• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৰাম জন্মভূমিত ৰাৱণৰ পূজা; ৰাৱণ দাহনৰ বিপৰীতে ৰাৱণ পূজা

Nation NE by Nation NE
October 12, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
ৰাম জন্মভূমিত ৰাৱণৰ পূজা; ৰাৱণ দাহনৰ বিপৰীতে ৰাৱণ পূজা
Share on FacebookShare on TwitterWhatsApp

‘মই লংকেশ’… ৰামায়ণৰ ৰাৱণৰ চৰিত্ৰত অভিনয় কৰা চৰিত্ৰটোৱে এই কথা কোৱা আপুনি নিশ্চয় শুনিছে। কিন্তু, মধ্যপ্ৰদেশৰ জবলপুৰত আছে এজন প্ৰকৃত লংকেশ। পেছাত দৰ্জী সন্তোষ নামদেৱ নামৰ লোকজনক সাধাৰণ লোকে ‘লংকেশ’ নামেৰে চিনি পায়।

লংকেশৰ দুজন পুত্ৰ আছে, যাৰ নাম ৰাখিছে মেঘনাথ আৰু অক্ষয়। লংকেশে ১৯৭৫ চনৰ পৰা অৰ্থাৎ যোৱা ৪৯ বছৰ ধৰি ৰাৱণ পূজা কৰি আহিছে।

নৱৰাত্ৰিৰ সময়ত যেতিয়া মানুহে মা দুৰ্গা দেৱীৰ মূৰ্তি প্ৰতিষ্ঠা কৰে তেতিয়া লংকেশে ৰাৱণৰ মূৰ্তি স্থাপন কৰে। বিজয়া দশমীৰ দিনা যেতিয়া মানুহে ৰাৱণৰ প্ৰতিমূৰ্তি দাহ কৰে সেই সময়ত তেওঁ ৰাৱণৰ মূৰ্তি বিসৰ্জন দিয়ে। সন্তোষৰ এই অনন্য ভক্তিই তেওঁক লংকেশ হিচাপে পৰিচিত কৰি তুলিছে।

উল্লেখ্য যে, জবলপুৰৰ পাটন গাঁৱৰ বাসিন্দা সন্তোষ নামদেৱ ওৰফে লংকেশ পেচাত এগৰাকী দৰ্জী। তেওঁ সৰুৰে পৰা ৰামলীলা চাবলৈ গৈছিল। কিছু ডাঙৰ হোৱাৰ পিছত তেওঁ ভগৱান ৰাম আৰু ৰাৱণৰ সেনাত সৈনিক হিচাপে চৰিত্ৰ ৰূপায়নৰ সুযোগ লাভ কৰিছিল। ইয়াৰ কিছু বছৰ পিছত তেওঁ ৰামলীলাৰ ৰাৱনৰ চৰিত্ৰত অভিনয় কৰে।

ৰাৱনৰ চৰিত্ৰত অভিনয় কৰাৰ পিছৰে পৰা তেওঁ লংকাপতি ৰাৱণৰ বিষয়ে অধিক জানিব পাৰি ভক্তি ভাৱ বাঢ়ি আহে। ৰাৱণৰ ভক্তিত ইমানেই বিহ্বল হৈছিল যে তেওঁ নিজৰ ল’ৰা সন্তান দুটিৰ নাম মেঘনাথ আৰু অক্ষয় ৰাখে। ৰাৱণৰ দুই পুত্ৰৰ নামো আছিল মেঘনাথ আৰু অক্ষয়।

সন্তোষ নামদেৱ ওৰফে লংকেশে যোৱা ৫০ বছৰ ধৰি ৰাৱণক পূজা কৰি আহিছে। নৱৰাত্ৰিৰ পঞ্চম দিনা ৰাৱণৰ মূৰ্তি স্থাপন কৰে। এই সময়ত ৰাৱণক পুৱা আৰু গধূলি পূজা কৰিব লাগে। দুৰ্গা পূজাৰ দশমীৰ দিনা ৰাৱণৰ মূৰ্তি বিসৰ্জন দিয়ে। ইয়াৰ বাবে অতি আড়ম্বৰপূৰ্ণভাৱে শোভাযাত্ৰা উলিওৱা হয়, য’ত গাঁৱৰ শ শ লোকে অংশগ্ৰহণ কৰে। লংকেশে ৰাৱণক নিজৰ গুৰু আৰু প্ৰিয় দেৱতা বুলি গণ্য কৰে।

ৰাৱণক পূজা কৰি অহা সন্দৰ্ভত লংকেশে কয় যে ৰজা ৰাৱণৰ ভাল-বেয়া দুয়োটা দিশে আছিল, কিন্তু মই তেওঁৰ ভালখিনিৰ বাবেহে পূজা কৰো। ৰাৱণ বহু জ্ঞানী আৰু পণ্ডিত আছিল। তেওঁৰ কোনো দোষ নাছিল। মই বিগত ৪৯ বছৰ ধৰি ৰাৱণ পূজা কৰি আহিছো, মই মোৰ জীৱনত যি পাইছো সেয়া সকলো তেওঁৰ বাবে হৈছে।

লংকাৰ শাসক ৰাৱণে যি কৰিছিল সেয়া নিজৰ অসুৰ বংশক বচাবলৈ কৰিছিল। তেওঁ সীতা মাক অপহৰণ কৰি অশোক বাটিকাত ৰাখিছিল, য’ত কেৱল মানুহ আৰু অসুৰেই নহয়, আনকি জীৱ-জন্তু-পক্ষীকো তাত যোৱাৰ অনুমতি দিয়া হোৱা নাছিল।

Tags: RavanaSantosh Namdev

Related Posts

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট
Top News

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

April 27, 2026
পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!
Top News

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

April 27, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন
Top News

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

April 27, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026

শীৰ্ষ সংবাদ

‘ডিজিটেল ইমাৰ্জেন্সি’ সন্মুখীন ইৰাণ, ৫৭ দিনৰ বাবে বন্ধ ইণ্টাৰনেট

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025