• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
19 °c
Guwahati
19 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মুম্বাইৰ ৱাংখেড়েত জাদেজাৰ যাদু; ঈশান্ত-জাহিৰ খানৰ অভিলেখ ভংগ কৰি বিশেষ কৃতিত্ব

Nation NE by Nation NE
November 1, 2024
in Top News, ক্ৰীড়া
0 0
মুম্বাইৰ ৱাংখেড়েত জাদেজাৰ যাদু; ঈশান্ত-জাহিৰ খানৰ অভিলেখ ভংগ কৰি বিশেষ কৃতিত্ব
Share on FacebookShare on TwitterWhatsApp

ভাৰত আৰু নিউজিলেণ্ডৰ শৃংখলাৰ অন্তিমখন খেল মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হৈ আছে। টছত জয়ী হৈ বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা নিউজিলেণ্ডৰ দলটোৱে প্ৰথম দিনাই ২৩৫ ৰান সংগ্ৰহ কৰি প্ৰথম ইনিংছ সামৰে।

নিউজিলেণ্ডক সীমিত স্ক’ৰতে অলআউট কৰাৰ আঁৰত আছিল ৰবীন্দ্ৰ জাদেজা। দুৰ্দান্ত প্ৰদৰ্শনেৰে জাদেজাই ঈশান্ত শৰ্মা আৰু জাহিৰ খানৰ অভিলেখ ভংগ কৰি বিশেষ ক্লাবত যোগদান কৰিছে।

এই ইনিংছৰ প্ৰথম ১১ অভাৰত জাদেজাই সফলতা লাভ কৰা নাছিল যদিও ১২ নং অভাৰত এই তাৰকাগৰাকীয়ে ধাৰাবাহিকভাৱে দুজন বেটছমেনক পেভিলিয়নৰ পথ দেখুৱাইছিল। সঠিক লাইন-লেংথত বলিং কৰি ২২ অভাৰত ৬৫ ৰান খৰছ কৰি ৫ উইকেট দখল কৰে। টেষ্ট ক্ৰিকেটত জাদেজাৰ এয়া ১৪ সংখ্যক ৫ উইকেট দখল।

ইফালে নিজৰ তৃতীয়টো উইকেট দখল কৰি জাদেজাই ভাৰতৰ হৈ সৰ্বাধিক টেষ্ট উইকেট দখল কৰাৰ ক্ষেত্ৰত ঈশান্ত শৰ্মা আৰু জাহিৰ খানৰ অভিলেখ ভংগ কৰে। ঈশান্ত শৰ্মা আৰু জাহিৰ খান দুয়োজনে টেষ্টত ৩১১টা উইকেট দখল কৰিছিল। জাদেজাৰ নামত এতিয়া ৩১৪টা টেষ্ট উইকেট আছে।

ইয়াৰ উপৰি জাদেজাই ভাৰতৰ হৈ সৰ্বাধিক টেষ্ট উইকেট দখল কৰা পঞ্চমজন বলাৰ হিচাপেও পৰিগণিত হৈছে।

ভাৰতৰ হৈ সৰ্বাধিক টেষ্ট উইকেট দখল কৰা শীৰ্ষ ৫ বলাৰ

অনিল কুম্বলে – ৬১৯

ৰবিচন্দ্ৰন অশ্বিন – ৫৩৩

কপিল দেৱ – ৪৩৪

হৰভজন সিং – ৪১৭

ৰবীন্দ্ৰ জাদেজা – ৩১৪

আনহাতে ৩০০০ ৰান আৰু ৩০০ উইকেটৰ পৰিসংখ্যা অৰ্জন কৰা তৃতীয়জন ভাৰতীয় খেলুৱৈ হিচাপেও পৰিগণিত হয় জাদেজা। ইয়াৰ পূৰ্বে এই কৃতিত্ব অৰ্জন কৰিছিল কপিল দেৱ আৰু ৰবিচন্দ্ৰন অশ্বিনে। ইংলেণ্ডৰ ইয়ান বোথামৰ পিছত এই কৃতিত্ব অৰ্জন কৰা দ্বিতীয় দ্ৰুততম খেলুৱৈ জাদেজা।

Tags: Ishant SharmaRavindra JadejaTest CricketZaheer Khan

Related Posts

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…
Top News

December 11, 2025
ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025
ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

December 10, 2025

শীৰ্ষ সংবাদ

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025