• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 4, 2026
25 °c
Guwahati
26 ° Tue
25 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ছিডনী টেষ্টত ৰোহিত ৰোহিত শৰ্মাক বিশ্ৰাম? অন্তিম টেষ্টৰ তিনিটা ডাঙৰ আপডেট…

Nation NE by Nation NE
January 2, 2025
in Top News, ক্ৰীড়া
0 0
ছিডনী টেষ্টত ৰোহিত ৰোহিত শৰ্মাক বিশ্ৰাম? অন্তিম টেষ্টৰ তিনিটা ডাঙৰ আপডেট…
Share on FacebookShare on TwitterWhatsApp

ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ পঞ্চম তথা অন্তিমখন টেষ্ট কাইলৈৰ পৰা আৰম্ভ হ’ব। ছিডনীত অনুষ্ঠিত হ’বলগীয়া এই মেচখনৰ পূৰ্বে প্ৰকাশ পাইছে এটা ডাঙৰ খবৰ। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২-১ত পিছ পৰি থকা শৃংখলাটোৰ অন্তিমখন মেচত নেখেলে অধিনায়ক ৰোহিত শৰ্মাই।

কেৱল ৰোহিত শৰ্মাই নহয় আঘাতৰ বাবে এই মেচখনত আকাশদ্বীপেও খেলিব নোৱাৰে। আকাশদ্বীপৰ ঠাইত দলে মূল একাদশত স্থান দিছে প্ৰসিদ্ধ কৃষ্ণাক। এই মেচখনত যশস্বী জয়ছোৱালৰ লগত ইনিংছ মুকলি কৰিব কে এল ৰাহুলে। ইফালে ৰোহিত শৰ্মাৰ ঠাইত দললৈ প্ৰত্যাৱৰ্তন ঘটিছে শুভমন গিলৰ।

ছিডনী টেষ্টত পুনৰবাৰ ভাৰতীয় দলে দুজন স্পিনাৰৰ সৈতে খেলপথাৰত অৱতীৰ্ণ হ’ব। দলে দুজন স্পিনাৰ ক্ৰমে ৰবীন্দ্ৰ জাদেজা আৰু ৱাশ্বিংটন সুন্দৰক দলত স্থান দিয়াৰ বিপৰীতে জশপ্ৰীত বুমৰাহ, মহম্মদ ছিৰাজ আৰু প্ৰসিদ্ধ কৃষ্ণাই বেগী বলাৰৰ ভূমিকা গ্ৰহণ কৰিব।

ৰোহিত শৰ্মাৰ অনুপস্থিতিত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিবলগীয়া অন্তিমখন মেচত জশপ্ৰীত বুমৰাহে পুনৰ এবাৰ ভাৰতীয় দলক নেতৃত্ব প্ৰদান কৰিব। বুমৰাহৰ অধিনায়কত্বতে ভাৰতে এই শৃংখলাটোৰ প্ৰথমখন মেচত জয়ী হৈছিল।

পঞ্চম টেষ্টৰ বাবে ভাৰতীয় দলৰ মূল একাদশ

যশস্বী জয়ছোৱাল, কে এল ৰাহুল, শুভমন গিল, বিৰাট কোহলী, ঋষভ পন্ত, ৰবীন্দ্ৰ জাদেজা, নিতীশ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, জশপ্ৰীত বুমৰাহ, মহম্মদ ছিৰাজ, প্ৰসিদ্ধ কৃষ্ণা।

Tags: Border-Gavaskar TrophyIndia vs AustraliaRohit SharmaShubman GillSydney Test

Related Posts

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?
Top News

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

May 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 4, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026

শীৰ্ষ সংবাদ

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025