• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, June 7, 2025
29 °c
Guwahati
30 ° Sun
31 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      পৃথিৱীৰ কেইখনমান নদীৰ কাহিনীয়ে আচৰিত কৰিব আপোনাক

      Nation NE by Nation NE
      November 4, 2024
      in Top News, বিনোদন
      0 0
      পৃথিৱীৰ কেইখনমান নদীৰ কাহিনীয়ে আচৰিত কৰিব আপোনাক
      Share on FacebookShare on TwitterWhatsApp

      অবিশ্বাস্য হলেও সত্য! যেন মিছা মিছা লগা কিছু সঁচা কথা। আজি আমি জানো আহঁক পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা এনে কিছু নদীৰ বিষয়ে, যিয়ে হয়তো আচৰিত কৰি তুলিব সকলোকে।

      • ইংলেণ্ডৰ ৱাৰ্ফ নদী

      ইংলেণ্ডৰ য়ৰ্কশ্বায়াৰৰ কাষৰীয়া নদী, ৱাৰ্ফ হৈছে প্ৰকৃতিৰ যেন এখন বিপদজনক ফান্দ। দেখিবলৈ যিমানেই সুন্দৰ, সিমানেই বিপজ্জনক এই নদীখন। ইয়াত বহু লোকৰ সলিল সমাধি ঘটাৰ বহু কাহিনী আছে। আনকি আজি পৰ্যন্ত উদ্ধাৰ হোৱা মৃতদেহৰ। ইয়াৰ কাৰণ কিন্তু আজিও ৰহস্যৰ আৱৰ্তত। কোনোৰ মতে, এই নদীগৰ্ভত আছে অসংখ্য প্ৰাকৃতিক সুৰংগ।এই সুৰংগৰ পানীয়েই তললৈ টানি লৈ যায় মানুহ।

      • আফ্ৰিকাৰ কংগো নদী

      ঘন বৰ্ষাৰণ্য আৰু দুৰ্গম অঞ্চলৰ মাজেৰে বৈ যোৱা কংগো নদী বিশ্বৰ অন্যতম গভীৰতম নদী। কোনো কোনো ঠাইত ইয়াৰ গভীৰতা ৭০০ ফুটৰো অধিক।বাৰিষা এই নদীৰ সোঁত আৰু অধিক দ্ৰুত আৰু অভাৱনীয় হয়। অধিক গভীৰতাৰ বাবে এই নদীৰ তললৈ কোনো পোহৰেও ঢুকি নাপায়।সেয়ে এই নদীৰ তলত কি আছে সেয়া আজিও এক ৰহস্য।

      • দক্ষিণ আমেৰিকাৰ আমাজন নদী

      আয়তনৰ ফালৰ পৰা আমাজন নদী বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ নদী। এই নদীখন দুৰ্গম আমাজন বৰ্ষাৰণ্যৰ মাজেৰে বৈ গৈছে। এই নদী নিজৰ প্ৰবল সোঁত, হঠাতে হোৱা ধুমুহা আৰু কুঁৱলীকে ধৰি অভাৱনীয় বতৰৰ বাবে জনাজাত। ইয়াৰ উপৰিও পিৰানা, এনাকণ্ডা, কেমেন আদি বন্যপ্ৰাণীৰ উপস্থিতিয়ে নদীখন তথা কাষৰীয়া অঞ্চলক অধিক বিপজ্জনক কৰি তুলিছে।

      • ইজিপ্তৰ নীল নদী

      বিশ্বৰ আটাইতকৈ দীঘল নদী হৈছে নীল নদী।এই নদী অসংখ্য ঘঁৰিয়ালৰ বাসস্থান আৰু মাৰাত্মক ৰোগ কঢ়িওৱা মহ-ডাঁহৰ আশ্ৰয়স্থল।নীল নদী ১১ খন দেশৰ মাজেৰে বৈ গৈ ভূমধ্য সাগৰৰ লগত মিলি গৈছে।এই নদীখনে প্ৰতি বছৰে প্ৰায় ২০০ ৰো অধিক লোকৰ প্ৰাণ কাঢ়ে।

      • উত্তৰ আমেৰিকাৰ মিছিছিপি

      মিছিছিপি উত্তৰ আমেৰিকাৰ দীৰ্ঘতম নদী। এই নদীখনে প্ৰতি বছৰে বহু লোকৰ প্ৰাণ কাঢ়িছে।মিছিছিপি নদীখন বুল ছাৰ্ক আৰু পাইক নামৰ প্ৰজাতিৰ মাছৰ বাসস্থান।এই মাছবোৰৰ আক্ৰমণতে প্ৰতিবছৰে মৃত্যু হয় বহু লোকৰ।

      Tags: amazing factsinteresting newsRiver

      Related Posts

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…
      Top News

      June 7, 2025
      কিডনী ষ্টোন বা পিত্তথলীৰ ষ্টোন, দুয়োটাৰ মাজত পাৰ্থক্য কি আৰু কোনটোৰ চিকিৎসা কৰাটো বেছি কঠিন?

      কুকুৰাতকৈও অধিক হৈ পৰিছে কুকুৰাৰ কণীৰ মূল্য! জানক সবিশেষ…
      Top News

      মহম্মদ ইউনুছৰ ডাঙৰ ঘোষণা, বাংলাদেশত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন…

      June 7, 2025
      ১খন ৫ টকীয়া বিস্কুটৰ মূল্য ২৪০০ টকা, প্ৰতি কিলো চেনীৰ মূল্য ৫০০০ টকা!তীব্ৰ অৰ্থসংকটত গাজা
      Top News

      ১খন ৫ টকীয়া বিস্কুটৰ মূল্য ২৪০০ টকা, প্ৰতি কিলো চেনীৰ মূল্য ৫০০০ টকা!তীব্ৰ অৰ্থসংকটত গাজা

      June 7, 2025
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Top News

      দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

      June 7, 2025
      আজি ভাৰতীয়ৰ বাবে মুকলি হ’ল বিশ্বৰ সৰ্বোচ্চ ৰে’ল চেনাব দলং
      Top News

      আজি ভাৰতীয়ৰ বাবে মুকলি হ’ল বিশ্বৰ সৰ্বোচ্চ ৰে’ল চেনাব দলং

      June 6, 2025

      শীৰ্ষ সংবাদ

      কঁকাল আৰু ভৰিৰ অনবৰতে বিষ হোৱাটো কোনটো ৰোগৰ লক্ষণ? জানক সবিশেষ…

      উদ্ধাৰ হৈছে কোটি কোটি মূল্যৰ তিমিৰ ওকালি, ৩ জনক গ্ৰেপ্তাৰ

      কিডনী ষ্টোন বা পিত্তথলীৰ ষ্টোন, দুয়োটাৰ মাজত পাৰ্থক্য কি আৰু কোনটোৰ চিকিৎসা কৰাটো বেছি কঠিন?

      মহম্মদ ইউনুছৰ ডাঙৰ ঘোষণা, বাংলাদেশত অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন…

      ১খন ৫ টকীয়া বিস্কুটৰ মূল্য ২৪০০ টকা, প্ৰতি কিলো চেনীৰ মূল্য ৫০০০ টকা!তীব্ৰ অৰ্থসংকটত গাজা

      দিনটো আৰম্ভ কৰাৰ পূৰ্বে জানি লওক আপোনাৰ আজিৰ ৰাশিফল

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist