• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, October 23, 2025
26 °c
Guwahati
25 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ; শিশুসহ ১৫ জন লোকৰ মৃত্যু

Nation NE by Nation NE
August 28, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ; শিশুসহ ১৫ জন লোকৰ মৃত্যু
Share on FacebookShare on TwitterWhatsApp

বৃহস্পতিবাৰে পুৱা ৰাছিয়াই পুনৰবাৰ ইউক্ৰেইনৰ ওপৰত ভয়াবহ আক্ৰমণ চলায়। ড্ৰ’ন আৰু মিছাইলেৰে কৰা আক্ৰমণত ৪টি শিশুসহ মুঠ ১৫ জন লোকৰ মৃত্যু হৈছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে যুদ্ধৰ অন্ত পেলোৱাৰ বাবে চলি থকা কূটনৈতিক আলোচনাৰ মাজতে ৰাছিয়াৰ এয়া উত্তৰ।

এই আক্ৰমণত ইউৰোপীয় সংঘৰ মিছনৰ মুখ্য কাৰ্যালয় আৰু ব্ৰিটিছ কাউন্সিলকে ধৰি সাতখন জিলাৰ অট্টালিকা ক্ষতিগ্ৰস্ত হয়। ইউক্ৰেইনৰ সেনাই জনোৱা মতে, সমগ্ৰ দেশতে ৰাছিয়াই নিক্ষেপ কৰা প্ৰায় ৬০০ ড্ৰ’নৰ ভিতৰত ৫৬৩টা আৰু ৩১টা ক্ষেপণাস্ত্ৰৰ ভিতৰত ২৬টা এয়াৰ ডিফেন্স চিষ্টেমে ধ্বংস কৰে।

ইউক্ৰেইনৰ সেনাই জনোৱা মতে, ৰাছিয়াই মুঠ ১৩টা স্থানত আক্ৰমণ চলাইছে। ৰাষ্ট্ৰীয় গ্ৰীড অপাৰেটৰ উক্ৰেনাৰ্গোৱে কয় যে এই আক্ৰমণত সম্পত্তি যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে।

ৰাছিয়াৰ আক্ৰমণ সন্দৰ্ভত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ‘এক্স’ত পোষ্ট কৰি লিখিছে, ‘ৰাছিয়াই আলোচনাৰ টেবুলত বহাৰ পৰিৱৰ্তে বেলিষ্টিক মিছাইল বাছি লয়। যুদ্ধৰ অন্ত পেলোৱাৰ পৰিৱৰ্তে হত্যাকাণ্ড চলাই থাকিব বিচাৰে।’

উল্লেখ্য যে, ৰাছিয়া-ইউক্ৰেইনৰ মাজত বিগত কেইবাবছৰ ধৰি চলি থকা যুদ্ধৰ অন্ত পেলাবৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰয়াস অব্যাহত ৰখাৰ মাজতে বৃহস্পতিবাৰে পুৱা ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই কৰা ভয়ংকৰ আক্ৰমণে শান্তি আলোচনাত যে ব্যাঘাত জন্মাব সেয়া স্পষ্ট হৈ পৰিল।

Tags: RussiaRussia-Ukraine WarUkraine

Related Posts

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…
Top News

October 23, 2025
INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

ট্ৰাম্পৰ শুল্কবাণৰ মাজতেই ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
Top News

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

October 23, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 23, 2025
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

October 22, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

October 22, 2025

শীৰ্ষ সংবাদ

ফেণ্টানিলক ৰাষ্ট্ৰীয় ভাবুকি হিচাপে ঘোষণা কৰাৰ প্ৰস্তুতি! কিন্তু কিয়? জানক সবিশেষ…

INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

পুটিনৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা ট্ৰাম্পৰ! ৰাছিয়াৰ দুটা প্ৰধান তেল কোম্পানীত নিষেধাজ্ঞা

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025