• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
18 °c
Guwahati
19 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শিহৰণকাৰী! মন্দিৰ দৰ্শন কৰি আৰু ঘৰলৈ উভতি নাহিল ৭ গৰাকী লোক

Nation NE by Nation NE
September 25, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
শিহৰণকাৰী! মন্দিৰ দৰ্শন কৰি আৰু ঘৰলৈ উভতি নাহিল ৭ গৰাকী লোক

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

গুজৰাটৰ চাবৰকান্থা জিলাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ৭ জন লোকৰ কৰুণ মৃত্যু হৈছে। তীব্ৰবেগী এখন চাৰিচকীয়া বাহনে এখন ট্ৰাকৰ পিছফালত খুন্দা মৰাৰ ফলতেই সংঘটিত হয় এই শিহৰণকাৰী দুৰ্ঘটনাটো।

এই ভয়ংকৰ দুৰ্ঘটনাটোত এজন ব্যক্তি গুৰুতৰভাৱে আহত হৈছে। শ্যামলা জী মন্দিৰ দৰ্শন কৰি আহমেদাবাদলৈ উভতি আহি থকা সময়তে ৰাতিপুৱা প্ৰায় ৬ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।

ঘটনাস্থলৰ পৰা লাভ কৰা তথ্য অনুসৰি, গাড়ীখনৰ গতিবেগ অতি বেছি আছিল, যাৰ বাবে গাড়ীখনে ট্ৰাকখনৰ সৈতে সংঘৰ্ষত লিপ্ত হয়।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে গাড়ীখনৰ ভিতৰত থকা লোকসকলক উদ্ধাৰ কৰোতে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। গাড়ীখনত মুঠ ৮ জন লোক আছিল আৰু ইয়াৰে মাত্ৰ এজন লোকৰহে কথমপি প্ৰাণ ৰক্ষা পৰিছে।

মৃতদেহসমূহ উলিয়াই আনিবলৈ আৰক্ষীৰ লগতে উদ্ধাৰকাৰী দলে বিশেষ যন্ত্ৰৰ সহায়ত গাড়ীখন কাটিবলগীয়া হোৱা বুলিও জানিব পৰা গৈছে।

ইফালে, কি কাৰণত দুৰ্ঘটনাটো সংঘটিত হ’ল সেয়া জানিবলৈ আৰক্ষীয়ে ঘটনাস্থান পৰিদৰ্শন কৰাৰ লগতে স্থানীয় বাসিন্দা আৰু প্ৰত্যক্ষদৰ্শীৰ পৰাও তথ্য সংগ্ৰহ কৰি আছে।

Tags: #AccidentGujratHorrible Accident

Related Posts

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ
Top News

December 8, 2025
ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025
গুগলৰ ওপৰত ২৯ হাজাৰ কোটি টকাৰ জৰিমনা; ক্ষুণ্ণ ড’নাল্ড ট্ৰাম্প
Top News

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

December 7, 2025

শীৰ্ষ সংবাদ

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

ড’নাল্ড ট্ৰাম্পৰ নতুন ভিছা নিয়ম জাৰি, জানক কেনেদৰে প্ৰভাৱিত হ’ব ভাৰতীয়সকল…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025