• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 29, 2026
24 °c
Guwahati
23 ° Thu
24 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

পাকিস্তানলৈ যাব ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ

Nation NE by Nation NE
October 13, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
পাকিস্তানলৈ যাব ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ
Share on FacebookShare on TwitterWhatsApp

অহা সপ্তাহত পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া চাংহাই কো-অপাৰেচন অৰ্গেনাইজেশন (এছচিঅ’)ৰ বৈঠকত অংশগ্ৰহণ কৰিব ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে। এই খবৰ প্ৰকাশ পোৱাৰ পিছতে এতিয়া সকলোৰে দৃষ্টি নিৱদ্ধ হৈ আছে অতি স্পষ্টবাদী তথা বাকপটু জয়শংকৰৰ ওপৰত।

উল্লেখ্য যে, অহা সপ্তাহত ইছলামবাদত অনুষ্ঠিত হ’বলগীয়া দুদিনীয়া বৈঠকত জয়শংকৰৰ উপৰি চীন আৰু ৰাছিয়াৰ প্ৰধানমন্ত্ৰীকে ধৰি অন্যান্য দেশৰ নেতাই অংশগ্ৰহণ কৰিব।

এই বৈঠকত অৰ্থনীতি, বাণিজ্য আৰু পৰিৱেশৰ লগতে সন্ত্ৰাসবাদ, আন্তঃৰাষ্ট্রীয় অপৰাধ বিষয়ক লৈ আলোচনা কৰা হ’ব। শনিবাৰে পাকিস্তানে এই তথ্য প্ৰদান কৰে।

পাকিস্তানৰ বৈদেশিক কাৰ্যালয়ে এক বিবৃতিত কয় যে অহা ১৫ আৰু ১৬ অক্টোবৰত এছচিঅ’ বৈঠক অনুষ্ঠিত হ’ব আৰু পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে এই শীৰ্ষ সন্মিলনখনৰ অধ্যক্ষতা কৰিব।

এছ চি অ’ৰ সদস্য ৰাষ্ট্ৰসমূহ অৰ্থাত চীন, ৰাছিয়া, বেলাৰুছ, কাজাখস্তান, কিৰ্গিস্তান, তাজিকিস্তান আৰু উজবেকিস্তানৰ প্ৰধানমন্ত্ৰীৰ লগতে ইৰাণৰ প্ৰথম উপ-ৰাষ্ট্ৰপতি আৰু ভাৰতৰ বৈদেশিক মন্ত্ৰীয়ে এই বৈঠকত অংশ ল’ব।

উল্লেখ্য যে, বিগত ৯ বছৰত প্ৰথমবাৰলৈ ভাৰতৰ কোনো মন্ত্ৰীয়ে পাকিস্তান ভ্ৰমণ কৰিব। সন্ত্ৰাসবাদী কাৰ্যকলাপৰ বাবে ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্কৰ অৱনতি ঘটিছিল। ইয়াৰ পিছৰে পৰা দুয়োখন দেশৰ মুৰব্বী নেতাৰ মাজত আনুষ্ঠানিক আলোচনা বা বৈঠক অনুষ্ঠিত হোৱা নাই।

Tags: Foreign MinisterPakistanS JaishankarSCO

Related Posts

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস
Top News

April 29, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 29, 2026
পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি
Top News

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি

April 28, 2026
৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

শীৰ্ষ সংবাদ

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025