• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পৃথিৱীৰ কেইখনমান নদীৰ কাহিনীয়ে আচৰিত কৰিব আপোনাক

Nation NE by Nation NE
November 4, 2024
in Top News, বিনোদন
0 0
পৃথিৱীৰ কেইখনমান নদীৰ কাহিনীয়ে আচৰিত কৰিব আপোনাক
Share on FacebookShare on TwitterWhatsApp

অবিশ্বাস্য হলেও সত্য! যেন মিছা মিছা লগা কিছু সঁচা কথা। আজি আমি জানো আহঁক পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা এনে কিছু নদীৰ বিষয়ে, যিয়ে হয়তো আচৰিত কৰি তুলিব সকলোকে।

  • ইংলেণ্ডৰ ৱাৰ্ফ নদী

ইংলেণ্ডৰ য়ৰ্কশ্বায়াৰৰ কাষৰীয়া নদী, ৱাৰ্ফ হৈছে প্ৰকৃতিৰ যেন এখন বিপদজনক ফান্দ। দেখিবলৈ যিমানেই সুন্দৰ, সিমানেই বিপজ্জনক এই নদীখন। ইয়াত বহু লোকৰ সলিল সমাধি ঘটাৰ বহু কাহিনী আছে। আনকি আজি পৰ্যন্ত উদ্ধাৰ হোৱা মৃতদেহৰ। ইয়াৰ কাৰণ কিন্তু আজিও ৰহস্যৰ আৱৰ্তত। কোনোৰ মতে, এই নদীগৰ্ভত আছে অসংখ্য প্ৰাকৃতিক সুৰংগ।এই সুৰংগৰ পানীয়েই তললৈ টানি লৈ যায় মানুহ।

  • আফ্ৰিকাৰ কংগো নদী

ঘন বৰ্ষাৰণ্য আৰু দুৰ্গম অঞ্চলৰ মাজেৰে বৈ যোৱা কংগো নদী বিশ্বৰ অন্যতম গভীৰতম নদী। কোনো কোনো ঠাইত ইয়াৰ গভীৰতা ৭০০ ফুটৰো অধিক।বাৰিষা এই নদীৰ সোঁত আৰু অধিক দ্ৰুত আৰু অভাৱনীয় হয়। অধিক গভীৰতাৰ বাবে এই নদীৰ তললৈ কোনো পোহৰেও ঢুকি নাপায়।সেয়ে এই নদীৰ তলত কি আছে সেয়া আজিও এক ৰহস্য।

  • দক্ষিণ আমেৰিকাৰ আমাজন নদী

আয়তনৰ ফালৰ পৰা আমাজন নদী বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ নদী। এই নদীখন দুৰ্গম আমাজন বৰ্ষাৰণ্যৰ মাজেৰে বৈ গৈছে। এই নদী নিজৰ প্ৰবল সোঁত, হঠাতে হোৱা ধুমুহা আৰু কুঁৱলীকে ধৰি অভাৱনীয় বতৰৰ বাবে জনাজাত। ইয়াৰ উপৰিও পিৰানা, এনাকণ্ডা, কেমেন আদি বন্যপ্ৰাণীৰ উপস্থিতিয়ে নদীখন তথা কাষৰীয়া অঞ্চলক অধিক বিপজ্জনক কৰি তুলিছে।

  • ইজিপ্তৰ নীল নদী

বিশ্বৰ আটাইতকৈ দীঘল নদী হৈছে নীল নদী।এই নদী অসংখ্য ঘঁৰিয়ালৰ বাসস্থান আৰু মাৰাত্মক ৰোগ কঢ়িওৱা মহ-ডাঁহৰ আশ্ৰয়স্থল।নীল নদী ১১ খন দেশৰ মাজেৰে বৈ গৈ ভূমধ্য সাগৰৰ লগত মিলি গৈছে।এই নদীখনে প্ৰতি বছৰে প্ৰায় ২০০ ৰো অধিক লোকৰ প্ৰাণ কাঢ়ে।

  • উত্তৰ আমেৰিকাৰ মিছিছিপি

মিছিছিপি উত্তৰ আমেৰিকাৰ দীৰ্ঘতম নদী। এই নদীখনে প্ৰতি বছৰে বহু লোকৰ প্ৰাণ কাঢ়িছে।মিছিছিপি নদীখন বুল ছাৰ্ক আৰু পাইক নামৰ প্ৰজাতিৰ মাছৰ বাসস্থান।এই মাছবোৰৰ আক্ৰমণতে প্ৰতিবছৰে মৃত্যু হয় বহু লোকৰ।

Tags: amazing factsinteresting newsRiver

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025