• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 2, 2026
23 °c
Guwahati
25 ° Mon
25 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

মুম্বাইৰ ৱাংখেড়েত জাদেজাৰ যাদু; ঈশান্ত-জাহিৰ খানৰ অভিলেখ ভংগ কৰি বিশেষ কৃতিত্ব

Nation NE by Nation NE
November 1, 2024
in Top News, ক্ৰীড়া
0 0
মুম্বাইৰ ৱাংখেড়েত জাদেজাৰ যাদু; ঈশান্ত-জাহিৰ খানৰ অভিলেখ ভংগ কৰি বিশেষ কৃতিত্ব
Share on FacebookShare on TwitterWhatsApp

ভাৰত আৰু নিউজিলেণ্ডৰ শৃংখলাৰ অন্তিমখন খেল মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হৈ আছে। টছত জয়ী হৈ বেটিং কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা নিউজিলেণ্ডৰ দলটোৱে প্ৰথম দিনাই ২৩৫ ৰান সংগ্ৰহ কৰি প্ৰথম ইনিংছ সামৰে।

নিউজিলেণ্ডক সীমিত স্ক’ৰতে অলআউট কৰাৰ আঁৰত আছিল ৰবীন্দ্ৰ জাদেজা। দুৰ্দান্ত প্ৰদৰ্শনেৰে জাদেজাই ঈশান্ত শৰ্মা আৰু জাহিৰ খানৰ অভিলেখ ভংগ কৰি বিশেষ ক্লাবত যোগদান কৰিছে।

এই ইনিংছৰ প্ৰথম ১১ অভাৰত জাদেজাই সফলতা লাভ কৰা নাছিল যদিও ১২ নং অভাৰত এই তাৰকাগৰাকীয়ে ধাৰাবাহিকভাৱে দুজন বেটছমেনক পেভিলিয়নৰ পথ দেখুৱাইছিল। সঠিক লাইন-লেংথত বলিং কৰি ২২ অভাৰত ৬৫ ৰান খৰছ কৰি ৫ উইকেট দখল কৰে। টেষ্ট ক্ৰিকেটত জাদেজাৰ এয়া ১৪ সংখ্যক ৫ উইকেট দখল।

ইফালে নিজৰ তৃতীয়টো উইকেট দখল কৰি জাদেজাই ভাৰতৰ হৈ সৰ্বাধিক টেষ্ট উইকেট দখল কৰাৰ ক্ষেত্ৰত ঈশান্ত শৰ্মা আৰু জাহিৰ খানৰ অভিলেখ ভংগ কৰে। ঈশান্ত শৰ্মা আৰু জাহিৰ খান দুয়োজনে টেষ্টত ৩১১টা উইকেট দখল কৰিছিল। জাদেজাৰ নামত এতিয়া ৩১৪টা টেষ্ট উইকেট আছে।

ইয়াৰ উপৰি জাদেজাই ভাৰতৰ হৈ সৰ্বাধিক টেষ্ট উইকেট দখল কৰা পঞ্চমজন বলাৰ হিচাপেও পৰিগণিত হৈছে।

ভাৰতৰ হৈ সৰ্বাধিক টেষ্ট উইকেট দখল কৰা শীৰ্ষ ৫ বলাৰ

অনিল কুম্বলে – ৬১৯

ৰবিচন্দ্ৰন অশ্বিন – ৫৩৩

কপিল দেৱ – ৪৩৪

হৰভজন সিং – ৪১৭

ৰবীন্দ্ৰ জাদেজা – ৩১৪

আনহাতে ৩০০০ ৰান আৰু ৩০০ উইকেটৰ পৰিসংখ্যা অৰ্জন কৰা তৃতীয়জন ভাৰতীয় খেলুৱৈ হিচাপেও পৰিগণিত হয় জাদেজা। ইয়াৰ পূৰ্বে এই কৃতিত্ব অৰ্জন কৰিছিল কপিল দেৱ আৰু ৰবিচন্দ্ৰন অশ্বিনে। ইংলেণ্ডৰ ইয়ান বোথামৰ পিছত এই কৃতিত্ব অৰ্জন কৰা দ্বিতীয় দ্ৰুততম খেলুৱৈ জাদেজা।

Tags: Ishant SharmaRavindra JadejaTest CricketZaheer Khan

Related Posts

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026
আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

May 2, 2026
পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ
Top News

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

May 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 2, 2026
যিমানেই শক্তি নাথাকক, ভয় নাখায় ইৰাণে; আলোচনা সফল নোহোৱাৰ পিছতেই কিয় এনেদৰে ক’লে ইৰাণৰ কৰ্তৃপক্ষই?
Top News

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

May 1, 2026

শীৰ্ষ সংবাদ

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025