• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, May 3, 2026
22 °c
Guwahati
24 ° Mon
25 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

টেনিছক বিদায় ৰাফেল নাডালৰ; কেৰিয়াৰ আৰম্ভণি কৰা প্ৰতিযোগিতাই হ’ব শেষৰখন মেচ

Nation NE by Nation NE
October 10, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ক্ৰীড়া
0 0
টেনিছক বিদায় ৰাফেল নাডালৰ; কেৰিয়াৰ আৰম্ভণি কৰা প্ৰতিযোগিতাই হ’ব শেষৰখন মেচ
Share on FacebookShare on TwitterWhatsApp

অৱশেষত বৰ্ণিল টেনিছ কেৰিয়াৰৰ অন্ত পেলোৱাৰ সিদ্ধান্ত ল’লে তাৰকা টেনিছ খেলুৱৈ ৰাফেল নাডালে। এই প্ৰবীণ খেলুৱৈগৰাকীয়ে বৃহস্পতিবাৰে ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰি অনুৰাগীৰ সৈতে এই তথ্য শ্বেয়াৰ কৰিছে।

ভিডিঅ’টোত ৰাফেল নাডালে কয় যে তেওঁ বহু ভাবি চিন্তি এই সিদ্ধান্ত লৈছে। তেওঁৰ কেৰিয়াৰৰ শেষৰখন মেচ হ’ব ডেভিছ কাপৰ ফাইনেল। এই একেখন প্ৰতিযোগিতাৰ পৰাই আৰম্ভ হৈছিল তেওঁৰ কেৰিয়াৰ।

২০০৪ চনত কেৰিয়াৰ আৰম্ভ কৰা নাডালে তেওঁৰ কেৰিয়াৰত সহায় কৰা সকলো লোককে ধন্যবাদ জ্ঞাপন কৰে। লগতে তেওঁৰ কেৰিয়াৰৰ বহুখিনি সময় কটোৱা প্ৰতিদ্বন্দ্বীসকলকো ধন্যবাদ জনায়। নাডালে ৰ’জাৰ ফেডাৰাৰ আৰু ন’ভাক জ’কভিচৰ সৈতে কটোৱা মুহূৰ্তৰ ভিডিঅ’ শ্বেয়াৰ কৰে।

মাতৃক ধন্যবাদ জনাই নাডালে কয় যে মাতৃৰ ত্যাগৰ বাবেই তেওঁ আজি এই স্থানত উপনীত হ’বলৈ সক্ষম হৈছে। লগতে ১৯ বছৰ ধৰি তেওঁৰ লগত থকা পত্নী মেৰীকো ধন্যবাদ জ্ঞাপন কৰে।

উল্লেখ্য যে, ৰাফেল নাডালে নিজৰ কেৰিয়াৰত ২২ টা গ্ৰেণ্ড শ্লেম জয় কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত আছে ১২টা ফ্ৰেন্স অ’পেন, দুটা অষ্ট্ৰেলিয়ান অ’পেন, দুটা উইম্বলডন আৰু ৪টা ইউ এছ অ’পেন খিতাপ। ইয়াৰ উপৰি তেওঁ অলিম্পিকত দুবাৰকৈ স্বৰ্ণ পদক লাভ কৰিছে। ২০০৮ চনত বেইজিং অলিম্পিকত একক শাখাত সোণৰ পদক লাভ কৰাৰ লগতে ২০১৬ চনত ৰিঅ’ অলিম্পিকত ডাবলছত সোণৰ পদক লাভ কৰে।

কেৱল এয়াই নহয় ২০০৪, ২০০৯, ২০১১ আৰু ২০১৯ চনত ডেভিছ কাপ জয় কৰা স্পেনিছ দলৰ অংশও আছিল নাডাল।

Tags: Rafael NadalRetirementTennis

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026
হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026
আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

May 2, 2026

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025