• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ; শিশুসহ ১৫ জন লোকৰ মৃত্যু

Nation NE by Nation NE
August 28, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ ভয়ংকৰ আক্ৰমণ; শিশুসহ ১৫ জন লোকৰ মৃত্যু
Share on FacebookShare on TwitterWhatsApp

বৃহস্পতিবাৰে পুৱা ৰাছিয়াই পুনৰবাৰ ইউক্ৰেইনৰ ওপৰত ভয়াবহ আক্ৰমণ চলায়। ড্ৰ’ন আৰু মিছাইলেৰে কৰা আক্ৰমণত ৪টি শিশুসহ মুঠ ১৫ জন লোকৰ মৃত্যু হৈছে। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে যুদ্ধৰ অন্ত পেলোৱাৰ বাবে চলি থকা কূটনৈতিক আলোচনাৰ মাজতে ৰাছিয়াৰ এয়া উত্তৰ।

এই আক্ৰমণত ইউৰোপীয় সংঘৰ মিছনৰ মুখ্য কাৰ্যালয় আৰু ব্ৰিটিছ কাউন্সিলকে ধৰি সাতখন জিলাৰ অট্টালিকা ক্ষতিগ্ৰস্ত হয়। ইউক্ৰেইনৰ সেনাই জনোৱা মতে, সমগ্ৰ দেশতে ৰাছিয়াই নিক্ষেপ কৰা প্ৰায় ৬০০ ড্ৰ’নৰ ভিতৰত ৫৬৩টা আৰু ৩১টা ক্ষেপণাস্ত্ৰৰ ভিতৰত ২৬টা এয়াৰ ডিফেন্স চিষ্টেমে ধ্বংস কৰে।

ইউক্ৰেইনৰ সেনাই জনোৱা মতে, ৰাছিয়াই মুঠ ১৩টা স্থানত আক্ৰমণ চলাইছে। ৰাষ্ট্ৰীয় গ্ৰীড অপাৰেটৰ উক্ৰেনাৰ্গোৱে কয় যে এই আক্ৰমণত সম্পত্তি যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে।

ৰাছিয়াৰ আক্ৰমণ সন্দৰ্ভত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ‘এক্স’ত পোষ্ট কৰি লিখিছে, ‘ৰাছিয়াই আলোচনাৰ টেবুলত বহাৰ পৰিৱৰ্তে বেলিষ্টিক মিছাইল বাছি লয়। যুদ্ধৰ অন্ত পেলোৱাৰ পৰিৱৰ্তে হত্যাকাণ্ড চলাই থাকিব বিচাৰে।’

উল্লেখ্য যে, ৰাছিয়া-ইউক্ৰেইনৰ মাজত বিগত কেইবাবছৰ ধৰি চলি থকা যুদ্ধৰ অন্ত পেলাবৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰয়াস অব্যাহত ৰখাৰ মাজতে বৃহস্পতিবাৰে পুৱা ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই কৰা ভয়ংকৰ আক্ৰমণে শান্তি আলোচনাত যে ব্যাঘাত জন্মাব সেয়া স্পষ্ট হৈ পৰিল।

Tags: RussiaRussia-Ukraine WarUkraine

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

April 27, 2026
কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন
Top News

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

April 27, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025