• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘সন্ত্ৰাসবাদ বিৰোধী যুঁজত ভাৰতৰ সৈতে আছো…’, প্ৰধানমন্ত্ৰী মোদীলৈ ফোন কাটাৰৰ আমিৰৰ

Nation NE by Nation NE
May 6, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
‘সন্ত্ৰাসবাদ বিৰোধী যুঁজত ভাৰতৰ সৈতে আছো…’, প্ৰধানমন্ত্ৰী মোদীলৈ ফোন কাটাৰৰ আমিৰৰ
Share on FacebookShare on TwitterWhatsApp

ইছলামিক সন্ত্ৰাসবাদীয়ে জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত কৰা নাৰকীয় ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে কাটাৰৰ আমিৰ তামিম বিন হামাদ আল-থানীয়ে। সন্ত্ৰাসবাদ বিৰোধী যুদ্ধত কাটাৰে ভাৰতক সম্পূৰ্ণ সহায় আৰু সমৰ্থন কৰাৰো আশ্বাস প্ৰদান কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ফোনযোগে হোৱা কথা-বতৰাত এই প্ৰতিশ্ৰুতি দিয়ে আল-থানীয়ে।

তেওঁ লগতে কয় যে, সন্ত্ৰাসবাদ বিৰোধী অভিযানত আমি ভাৰতৰ লগত আছো।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয়, “আজি কাটাৰৰ আমিৰ শ্বেইখ তামিম বিন হামাদ আল-থানীয়ে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে টেলিফোনযোগে কথা পাতিছে। পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত নিহতসকলৰ পৰিয়ালৰ প্ৰতি শোক প্ৰকাশ কৰে।’

তেওঁ লগতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজ আৰু দোষীক ন্যায় দিবলৈ ভাৰতে গ্ৰহণ কৰা সকলো কাৰ্যকলাপৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে তামিম বিন হামাদ আল-থানীক সংহতি আৰু সমৰ্থনৰ স্পষ্ট বাৰ্তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

কাটাৰৰ উপৰি পেহেলগামত হোৱা আক্ৰমণক ৰাছিয়া, আমেৰিকা, ইজৰাইল, ব্ৰিটেইন, জাৰ্মানী আদিৰ লগতে আন বহু ৰাষ্ট্ৰই দুখ আৰু নিন্দা প্ৰকাশ কৰিছে।

Tags: Emir Tamim Bin Hamad Al-ThaniNarendra ModiPahalgam IncidentQatar

Related Posts

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ
Top News

December 8, 2025
ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025

শীৰ্ষ সংবাদ

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025