• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 29, 2026
22 °c
Guwahati
23 ° Thu
25 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পাকিস্তানে খেল খেলিছে! বাংলাদেশ হ’ব নেকি ইছলামিক দেশ?

Nation NE by Nation NE
June 10, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
পাকিস্তানে খেল খেলিছে! বাংলাদেশ হ’ব নেকি ইছলামিক দেশ?
Share on FacebookShare on TwitterWhatsApp

ভাৰতৰ চুবুৰীয়া দেশ বাংলাদেশে আগন্তুক কেইসপ্তাহমানৰ ভিতৰত এক বৃহৎ ৰাজনৈতিক পৰিৱৰ্তন সাক্ষী হ’ব পাৰে। বাংলাদেশৰ বিখ্যাত সাহিত্যিক তথা সাংবাদিক চালাহুদ্দিন শ্বোৱেইব চৌধুৰীয়ে লিখা এটা প্ৰবন্ধ অনুসৰি, জুলাই মাহৰ শেষৰ ফালে মহম্মদ ইউনুছে নিজকে দেশৰ সৰ্বোচ্চ নেতা বুলি ঘোষণা কৰিব পাৰে, যাৰ বাবে তেওঁ বৰ্তমানৰ বাংলাদেশৰ সংবিধান বিলুপ্ত কৰাৰ পৰিকল্পনা কৰিছে।

দেশৰ বৰ্তমানৰ গণতান্ত্ৰিক ব্যৱস্থাৰ অন্ত পেলাই এখন বিপ্লৱী চৰকাৰ গঠন কৰা, য’ত সেনা, প্ৰশাসন আৰু ন্যায়পালিক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব, ইউনুছৰ উদ্দেশ্য। শ্বোৱেইব চৌধুৰীৰ দাবী অনুসৰি, ইউনুছৰ ওচৰত আমেৰিকাৰ গভীৰ ৰাষ্ট্ৰৰ সমৰ্থনেই নহয়, পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইও এই পৰিকল্পনাৰ অংশ। এই শক্তিসমূহে বাংলাদেশৰ গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহক দুৰ্বল কৰি তাত ইছলামিক মৌলবাদী শাসন ব্যৱস্থা প্ৰতিষ্ঠা কৰিব বিচাৰে। অৱশ্যে বাংলাদেশ চৰকাৰে ছালাহুদ্দিন শ্বোয়াইব চৌধুৰীৰ এই দাবীক মিছা আখ্যা দিছে।

ইউনুছৰ পৰিকল্পনাৰ আটাইতকৈ চিন্তনীয় অংশটো হ’ল বাংলাদেশৰ কৌশলগত সম্পদ আমেৰিকা আৰু আই এছ আইক গতাই দিয়া। ইয়াৰ মাজতে চিটাগং বন্দৰটো ডি পি ৱৰ্ল্ডক গতাই দিয়াৰ প্ৰস্তুতি চলোৱা হৈছে। ছেইণ্ট মাৰ্টিন দ্বীপত আমেৰিকাৰ সামৰিক ঘাটিৰ অনুমতি দিয়া হ’ব পাৰে।

পাকিস্তানী বা তুৰ্কীৰ এজেণ্টৰ জৰিয়তে লালমনিৰহাট বিমানঘাটি আৰু অস্ত্ৰ-শস্ত্ৰ কাৰখানাৰ নিয়ন্ত্ৰণ আমেৰিকাক গতাই দিয়াৰ চেষ্টা চলাইছে। এই সকলোবোৰ পদক্ষেপে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে বিশেষকৈ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বাবে গুৰুতৰ ভাবুকি কঢ়িয়াই আনিব পাৰে।

এনে পৰিস্থিতিত বাংলাদেশৰ সেনা প্ৰধান জেনেৰেল ৱাকাৰ উজ জামানৰ ভূমিকা আটাইতকৈ নিৰ্ণায়ক বুলি ধৰা হয়। যদি সেনাই সময়মতে ইউনুছৰ পৰিকল্পনা অনুসৰি কাম নকৰে তেন্তে দেশখন গৃহযুদ্ধৰ দিশে আগবাঢ়িব। ই হৈ পৰিব বিদেশী শক্তিৰ ৰঙ্গমঞ্চ। ই মৌলবাদৰ গভীৰতালৈ ডুব যাব। দেশৰ সাৰ্বভৌমত্ব, গণতন্ত্ৰ আৰু সামাজিক গাঁথনিৰ ওপৰত এক বৃহৎ সংকটৰ সৃষ্টি হৈছে বুলি সকীয়াই দিছে ছালাহুদ্দিন শ্বোৱেইব চৌধুৰীয়ে।

Tags: BangladeshIslamPakistan

Related Posts

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

April 29, 2026
কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 29, 2026

শীৰ্ষ সংবাদ

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025