• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
24 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

দুৰ্ঘটনাত পতিত হ’লে লাভ কৰিব বিনামূলীয়া চিকিৎসা : নীতিন গাডকাৰীয়ে কৰিলে ঘোষণা

Nation NE by Nation NE
January 9, 2025
in Top News, BIG BREAKING, ৰাজনীতি
0 0
ৰাজনীতিৰ পৰা ৰাস্তা-ঘাটলৈ…. নীতিন গাডকাৰীয়ে ক’লে বহু কথা
Share on FacebookShare on TwitterWhatsApp

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে দুৰ্ঘটনাগ্ৰস্ত লোকৰ বাবে ‘নগদবিহীন চিকিৎসা’ আঁচনিৰ ঘোষণা কৰিছে। এই আঁচনিৰ অধীনত পথ দুৰ্ঘটনাত পতিত হোৱা লোকৰ চিকিৎসাৰ বাবে চৰকাৰে ১.৫ লাখ টকা পৰ্যন্ত ব্যয় কৰিব।

এই আঁচনিৰ কথা ঘোষণা কৰি নীতিন গাডকাৰীয়ে কয়, ‘আমি ‘নগদবিহীন চিকিৎসা’ নামৰ এক নতুন আঁচনি আৰম্ভ কৰিছো। এই আঁচনিৰ অধীনত দুৰ্ঘটনা সংঘটিত হোৱাৰ ২৪ ঘন্টাৰ ভিতৰত চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীৰ সাত দিনৰ চিকিৎসাৰ খৰচ চৰকাৰে বহন কৰিব।’

এই আঁচনিৰ অধীনত দুৰ্ঘটনাগ্ৰস্ত ব্যক্তিজনৰ চিকিৎসাৰ বাবে সৰ্বাধিক ১.৫ লাখ টকা খৰচ কৰিব। অৱশ্যে এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ ২৪ ঘণ্টাৰ ভিতৰত দুৰ্ঘটনাৰ খবৰ আৰক্ষীক প্ৰদান কৰিব লাগিব। ইয়াৰ উপৰি হিট এণ্ড ৰাণ ঘটনাত মৃত্যু হোৱা লোকৰ আত্মীয়ক প্ৰদান কৰিব ২ লাখ টকাৰ এককালীন সাহায্য।

দিল্লীত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহৰ পৰিবহন মন্ত্ৰীসমূহৰ সৈতে হোৱা বৈঠকৰ পিছতে কেন্দ্ৰীয় পৰিবহন মন্ত্ৰীয়ে এই আঁচনিৰ ঘোষণা কৰে। এই বৈঠকৰ লক্ষ্য আছিল পৰিবহন নীতি উন্নত কৰা আৰু পথ সুৰক্ষা বৃদ্ধিৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজত সহযোগিতা বৃদ্ধি কৰা।

Tags: Cashless TratmentNitin GadkariRoad AccidentRoad Safety

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025