• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 9, 2026
27 °c
Guwahati
27 ° Sun
25 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

শচীন তেণ্ডুলকাৰৰ কন্যাৰ বাবে ভাল খবৰ, এই সিদ্ধান্তৰ দ্বাৰা উপকৃত হ’ব অষ্ট্ৰেলিয়া

Nation NE by Nation NE
August 7, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
শচীন তেণ্ডুলকাৰৰ কন্যাৰ বাবে ভাল খবৰ, এই সিদ্ধান্তৰ দ্বাৰা উপকৃত হ’ব অষ্ট্ৰেলিয়া
Share on FacebookShare on TwitterWhatsApp

অষ্ট্ৰেলিয়া চৰকাৰে নিজৰ দেশত পৰ্যটনৰ প্ৰসাৰৰ বাবে এক অভিযান আৰম্ভ কৰিবলৈ ওলাইছে। অষ্ট্ৰেলিয়াৰ এই অভিযানৰ লগত ছাৰা টেণ্ডুলকাৰৰ নাম জড়িত হৈছে।

আচলতে অষ্ট্ৰেলিয়া চৰকাৰে ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ শচীন টেণ্ডুলকাৰৰ কন্যা ছাৰা টেণ্ডুলকাৰক এই নতুন পৰ্যটন অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপে লৈছে। শচীন তেণ্ডুলকাৰৰ কন্যা ছাৰাৰ বাবে এইয়া এক ভাল খবৰ কাৰণ ছাৰাই বহুবাৰ অষ্ট্ৰেলিয়া ভ্ৰমণ কৰিছে।

এই পৰ্যটন অভিযানৰ বাজেট ১৩ কোটি ডলাৰ, অৰ্থাৎ এই অভিযানত মুঠ ১১৩৭ কোটি টকা ব্যয় কৰা হ’ব। এই অভিযানৰ উদ্দেশ্য হৈছে আন্তঃৰাষ্ট্ৰীয় পৰ্যটকসকলক অষ্ট্ৰেলিয়াত ছুটী কটাবলৈ প্ৰেৰণা দিয়া। অষ্ট্ৰেলিয়াৰ এই অভিযানে পৃথিৱীৰ বহু ডাঙৰ দেশত ভৰি মেলিবলৈ গৈছে।

অষ্ট্ৰেলিয়াৰ এই পৰ্যটন অভিযান কেৱল ভাৰততে নহয়, আমেৰিকা, জাপান, ব্ৰিটেইন, চীন আদি বৃহৎ দেশতো হ’ব। এই অভিযানৰ অধীনত প্ৰতিখন দেশৰ পৰা জনপ্ৰিয় মুখ এখনক এই অভিযানৰ অংশ হিচাপে গঢ়ি তোলা হ’ব। এইদৰে অষ্ট্ৰেলিয়াৰ পৰ্যটনক প্ৰসাৰিত কৰা হ’ব। ১৩ কোটি ডলাৰৰ এই পৰ্যটন অভিযান ৭ আগষ্টৰ পৰা আৰম্ভ হ’ব।

অষ্ট্ৰেলিয়াৰ পৰ্যটন অভিযানৰ অধীনত শচীন টেণ্ডুলকাৰৰ কন্যা ছাৰা টেণ্ডুলকাৰে অষ্ট্ৰেলিয়াত কটোৱা অভিজ্ঞতা ৰাইজৰ সৈতে ভাগ কৰিব। উল্লেখ্য যে, এই নতুন অভিযানত ভাৰতৰ ছাৰা টেণ্ডুলকাৰ, আমেৰিকাত ৰবাৰ্ট ইৰউইন, ব্ৰিটেইনৰ নিগেলা লছন, চীনৰ যোছ ইউ আৰু জাপানৰ আবাৰেৰু-কুন অন্তৰ্ভুক্ত কৰা হৈছে।

Tags: AustraliaSachin TendulkarTourism

Related Posts

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 9, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 9, 2026
WHO ৰ সতৰ্কবাণীঃ ক’ৰোনাৰ দৰে ভাবুকি কঢ়িয়াই আনিব পাৰে নেকি হান্টাভাইৰাছে? লক্ষণসমূহৰ বিষয়ে সবিশেষ…
Top News

WHO ৰ সতৰ্কবাণীঃ ক’ৰোনাৰ দৰে ভাবুকি কঢ়িয়াই আনিব পাৰে নেকি হান্টাভাইৰাছে? লক্ষণসমূহৰ বিষয়ে সবিশেষ…

May 8, 2026
নাগপুৰৰ বিধ্বংসী অ*গ্নি*কাণ্ড: গুদামত থকা ৪০০ ৰো অধিক গাড়ী ধ্বংস…
Top News

নাগপুৰৰ বিধ্বংসী অ*গ্নি*কাণ্ড: গুদামত থকা ৪০০ ৰো অধিক গাড়ী ধ্বংস…

May 8, 2026
কোন হ’ব বংগৰ নতুন মুখ্যমন্ত্ৰী? তালিকাৰ দৌৰত আগবাঢ়ি আছে এই ৪ নাম
Top News

কোন হ’ব বংগৰ নতুন মুখ্যমন্ত্ৰী? তালিকাৰ দৌৰত আগবাঢ়ি আছে এই ৪ নাম

May 8, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 8, 2026

শীৰ্ষ সংবাদ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

WHO ৰ সতৰ্কবাণীঃ ক’ৰোনাৰ দৰে ভাবুকি কঢ়িয়াই আনিব পাৰে নেকি হান্টাভাইৰাছে? লক্ষণসমূহৰ বিষয়ে সবিশেষ…

নাগপুৰৰ বিধ্বংসী অ*গ্নি*কাণ্ড: গুদামত থকা ৪০০ ৰো অধিক গাড়ী ধ্বংস…

কোন হ’ব বংগৰ নতুন মুখ্যমন্ত্ৰী? তালিকাৰ দৌৰত আগবাঢ়ি আছে এই ৪ নাম

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025