• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 7, 2025
18 °c
Guwahati
18 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা ৬৫ লাখ লোকৰ সবিশেষ উপলব্ধ কৰক ৱেবছাইটত : নিৰ্বাচন আয়োগক নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

Nation NE by Nation NE
August 14, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
FIR পঞ্জীয়ন কৰাটো কাৰ দায়িত্ব আছিল? কলিকতা কাণ্ডৰ গোচৰত সৰ্বোচ্চ ন্যায়ালয়ৰ ১০টা প্ৰশ্ন

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

বিহাৰত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণক লৈ শাসকীয় পক্ষ আৰু বিৰোধীৰ মাজত তীব্ৰ বাক্যবাণ অব্যাহত থকাৰ মাজতে সৰ্বোচ্চ ন্যায়ালয়ে আজি এই সন্দৰ্ভত এক ডাঙৰ মন্তব্য কৰিছে। বিহাৰত ভোটাৰ তালিকাৰ পৰা কৰ্তন হোৱা ৬৫ লাখ ভোটাৰৰ নাম জিলা পৰ্যায়ৰ ৱেবছাইটত উপলব্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে।

বিহাৰৰ খচৰা ভোটাৰ তালিকাৰ পৰা আঁতৰোৱা ৬৫ লাখ লোকৰ সবিশেষ মঙলবাৰৰ ভিতৰত ৱেবছাইটত আপলোড কৰিবলৈ নিৰ্বাচন আয়োগক নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে। ইয়াৰ উপৰিও সেই নামবোৰ আঁতৰোৱাৰ কাৰণো উল্লেখ কৰিবলৈ কোৱা হৈছে।

উচ্চতম ন্যায়ালয়ে লগতে কয় যে বুথ পৰ্যায়ৰ বিষয়াসকলেও নাম আঁতৰোৱা ভোটাৰৰ তালিকা প্ৰদৰ্শন কৰিব।

জিলা পৰ্যায়ৰ ৱেবছাইটৰ উপৰিও এই তথ্য স্থানীয় সংবাদ মাধ্যম আৰু চৰকাৰী ছ’চিয়েল মিডিয়া চেনেলতো ব্যাপকভাৱে প্ৰচাৰ কৰা হ’ব। ইয়াৰ দ্বাৰা সাধাৰণ লোকে নিজৰ তথ্য সহজে জানিব পাৰিব আৰু ইয়াৰ ফলত গণতান্ত্ৰিক প্ৰক্ৰিয়াত স্বচ্ছতা বৃদ্ধি পাব।

ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ সন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ত চলি থকা শুনানিৰ তৃতীয় দিনা আজি এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰাৰ লগতে পৰৱৰ্তী শুনানি অহা ২২ আগষ্টত হ’ব।

Tags: BiharElection CommissionSIRSupreme Court

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ডিচেম্বৰত ভাৰত ভ্ৰমণলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন
Top News

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

December 5, 2025

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

মিজোৰামৰ প্ৰাক্তন ৰাজ্যপাল স্বৰাজ কৌশলৰ দেহাৱসান

ৰাজঘাটলৈ যাব ৰাষ্ট্ৰপতি পুটিন, জানক ৰাছিয়াৰ পুটিনৰ আজিৰ সম্পূৰ্ণ কাৰ্যসূচী…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025