• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, December 12, 2025
18 °c
Guwahati
19 ° Sat
19 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সংকটত ‘ক্ৰিকেটৰ ভগৱান’ৰ অভিলেখ! নিচেই ওচৰত এইগৰাকী তাৰকা

Nation NE by Nation NE
October 12, 2024
in Top News, ক্ৰীড়া
0 0
সংকটত ‘ক্ৰিকেটৰ ভগৱান’ৰ অভিলেখ! নিচেই ওচৰত এইগৰাকী তাৰকা
Share on FacebookShare on TwitterWhatsApp

ইংলেণ্ডৰ তাৰকা টেষ্ট বেটছমেন জ’ ৰুটে সুন্দৰ ফৰ্ম অব্যাহত ৰাখি এটাৰ পিছত এটা দৰ্শণীয় শতকীয় ইনিংছেৰে মন জিনিছে ক্ৰিকেট অনুৰাগীৰ। শেহতীয়াকৈ মুলতানত পাকিস্তানৰ বিৰুদ্ধে খেলা টেষ্ট মেচত ৰুটে খেলা ২৬২ ৰানৰ ইনিংছটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে। এইটোৱেই আছিল ৰুটৰ টেষ্ট কেৰিয়াৰৰ সৰ্বোত্তম স্ক’ৰ।

ৰুটে এইপৰ্যন্ত ১৪৭খন টেষ্ট মেচৰ ২৬৮ ইনিংছত ৫১.৪৭ গড়ে ১২,৬৬৪ ৰান সংগ্ৰহ কৰিছে। টেষ্ট ক্ৰিকেটত এই পৰ্যন্ত ৩৫টা শতক আৰু ৬৪টা অৰ্ধশতক অৰ্জন কৰিছে ৰুটে।

২০২০ চনৰ পৰা জ’ ৰুটে মুঠ ৫৮খন টেষ্ট মেচ খেলিছে, য’ত তেওঁ ৫৬.৪৩ৰ আকৰ্ষণীয় গড়ৰ সহায়ত ৫৩০৫ ৰান সংগ্ৰহ কৰিছে। ২০২০ চনৰ পৰা ৰুটে ১৮টা শতক আৰু ১৯টা অৰ্ধশতক অৰ্জন কৰিছে।

টেষ্ট ক্ৰিকেটত ৰুটে যি গতিবেগেৰে বিধ্বংসী ৰূপ ধাৰণ কৰিছে, সেয়া লক্ষ্য কৰিলে অহা ৩ বছৰত তেওঁ ভাৰতৰ মহান বেটছমেন শচীন তেণ্ডুলকাৰৰ নামত থকা ১৫,৯২১ টেষ্ট ৰানৰ বিশ্ব অভিলেখ ভংগ কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। ৰুটৰ বয়স এতিয়া ৩৩ বছৰ। সেই দিশৰ পৰা চাব গ’লে তেওঁ আৰু অনায়াসে তিনিবছৰ খেলিব পাৰিব আৰু যদিহে তেওঁৰ এই ফৰ্ম অব্যাহত থাকে তেন্তে শচীনৰ নামত থকা অভিলেখ ভংগ হ’ব।

২০২০ চনৰ পৰা ৰুটৰ যাত্ৰা

২০২০ বৰ্ষ – ৪৬৪ টেষ্ট ৰান, ০ শতক

২০২১ বৰ্ষ – ১৭০৮ টেষ্ট ৰান, ৬ শতক

২০২২ বৰ্ষ – ১০৯৮ টেষ্ট ৰান, ৫ শতক

২০২৩ বৰ্ষ – ৭৮৭ টেষ্ট ৰান, ২ শতক

২০২৪ বৰ্ষ – ১২৪৮ টেষ্ট ৰান, ৫ শতক

সংকটত ক্ৰিকেটৰ ভগৱানৰ মহাঅভিলেখ

ৰুটে এতিয়ালৈকে ১৪৭খন টেষ্ট মেচৰ ২৬৮ ইনিংছত ১২,৬৬৪ ৰান সংগ্ৰহ কৰিছে। শচীন তেণ্ডুলকাৰৰ ১৫,৯২১ টেষ্ট ৰানৰ বিশ্ব অভিলেখ ভংগ কৰিবলৈ ৰুটক প্ৰয়োজন মাত্ৰ ৩,২৫৭ ৰান। অহা ৩ বছৰত ৰুটে এই কৃতিত্ব সহজে অৰ্জন কৰিব বুলি অনুমান কৰা হৈছে।

টেষ্ট ক্ৰিকেটত সৰ্বাধিক ৰান

১) শচীন তেণ্ডুলকাৰ (ভাৰত) – ১৫,৯২১ ৰান

২) ৰিকি পণ্টিং (অষ্ট্ৰেলিয়া) – ১৩,৩৭৮ ৰান

৩) জেক কালিছ (দক্ষিণ আফ্ৰিকা) – ১৩,২৮৯ ৰান

৪) ৰাহুল দ্ৰাবিড় (ভাৰত) – ১৩,২৮৮ ৰান

৫) জো ৰুট (ইংলেণ্ড) – ১২,৬৬৪ ৰান

ভাৰতৰ মহান বেটছমেন শচীন তেণ্ডুলকাৰক ক্ৰিকেটৰ ভগৱান বুলি কোৱা হয়। শচীন তেণ্ডুলকাৰে নিজৰ কেৰিয়াৰত এদিনীয়াত ১৮,৪২৬ ৰান আৰু টেষ্টত ১৫,৯২১ ৰান সংগ্ৰহ কৰিছে। এদিনীয়াত ৪৯টা শতক আৰু টেষ্টত ৫১টা শতক অৰ্জন কৰিছে শচীন তেণ্ডুলকাৰৰ। শচীন তেণ্ডুলকাৰৰ নামত ক্ৰিকেটৰ সকলো ফৰ্মেটকে ধৰি ১০০টা আন্তঃৰাষ্ট্ৰীয় শতক আছে।

টেষ্ট ক্ৰিকেটত সৰ্বাধিক শতক

১) শচীন তেণ্ডুলকাৰ (ভাৰত) – ৫১ টা শতক

২) জেক কালিছ (দক্ষিণ আফ্ৰিকা) – ৪৫ টা শতক

৩) ৰিকি পণ্টিং (অষ্ট্ৰেলিয়া) – ৪১ টা শতক

৪) কুমাৰ সাংগাকাৰা (শ্ৰীলংকা) – ৩৮ টা শতক

৫) ৰাহুল দ্ৰাবিড় (ভাৰত) – ৩৬ টা শতক

৬) জ’ ৰুট (ইংলেণ্ড) – ৩৫ টা শতক

Tags: JoeJoe RootSachin TendulkarTest RunWorld Record

Related Posts

জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!
Top News

December 12, 2025
চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?
Top News

চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

December 12, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 11, 2025
এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা  হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ,  বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ
Top News

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

December 11, 2025
জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025

শীৰ্ষ সংবাদ

জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইবাৰ কোনখন দেশে ভাৰতৰ ওপৰত আৰোপ কৰিছে ৫০% শুল্ক? জানক কেতিয়াৰ পৰা হ’ব কাৰ্যকৰী…

ম্যানমাৰত গৃহযুদ্ধৰ বিধ্বংসী ৰূপ, বিমান আক্ৰমণত প্ৰাণহানি প্ৰায় ৩০ জনৰো অধিক লোকৰ

কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025