• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, June 6, 2025
29 °c
Guwahati
29 ° Sat
30 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    সাৱধান! আপোনাৰ ম’বাইলতো এই দুটা অচিনাকী নম্বৰেৰে ক’ল আহিছে নেকি?

    পত্নীক বিচাৰি ওলাল স্বামী, কিন্তু পত্নী আছিলগৈ শ্বিলঙত! খঙতে কি কৰিলে স্বামীয়ে?

    ৰাজ্যৰ বান পৰিস্থিতিক লৈ উদ্বিগ্ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, সহায়ৰ আশ্বাস

    গৱেষক শিক্ষাৰ্থীৰ পৰা লাখপতি বাইদেউলৈ… বহু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্যিক কেবিনেটৰ

    অপেক্ষাৰ অন্ত! দেশত হ’বলগীয়া লোকপিয়লৰ সময় নিৰ্ধাৰণ

    ৰেপিড’ ব্যৱহাৰকাৰীৰ বাবে ডাঙৰ খবৰ; এটা নতুন নিয়মৰ বাবে ভৰিব লাগিব অধিক ধন

    কামৰ মিছা প্ৰলোভনেৰে বহিঃৰাজ্যলৈ যুৱতী সৰবৰাহ এক দম্পতীৰ! জানক সবিশেষ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      পাকিস্তানলৈ যাব ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ

      Nation NE by Nation NE
      October 13, 2024
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      পাকিস্তানলৈ যাব ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ
      Share on FacebookShare on TwitterWhatsApp

      অহা সপ্তাহত পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া চাংহাই কো-অপাৰেচন অৰ্গেনাইজেশন (এছচিঅ’)ৰ বৈঠকত অংশগ্ৰহণ কৰিব ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে। এই খবৰ প্ৰকাশ পোৱাৰ পিছতে এতিয়া সকলোৰে দৃষ্টি নিৱদ্ধ হৈ আছে অতি স্পষ্টবাদী তথা বাকপটু জয়শংকৰৰ ওপৰত।

      উল্লেখ্য যে, অহা সপ্তাহত ইছলামবাদত অনুষ্ঠিত হ’বলগীয়া দুদিনীয়া বৈঠকত জয়শংকৰৰ উপৰি চীন আৰু ৰাছিয়াৰ প্ৰধানমন্ত্ৰীকে ধৰি অন্যান্য দেশৰ নেতাই অংশগ্ৰহণ কৰিব।

      এই বৈঠকত অৰ্থনীতি, বাণিজ্য আৰু পৰিৱেশৰ লগতে সন্ত্ৰাসবাদ, আন্তঃৰাষ্ট্রীয় অপৰাধ বিষয়ক লৈ আলোচনা কৰা হ’ব। শনিবাৰে পাকিস্তানে এই তথ্য প্ৰদান কৰে।

      পাকিস্তানৰ বৈদেশিক কাৰ্যালয়ে এক বিবৃতিত কয় যে অহা ১৫ আৰু ১৬ অক্টোবৰত এছচিঅ’ বৈঠক অনুষ্ঠিত হ’ব আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে এই শীৰ্ষ সন্মিলনখনৰ অধ্যক্ষতা কৰিব।

      এছ চি অ’ৰ সদস্য ৰাষ্ট্ৰসমূহ অৰ্থাত চীন, ৰাছিয়া, বেলাৰুছ, কাজাখস্তান, কিৰ্গিস্তান, তাজিকিস্তান আৰু উজবেকিস্তানৰ প্ৰধানমন্ত্ৰীৰ লগতে ইৰাণৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি আৰু ভাৰতৰ বৈদেশিক মন্ত্ৰীয়ে এই বৈঠকত অংশ ল’ব।

      উল্লেখ্য যে, বিগত ৯ বছৰত প্ৰথমবাৰলৈ ভাৰতৰ কোনো মন্ত্ৰীয়ে পাকিস্তান ভ্ৰমণ কৰিব। সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্কৰ অৱনতি ঘটিছিল। ইয়াৰ পিছৰে পৰা দুয়োখন দেশৰ মুৰব্বী নেতাৰ মাজত আনুষ্ঠানিক আলোচনা বা বৈঠক অনুষ্ঠিত হোৱা নাই।

      Tags: Foreign MinisterPakistanS JaishankarSCO

      Related Posts

      আজি ভাৰতীয়ৰ বাবে মুকলি হ’ল বিশ্বৰ সৰ্বোচ্চ ৰে’ল চেনাব দলং
      Top News

      June 6, 2025
      RBIৰ ডাঙৰ উপহাৰ; এতিয়াৰে পৰা হ্ৰাস পাব গৃহ-যান-বাহনৰ EMI

      কান্দোনৰ ৰোলত পৰিণত হ’ল RCBৰ বিজয় উৎসৱ; পদপিষ্ট হৈ ১১ জনৰ মৃত্যু
      Top News

      বাংগালুৰুৰ পদপিষ্ট ঘটনাক লৈ RCBৰ শীৰ্ষ বিষয়াসহ চাৰিজনক গ্ৰেপ্তাৰ

      June 6, 2025
      ‘মই সহায় নকৰিলে পৰাস্ত হ’লহেঁতেন ট্ৰাম্প’, সমুখ সমৰত আমেৰিকা ৰাষ্ট্ৰপতি আৰু মাস্ক
      Top News

      ‘মই সহায় নকৰিলে পৰাস্ত হ’লহেঁতেন ট্ৰাম্প’, সমুখ সমৰত আমেৰিকা ৰাষ্ট্ৰপতি আৰু মাস্ক

      June 6, 2025
      আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল
      Top News

      আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

      June 6, 2025
      ভাৰতত পুনৰ কোভিড; হাই এলাৰ্ট জাৰি কেন্দ্ৰীয় চৰকাৰৰ
      Top News

      দেশৰ কেইবাখনো ৰাজ্যত কৰ’ণাই লৈছে ভয়ংকৰ ৰূপ, ৪০০০ৰো অধিক সক্ৰিয় ৰোগীৰ সংখ্যা

      June 5, 2025
      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist