• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 29, 2026
24 °c
Guwahati
23 ° Thu
24 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৯ বছৰৰ পিছত পাকিস্তানত ভাৰতৰ বৈদেশিক মন্ত্ৰী; থাকিব মাত্ৰ ২৪ ঘণ্টা..

Nation NE by Nation NE
October 15, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
৯ বছৰৰ পিছত পাকিস্তানত ভাৰতৰ বৈদেশিক মন্ত্ৰী; থাকিব মাত্ৰ ২৪ ঘণ্টা..
Share on FacebookShare on TwitterWhatsApp

বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে আজি চাংহাই কো-অপাৰেচন অৰ্গেনাইজেশন (এছচিঅ’)ৰ সন্মিলনত ভাগ ল’বলৈ পাকিস্তানত উপস্থিত হ’ব। বহু বছৰৰ পাছত এইটোৱেই হ’ব ভাৰতৰ প্ৰথমটো উচ্চ পৰ্যায়ৰ পাকিস্তান ভ্ৰমণ।

জয়শংকৰে আজি সন্ধিয়া ইছলামাবাদত উপস্থিত হোৱাৰ পিছত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে এছ চি অ’ৰ সদস্য দেশৰ প্ৰতিনিধিৰ বাবে আয়োজন কৰা আদৰণি তথা নৈশ ভোজত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে, ভাৰত আৰু পাকিস্তান দুয়োখন দেশেই ইতিমধ্যে স্পষ্ট কৰি দিছে যে এই সন্মিলনৰ সময়ত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু তেওঁৰ পাকিস্তানী সমকক্ষ ইছহাক দাৰৰ মাজত কোনো ধৰণৰ দ্বিপাক্ষিক আলোচনা নহ’ব।

প্ৰায় ৯ বছৰৰ পিছত এইবাৰ প্ৰথমবাৰৰ বাবে কোনো ভাৰতীয় বিদেশ মন্ত্ৰী পাকিস্তান ভ্ৰমণ কৰিব। ২০১৫ চনৰ ডিচেম্বৰ মাহত সুষমা স্বৰাজে শেষবাৰৰ বাবে পাকিস্তান ভ্ৰমণ কৰিছিল, য’ত তেওঁ আফগানিস্তান সম্পৰ্কীয় এখন সন্মিলনত অংশগ্ৰহণ কৰিছিল।

ভাৰতৰ বৈদেশিক মন্ত্ৰী জয়শংকৰে ২৪ ঘণ্টাতকৈও কম সময় অতিবাহিত কৰিব পাকিস্তানত। ইছলামাবাদত উপস্থিত হোৱাৰ পিছত জয়শংকৰে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে এছ চি অ’ৰ সদস্য দেশৰ প্ৰতিনিধিৰ বাবে আয়োজন কৰা আদৰণি তথা নৈশ ভোজত অংশগ্ৰহণ কৰিব।

১৬ আৰু ১৭ অক্টোবৰত ইছলামাবাদত অনুষ্ঠিত হ’ব চাংহাই কো-অপাৰেচন অৰ্গেনাইজেশন (এছচিঅ’)ৰ বৈঠক।

উল্লেখ্য যে, ২০১৯ চনত পুলৱামা সন্ত্ৰাসবাদী আক্ৰমণ আৰু বালাকোটত হোৱা চাৰ্জিকেল ষ্ট্ৰাইকৰ পিছৰে পৰা ভাৰত-পাকিস্তানৰ সম্পৰ্কত ফাঁট মেলিছিল। ইয়াৰ পাছত ২০১৯ চনৰ আগষ্ট মাহত ভাৰতে জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা আঁতৰোৱাৰ সিদ্ধান্তই সম্পৰ্ক আৰু অধিক অৱনতি ঘটায়।

ইয়াৰ উপৰি, সন্ত্ৰাসবাদী কাৰ্যকলাপক প্ৰশ্ৰয় দিয়াৰ বাবেই ভাৰতে পাকিস্তানৰ সৈতে সম্পৰ্ক ৰখাৰ পৰা আঁতৰি আহিছে।

Tags: IndiaPakistanS JaishankarSCO Summit

Related Posts

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস
Top News

April 29, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 29, 2026
পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি
Top News

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি

April 28, 2026
৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

শীৰ্ষ সংবাদ

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025