• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
21 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৬ বলত ৬টাকৈ ছয়….কলকাতাৰ বিৰুদ্ধে অসম সন্তান ৰিয়ান পৰাগৰ চমকপদ প্ৰদৰ্শন

Nation NE by Nation NE
May 4, 2025
in Top News, ক্ৰীড়া
0 0
আজি অগ্নিপৰীক্ষা; IPLত প্ৰথমবাৰৰ বাবে অধিনায়কৰ ৰূপত দেখা যাব ৰিয়ানক
Share on FacebookShare on TwitterWhatsApp

ৰাজস্থান ৰয়েলছৰ তাৰকা বেটছমেন ৰিয়ান পৰাগে কলকাতাৰ ইডেন গাৰ্ডেনত হোৱা আজিৰ খেলত আলোড়নৰ সৃষ্টি কৰে। আই পি এল ২০২৫ৰ এই ৫৩ সংখ্যক মেচত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ৰিয়ানে একেৰাহে ৬টা বলত ছয় ৰান সংগ্ৰহ কৰে। পৰাগৰ এই বিস্ফোৰক শৈলী দেখা যায় ইনিংছৰ ১৩ অভাৰত, যেতিয়া তেওঁ ম’ইন আলীৰ এটা অভাৰত ৫টা ছয় কৰে। ইয়াৰ লগে লগে ৰিয়ানে ক্ৰীছ গেইল আৰু ৰিংকু সিঙৰ দৰে শক্তিশালী বেটছমেনৰ ক্লাবত প্ৰৱেশ কৰে।

প্ৰথমে বেটিং কৰি কলকাতা নাইট ৰাইডাৰ্ছে ৰাজস্থানক ২০৭ ৰানৰ লক্ষ্য প্ৰদান কৰি মাত্ৰ ১ ৰানৰ ব্যৱধানত জয়লাভ কৰে। ৰাজস্থানৰ দলটোৱে ৭১ ৰানত ৫ উইকেট হেৰুৱাই বিপদত পৰে যদিও ৰিয়ান পৰাগে বিস্ফোৰক বেটিং আৰম্ভ কৰে। ইনিংছৰ ত্ৰয়োদশ অভাৰত বলিং কৰিবলৈ অহা স্পিনাৰ ম’ইন আলীক ৫ টাকৈ ছয় মাৰি ৰিয়ানে আলোড়নৰ সৃষ্টি কৰে। ইয়াৰ পিছত বৰুণ চক্ৰৱৰ্তীয়ে বল কৰা পৰৱৰ্তী অভাৰৰ বলত ৰিয়ানে পুনৰ ছয় কৰে। এইদৰে তেওঁ একেৰাহে ৬টা বলৰ সন্মুখীন হৈ ৬টা ছয় কৰে।

এই শক্তিশালী হিটিংৰ জৰিয়তে ৰিয়ান পৰাগে আই পি এলত এটা অভাৰত ৫টা ছয় কৰা ৫ম বেটছমেন হিচাপে পৰিগণিত হয়। ২০১২ চনত প্ৰথমবাৰৰ বাবে এই কৃতিত্ব অৰ্জন কৰিছিল ক্ৰীছ গেইলে, ৰাহুল শৰ্মাৰ অভাৰত ৫টা ছয় কৰিছিল। এই কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হোৱা আন বেটছমেনসকল হৈছে ৰাহুল তেৱাটিয়া, ৰবীন্দ্ৰ জাডেজা আৰু ৰিংকু সিং।

আই পি এলত এটা অভাৰত ৫টা ছয় কৰা বেটছমেন-

  • ক্ৰীছ গেইল বনাম ৰাহুল শৰ্মা, ২০১২
  • ৰাহুল টেৱাটিয়া বনাম এছ কট্ৰেল, ২০২০
  • ৰবীন্দ্ৰ জাডেজা বনাম হৰ্শাল পেটেল, ২০২১
  • ৰিংকু সিং বনাম যশ দয়াল, ২০২৩
  • ৰিয়ান পৰাগ বনাম ম’ইন  আলী, ২০২৫*

উজ্জ্বল বেটিং কৰি থকা ৰিয়ান পৰাগক শতক কৰিবলৈ মাত্ৰ ৫ ৰান বাকী থকা অৱস্থাত হৰ্ষিত ৰানাৰ বলিঙত ৯৫ ৰানত নিজৰ ইনিংছ সামৰে। ৰিয়ানে ৪৫টা বলত ৯৫ ৰানৰ এক উজ্জ্বল ইনিংছ খেলে। ৰিয়ানৰ এই ইনিংছত ৬টা চাৰি আৰু ৮টা ছয় অন্তৰ্ভুক্ত হয়। অৱশ্যে তেওঁৰ অধিনায়কত্বৰ ইনিংছে ৰাজস্থানক জয়ী কৰিব নোৱাৰিলে। ২০৭ৰ লক্ষ্যৰ লৈ ৰাজস্থান দলে ২০৫ ৰানত নিজৰ ইনিংছ সামৰে আৰু ১ ৰানৰ অতি ঘনিষ্ঠ ব্যৱধানত পৰাস্ত হয়।

Tags: #cricketIPLRiyanSports

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025