৰত উদ্ধাৰ ৰশ্মিতা হোজাইৰ মৃতদেহ; তদন্ত বিচাৰি অমিত শ্বাহলৈ স্মাৰক পত্ৰ দল-সংগঠনৰ

      June 10, 2025
      বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াই ঘোষণা কৰিলে মূল একাদশ
      Top News

      বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে দক্ষিণ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়াই ঘোষণা কৰিলে মূল একাদশ

      June 10, 2025
      নদীত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল ৮ জন বন্ধুৰ
      Top News

      নদীত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল ৮ জন বন্ধুৰ

      June 10, 2025
      বিদ্যালয়ৰ ভিতৰত ভয়ংকৰ গুলীচালনা; কেইবাজনৰো মৃত্যু
      Top News

      বিদ্যালয়ৰ ভিতৰত ভয়ংকৰ গুলীচালনা; কেইবাজনৰো মৃত্যু

      June 10, 2025
      পুৰুষতকৈ আইৰণৰ অভাৱৰ প্ৰৱণতা বেছি মহিলাৰ দেহত! এই লক্ষণবোৰক কেতিয়াও আওকাণ নকৰিব…
      Top News

      পুৰুষতকৈ আইৰণৰ অভাৱৰ প্ৰৱণতা বেছি মহিলাৰ দেহত! এই লক্ষণবোৰক কেতিয়াও আওকাণ নকৰিব…

      June 10, 2025
      দেশৰ কোন ঠাইত কিমান হৈছে সোণৰ মূল্য? জানক সবিশেষ…
      Top News

      দেশৰ কোন ঠাইত কিমান হৈছে সোণৰ মূল্য? জানক সবিশেষ…

      June 10, 2025
      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist

      No Result
      View All Result
      • অসম
      • উত্তৰ পূৱ
      • ৰাষ্ট্ৰীয়
      • আন্তঃ ৰাষ্ট্ৰীয়
      • বিনোদন
      • ক্ৰীড়া
      • ভিডিও

      © 2024 | Created and maintained by - Provibe Media LLP