• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

সংকটত ‘ক্ৰিকেটৰ ভগৱান’ৰ অভিলেখ! নিচেই ওচৰত এইগৰাকী তাৰকা

Nation NE by Nation NE
October 12, 2024
in Top News, ক্ৰীড়া
0 0
সংকটত ‘ক্ৰিকেটৰ ভগৱান’ৰ অভিলেখ! নিচেই ওচৰত এইগৰাকী তাৰকা
Share on FacebookShare on TwitterWhatsApp

ইংলেণ্ডৰ তাৰকা টেষ্ট বেটছমেন জ’ ৰুটে সুন্দৰ ফৰ্ম অব্যাহত ৰাখি এটাৰ পিছত এটা দৰ্শণীয় শতকীয় ইনিংছেৰে মন জিনিছে ক্ৰিকেট অনুৰাগীৰ। শেহতীয়াকৈ মুলতানত পাকিস্তানৰ বিৰুদ্ধে খেলা টেষ্ট মেচত ৰুটে খেলা ২৬২ ৰানৰ ইনিংছটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে। এইটোৱেই আছিল ৰুটৰ টেষ্ট কেৰিয়াৰৰ সৰ্বোত্তম স্ক’ৰ।

ৰুটে এইপৰ্যন্ত ১৪৭খন টেষ্ট মেচৰ ২৬৮ ইনিংছত ৫১.৪৭ গড়ে ১২,৬৬৪ ৰান সংগ্ৰহ কৰিছে। টেষ্ট ক্ৰিকেটত এই পৰ্যন্ত ৩৫টা শতক আৰু ৬৪টা অৰ্ধশতক অৰ্জন কৰিছে ৰুটে।

২০২০ চনৰ পৰা জ’ ৰুটে মুঠ ৫৮খন টেষ্ট মেচ খেলিছে, য’ত তেওঁ ৫৬.৪৩ৰ আকৰ্ষণীয় গড়ৰ সহায়ত ৫৩০৫ ৰান সংগ্ৰহ কৰিছে। ২০২০ চনৰ পৰা ৰুটে ১৮টা শতক আৰু ১৯টা অৰ্ধশতক অৰ্জন কৰিছে।

টেষ্ট ক্ৰিকেটত ৰুটে যি গতিবেগেৰে বিধ্বংসী ৰূপ ধাৰণ কৰিছে, সেয়া লক্ষ্য কৰিলে অহা ৩ বছৰত তেওঁ ভাৰতৰ মহান বেটছমেন শচীন তেণ্ডুলকাৰৰ নামত থকা ১৫,৯২১ টেষ্ট ৰানৰ বিশ্ব অভিলেখ ভংগ কৰাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। ৰুটৰ বয়স এতিয়া ৩৩ বছৰ। সেই দিশৰ পৰা চাব গ’লে তেওঁ আৰু অনায়াসে তিনিবছৰ খেলিব পাৰিব আৰু যদিহে তেওঁৰ এই ফৰ্ম অব্যাহত থাকে তেন্তে শচীনৰ নামত থকা অভিলেখ ভংগ হ’ব।

২০২০ চনৰ পৰা ৰুটৰ যাত্ৰা

২০২০ বৰ্ষ – ৪৬৪ টেষ্ট ৰান, ০ শতক

২০২১ বৰ্ষ – ১৭০৮ টেষ্ট ৰান, ৬ শতক

২০২২ বৰ্ষ – ১০৯৮ টেষ্ট ৰান, ৫ শতক

২০২৩ বৰ্ষ – ৭৮৭ টেষ্ট ৰান, ২ শতক

২০২৪ বৰ্ষ – ১২৪৮ টেষ্ট ৰান, ৫ শতক

সংকটত ক্ৰিকেটৰ ভগৱানৰ মহাঅভিলেখ

ৰুটে এতিয়ালৈকে ১৪৭খন টেষ্ট মেচৰ ২৬৮ ইনিংছত ১২,৬৬৪ ৰান সংগ্ৰহ কৰিছে। শচীন তেণ্ডুলকাৰৰ ১৫,৯২১ টেষ্ট ৰানৰ বিশ্ব অভিলেখ ভংগ কৰিবলৈ ৰুটক প্ৰয়োজন মাত্ৰ ৩,২৫৭ ৰান। অহা ৩ বছৰত ৰুটে এই কৃতিত্ব সহজে অৰ্জন কৰিব বুলি অনুমান কৰা হৈছে।

টেষ্ট ক্ৰিকেটত সৰ্বাধিক ৰান

১) শচীন তেণ্ডুলকাৰ (ভাৰত) – ১৫,৯২১ ৰান

২) ৰিকি পণ্টিং (অষ্ট্ৰেলিয়া) – ১৩,৩৭৮ ৰান

৩) জেক কালিছ (দক্ষিণ আফ্ৰিকা) – ১৩,২৮৯ ৰান

৪) ৰাহুল দ্ৰাবিড় (ভাৰত) – ১৩,২৮৮ ৰান

৫) জো ৰুট (ইংলেণ্ড) – ১২,৬৬৪ ৰান

ভাৰতৰ মহান বেটছমেন শচীন তেণ্ডুলকাৰক ক্ৰিকেটৰ ভগৱান বুলি কোৱা হয়। শচীন তেণ্ডুলকাৰে নিজৰ কেৰিয়াৰত এদিনীয়াত ১৮,৪২৬ ৰান আৰু টেষ্টত ১৫,৯২১ ৰান সংগ্ৰহ কৰিছে। এদিনীয়াত ৪৯টা শতক আৰু টেষ্টত ৫১টা শতক অৰ্জন কৰিছে শচীন তেণ্ডুলকাৰৰ। শচীন তেণ্ডুলকাৰৰ নামত ক্ৰিকেটৰ সকলো ফৰ্মেটকে ধৰি ১০০টা আন্তঃৰাষ্ট্ৰীয় শতক আছে।

টেষ্ট ক্ৰিকেটত সৰ্বাধিক শতক

১) শচীন তেণ্ডুলকাৰ (ভাৰত) – ৫১ টা শতক

২) জেক কালিছ (দক্ষিণ আফ্ৰিকা) – ৪৫ টা শতক

৩) ৰিকি পণ্টিং (অষ্ট্ৰেলিয়া) – ৪১ টা শতক

৪) কুমাৰ সাংগাকাৰা (শ্ৰীলংকা) – ৩৮ টা শতক

৫) ৰাহুল দ্ৰাবিড় (ভাৰত) – ৩৬ টা শতক

৬) জ’ ৰুট (ইংলেণ্ড) – ৩৫ টা শতক

Tags: JoeJoe RootSachin TendulkarTest RunWorld Record

Related Posts

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026

শীৰ্ষ সংবাদ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025