• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

টেনিছক বিদায় ৰাফেল নাডালৰ; কেৰিয়াৰ আৰম্ভণি কৰা প্ৰতিযোগিতাই হ’ব শেষৰখন মেচ

Nation NE by Nation NE
October 10, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ক্ৰীড়া
0 0
টেনিছক বিদায় ৰাফেল নাডালৰ; কেৰিয়াৰ আৰম্ভণি কৰা প্ৰতিযোগিতাই হ’ব শেষৰখন মেচ
Share on FacebookShare on TwitterWhatsApp

অৱশেষত বৰ্ণিল টেনিছ কেৰিয়াৰৰ অন্ত পেলোৱাৰ সিদ্ধান্ত ল’লে তাৰকা টেনিছ খেলুৱৈ ৰাফেল নাডালে। এই প্ৰবীণ খেলুৱৈগৰাকীয়ে বৃহস্পতিবাৰে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰি অনুৰাগীৰ সৈতে এই তথ্য শ্বেয়াৰ কৰিছে।

ভিডিঅ’টোত ৰাফেল নাডালে কয় যে তেওঁ বহু ভাবি চিন্তি এই সিদ্ধান্ত লৈছে। তেওঁৰ কেৰিয়াৰৰ শেষৰখন মেচ হ’ব ডেভিছ কাপৰ ফাইনেল। এই একেখন প্ৰতিযোগিতাৰ পৰাই আৰম্ভ হৈছিল তেওঁৰ কেৰিয়াৰ।

২০০৪ চনত কেৰিয়াৰ আৰম্ভ কৰা নাডালে তেওঁৰ কেৰিয়াৰত সহায় কৰা সকলো লোককে ধন্যবাদ জ্ঞাপন কৰে। লগতে তেওঁৰ কেৰিয়াৰৰ বহুখিনি সময় কটোৱা প্ৰতিদ্বন্দ্বীসকলকো ধন্যবাদ জনায়। নাডালে ৰ’জাৰ ফেডাৰাৰ আৰু ন’ভাক জ’কভিচৰ সৈতে কটোৱা মুহূৰ্তৰ ভিডিঅ’ শ্বেয়াৰ কৰে।

মাতৃক ধন্যবাদ জনাই নাডালে কয় যে মাতৃৰ ত্যাগৰ বাবেই তেওঁ আজি এই স্থানত উপনীত হ’বলৈ সক্ষম হৈছে। লগতে ১৯ বছৰ ধৰি তেওঁৰ লগত থকা পত্নী মেৰীকো ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্য যে, ৰাফেল নাডালে নিজৰ কেৰিয়াৰত ২২ টা গ্ৰেণ্ড শ্লেম জয় কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত আছে ১২টা ফ্ৰেন্স অ’পেন, দুটা অষ্ট্ৰেলিয়ান অ’পেন, দুটা উইম্বলডন আৰু ৪টা ইউ এছ অ’পেন খিতাপ। ইয়াৰ উপৰি তেওঁ অলিম্পিকত দুবাৰকৈ স্বৰ্ণ পদক লাভ কৰিছে। ২০০৮ চনত বেইজিং অলিম্পিকত একক শাখাত সোণৰ পদক লাভ কৰাৰ লগতে ২০১৬ চনত ৰিঅ’ অলিম্পিকত ডাবলছত সোণৰ পদক লাভ কৰে।

কেৱল এয়াই নহয় ২০০৪, ২০০৯, ২০১১ আৰু ২০১৯ চনত ডেভিছ কাপ জয় কৰা স্পেনিছ দলৰ অংশও আছিল নাডাল।

Tags: Rafael NadalRetirementTennis

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025
পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025