• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 6, 2025
19 °c
Guwahati
19 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ আধাৰ হওক প্রাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় : হিমন্ত বিশ্ব শৰ্মা

প্রাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস উদযাপন

Nation NE by Nation NE
October 17, 2025
in Top News, অসম
0 0
ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ আধাৰ হওক প্রাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় : হিমন্ত বিশ্ব শৰ্মা
Share on FacebookShare on TwitterWhatsApp

প্রাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে চন্দ্ৰপুৰ, হাজংবড়িস্থিত বিশ্ববিদ্যালয় পৰিসৰত অনুষ্ঠিত হৈ যায়। দেশৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, শিক্ষাবিদ আৰু উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ কেইবাগৰাকী অধিকাৰীয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশ্ববিদ্যালয়ৰ সমুৎকর্ষ ভৱন (সভাগাৰ) আৰু ধন্বন্তৰি ভৱন (ফাৰ্মাচী বিভাগ)ৰ উদ্বোধন কৰে। বিদেশ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই বিশ্ববিদ্যালয়ৰ প্ৰৱেশ দ্বাৰৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

অনুষ্ঠানত অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগু, জনস্বাস্থ্য আৰু কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, আবাস আৰু নগৰীয় কাৰ্য মন্ত্ৰী অশোক সিংহল আৰু উত্তৰ পূব পৰিষদ (NEC)-ৰ সচিব সতীন্দ্ৰ কুমাৰ ভল্লা উপস্থিত আছিল।

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (RSS)-ৰ ৰাষ্ট্ৰীয় কাৰ্যকাৰিণী সদস্য সুৰেশ চোনী মুখ্য বক্তা হিচাপে উপস্থিত আছিল। নিজৰ বক্তব্যত তেখেতে কয়, ‘ব্যক্তি নিৰ্মাণৰ জৰিয়তে ৰাষ্ট্ৰ নিৰ্মাণ সম্ভৱ আৰু প্রাগজ্যোতিষপুৰ বিশ্ববিদ্যালয় এই মহান উদ্দেশ্যৰ দিশে আগবাঢ়ি গৈছে।’

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ অনুপ্ৰেৰণামূলক বক্তৃতাত কয়, ‘অসমৰ প্ৰাচীন নাম ‘প্রাগজ্যোতিষপুৰ’ৰ পৰা বিশ্ববিদ্যালয়টো নামকৰণ কৰা হৈছে। শিক্ষাৰ উদ্দেশ্য কেৱল জ্ঞান অৰ্জন নহয়, বৰঞ্চ বিশ্বকল্যাণৰ ভাবনা গঢ়ি তোলাটোহে। আধুনিক প্ৰযুক্তিগত শিক্ষাৰ লগত আধ্যাত্মিকতা আৰু মানৱতাৰ সমন্বয় অতি প্ৰয়োজনীয়।’

এই উপলক্ষে মুখ্যমন্ত্ৰীয়ে বিশ্ববিদ্যালয়ৰ ‘কৌমুদি’ নামৰ বার্তালোচনীখনৰো উন্মোচন কৰে।

অনুষ্ঠানত উপাচাৰ্য অধ্যাপক স্মৃতি কুমাৰ সিনহা, হৰিয়ানা ৰাজ্যিক উচ্চ শিক্ষা পৰিষদৰ সভাপতি অধ্যাপক কৈলাশ চন্দ্ৰ শৰ্মা, গুৱাহাটী লোকসভাৰ সাংসদ বিজুলি কলিতা মেধি আৰু শংকৰদেৱ শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান (SERF)-ৰ সভাপতি লেফ্টেনেণ্ট জেনেৰেল (অবঃ) ৰাণা প্ৰতাপ কলিতাৰ লগতে বহুতো বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

উল্লেখ্য যে দেশীয় শিক্ষা পদ্ধতি আৰু মূল্যবোধ আধাৰিত শিক্ষাৰে সংপৃক্ত আৰু আঠ দশকতকৈও অধিক অভিজ্ঞতাৰে পুষ্ট বিদ্যা ভাৰতীৰ নীতি আদৰ্শেৰে অসমত পৰিচালিত হৈ থকা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামেৰে পৰিচালিত বিদ্যা নিকেতনসমূহে গত অৰ্ধ শতিকা ধৰি বিদ্যালয়সমূহৰ জয়যাত্ৰাক এক নতুন মাত্ৰা প্ৰদান কৰাৰ উদ্দেশ্যে আৰু নৱ প্ৰজন্মক ভাৰতীয় জ্ঞান পৰম্পৰাৰে পৰিচিত কৰাৰ লগতে দেশাত্মবোধ যুক্ত উচ্চ শিক্ষা প্ৰদানৰ অৰ্থে গত ২০২২ বৰ্ষত স্থাপিত প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়খনে চাৰিটা বছৰত ভৰি দিছে।

Tags: Foundation DayHimanta Biswa SarmaPragjyotishpur University

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা
Top News

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

December 5, 2025
ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ
Top News

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

December 5, 2025
মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান
Top News

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

December 5, 2025
ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025