• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, December 8, 2025
19 °c
Guwahati
18 ° Tue
18 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৯ বছৰৰ পিছত পাকিস্তানত ভাৰতৰ বৈদেশিক মন্ত্ৰী; থাকিব মাত্ৰ ২৪ ঘণ্টা..

Nation NE by Nation NE
October 15, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
৯ বছৰৰ পিছত পাকিস্তানত ভাৰতৰ বৈদেশিক মন্ত্ৰী; থাকিব মাত্ৰ ২৪ ঘণ্টা..
Share on FacebookShare on TwitterWhatsApp

বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে আজি চাংহাই কো-অপাৰেচন অৰ্গেনাইজেশন (এছচিঅ’)ৰ সন্মিলনত ভাগ ল’বলৈ পাকিস্তানত উপস্থিত হ’ব। বহু বছৰৰ পাছত এইটোৱেই হ’ব ভাৰতৰ প্ৰথমটো উচ্চ পৰ্যায়ৰ পাকিস্তান ভ্ৰমণ।

জয়শংকৰে আজি সন্ধিয়া ইছলামাবাদত উপস্থিত হোৱাৰ পিছত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে এছ চি অ’ৰ সদস্য দেশৰ প্ৰতিনিধিৰ বাবে আয়োজন কৰা আদৰণি তথা নৈশ ভোজত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, ভাৰত আৰু পাকিস্তান দুয়োখন দেশেই ইতিমধ্যে স্পষ্ট কৰি দিছে যে এই সন্মিলনৰ সময়ত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু তেওঁৰ পাকিস্তানী সমকক্ষ ইছহাক দাৰৰ মাজত কোনো ধৰণৰ দ্বিপাক্ষিক আলোচনা নহ’ব।

প্ৰায় ৯ বছৰৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে কোনো ভাৰতীয় বিদেশ মন্ত্ৰী পাকিস্তান ভ্ৰমণ কৰিব। ২০১৫ চনৰ ডিচেম্বৰ মাহত সুষমা স্বৰাজে শেষবাৰৰ বাবে পাকিস্তান ভ্ৰমণ কৰিছিল, য’ত তেওঁ আফগানিস্তান সম্পৰ্কীয় এখন সন্মিলনত অংশগ্ৰহণ কৰিছিল।

ভাৰতৰ বৈদেশিক মন্ত্ৰী জয়শংকৰে ২৪ ঘণ্টাতকৈও কম সময় অতিবাহিত কৰিব পাকিস্তানত। ইছলামাবাদত উপস্থিত হোৱাৰ পিছত জয়শংকৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে এছ চি অ’ৰ সদস্য দেশৰ প্ৰতিনিধিৰ বাবে আয়োজন কৰা আদৰণি তথা নৈশ ভোজত অংশগ্ৰহণ কৰিব।

১৬ আৰু ১৭ অক্টোবৰত ইছলামাবাদত অনুষ্ঠিত হ’ব চাংহাই কো-অপাৰেচন অৰ্গেনাইজেশন (এছচিঅ’)ৰ বৈঠক।

উল্লেখ্য যে, ২০১৯ চনত পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণ আৰু বালাকোটত হোৱা চাৰ্জিকেল ষ্ট্ৰাইকৰ পিছৰে পৰা ভাৰত-পাকিস্তানৰ সম্পৰ্কত ফাঁট মেলিছিল। ইয়াৰ পাছত ২০১৯ চনৰ আগষ্ট মাহত ভাৰতে জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা আঁতৰোৱাৰ সিদ্ধান্তই সম্পৰ্ক আৰু অধিক অৱনতি ঘটায়।

ইয়াৰ উপৰি, সন্ত্ৰাসবাদী কাৰ্যকলাপক প্ৰশ্ৰয় দিয়াৰ বাবেই ভাৰতে পাকিস্তানৰ সৈতে সম্পৰ্ক ৰখাৰ পৰা আঁতৰি আহিছে।

Tags: IndiaPakistanS JaishankarSCO Summit

Related Posts

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…
Top News

December 8, 2025
আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

ভাৰততকৈ অৰ্ধ ৰাছিয়াৰ GDP! বিশ্বৰ বৃহত্তম অৰ্থনীতিৰ ভিতৰত ৰাছিয়াৰ স্থান ক’ত?
Top News

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

December 8, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

December 8, 2025
‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

December 7, 2025

শীৰ্ষ সংবাদ

৪০ বছৰৰ তলৰ মহিলাসকলে কিয় অধিক হাৰ্ট এটেকত আক্ৰান্ত হয়? জানক সবিশেষ…

আটাইতকৈ নিম্ন এই ক্ষুদ্ৰ মুছলমান দেশখনৰ ঋণ! সকলো বিনামূলীয়া, নাগৰিকে দিব নালাগে আয়কৰ

ভয়াৱহ ইণ্ডিগ’ৰ পৰিস্থিতি! ২০০ৰো অধিক বিমান বাতিল, দিল্লী বিমানবন্দৰৰ পৰামৰ্শ প্ৰদান…

পুনৰ ষড়যন্ত্ৰ ৰাছিয়াৰ বিৰুদ্ধে! পুটিনৰ ভাৰত ভ্ৰমণৰ অন্তত কিয় কৰিছে ইউৰোপৰ দেশসমূহে?

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

‘বাবৰি মছজিদৰ স্মৃতিত নিৰ্মাণ হ’ব এটা স্মৃতিসৌধ’, ঘোষণা এই মুছলমান সংগঠনৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025