• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৬ বলত ৬টাকৈ ছয়….কলকাতাৰ বিৰুদ্ধে অসম সন্তান ৰিয়ান পৰাগৰ চমকপদ প্ৰদৰ্শন

Nation NE by Nation NE
May 4, 2025
in Top News, ক্ৰীড়া
0 0
আজি অগ্নিপৰীক্ষা; IPLত প্ৰথমবাৰৰ বাবে অধিনায়কৰ ৰূপত দেখা যাব ৰিয়ানক
Share on FacebookShare on TwitterWhatsApp

ৰাজস্থান ৰয়েলছৰ তাৰকা বেটছমেন ৰিয়ান পৰাগে কলকাতাৰ ইডেন গাৰ্ডেনত হোৱা আজিৰ খেলত আলোড়নৰ সৃষ্টি কৰে। আই পি এল ২০২৫ৰ এই ৫৩ সংখ্যক মেচত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ৰিয়ানে একেৰাহে ৬টা বলত ছয় ৰান সংগ্ৰহ কৰে। পৰাগৰ এই বিস্ফোৰক শৈলী দেখা যায় ইনিংছৰ ১৩ অভাৰত, যেতিয়া তেওঁ ম’ইন আলীৰ এটা অভাৰত ৫টা ছয় কৰে। ইয়াৰ লগে লগে ৰিয়ানে ক্ৰীছ গেইল আৰু ৰিংকু সিঙৰ দৰে শক্তিশালী বেটছমেনৰ ক্লাবত প্ৰৱেশ কৰে।

প্ৰথমে বেটিং কৰি কলকাতা নাইট ৰাইডাৰ্ছে ৰাজস্থানক ২০৭ ৰানৰ লক্ষ্য প্ৰদান কৰি মাত্ৰ ১ ৰানৰ ব্যৱধানত জয়লাভ কৰে। ৰাজস্থানৰ দলটোৱে ৭১ ৰানত ৫ উইকেট হেৰুৱাই বিপদত পৰে যদিও ৰিয়ান পৰাগে বিস্ফোৰক বেটিং আৰম্ভ কৰে। ইনিংছৰ ত্ৰয়োদশ অভাৰত বলিং কৰিবলৈ অহা স্পিনাৰ ম’ইন আলীক ৫ টাকৈ ছয় মাৰি ৰিয়ানে আলোড়নৰ সৃষ্টি কৰে। ইয়াৰ পিছত বৰুণ চক্ৰৱৰ্তীয়ে বল কৰা পৰৱৰ্তী অভাৰৰ বলত ৰিয়ানে পুনৰ ছয় কৰে। এইদৰে তেওঁ একেৰাহে ৬টা বলৰ সন্মুখীন হৈ ৬টা ছয় কৰে।

এই শক্তিশালী হিটিংৰ জৰিয়তে ৰিয়ান পৰাগে আই পি এলত এটা অভাৰত ৫টা ছয় কৰা ৫ম বেটছমেন হিচাপে পৰিগণিত হয়। ২০১২ চনত প্ৰথমবাৰৰ বাবে এই কৃতিত্ব অৰ্জন কৰিছিল ক্ৰীছ গেইলে, ৰাহুল শৰ্মাৰ অভাৰত ৫টা ছয় কৰিছিল। এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হোৱা আন বেটছমেনসকল হৈছে ৰাহুল তেৱাটিয়া, ৰবীন্দ্ৰ জাডেজা আৰু ৰিংকু সিং।

আই পি এলত এটা অভাৰত ৫টা ছয় কৰা বেটছমেন-

  • ক্ৰীছ গেইল বনাম ৰাহুল শৰ্মা, ২০১২
  • ৰাহুল টেৱাটিয়া বনাম এছ কট্ৰেল, ২০২০
  • ৰবীন্দ্ৰ জাডেজা বনাম হৰ্শাল পেটেল, ২০২১
  • ৰিংকু সিং বনাম যশ দয়াল, ২০২৩
  • ৰিয়ান পৰাগ বনাম ম’ইন  আলী, ২০২৫*

উজ্জ্বল বেটিং কৰি থকা ৰিয়ান পৰাগক শতক কৰিবলৈ মাত্ৰ ৫ ৰান বাকী থকা অৱস্থাত হৰ্ষিত ৰানাৰ বলিঙত ৯৫ ৰানত নিজৰ ইনিংছ সামৰে। ৰিয়ানে ৪৫টা বলত ৯৫ ৰানৰ এক উজ্জ্বল ইনিংছ খেলে। ৰিয়ানৰ এই ইনিংছত ৬টা চাৰি আৰু ৮টা ছয় অন্তৰ্ভুক্ত হয়। অৱশ্যে তেওঁৰ অধিনায়কত্বৰ ইনিংছে ৰাজস্থানক জয়ী কৰিব নোৱাৰিলে। ২০৭ৰ লক্ষ্যৰ লৈ ৰাজস্থান দলে ২০৫ ৰানত নিজৰ ইনিংছ সামৰে আৰু ১ ৰানৰ অতি ঘনিষ্ঠ ব্যৱধানত পৰাস্ত হয়।

Tags: #cricketIPLRiyanSports

Related Posts

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ
Top News

December 7, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025
পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025

শীৰ্ষ সংবাদ

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025