• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, October 23, 2025
25 °c
Guwahati
25 ° Fri
25 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ঘাইপথত হঠাৎ ব্ৰেক মৰা চালকসকলৰ বাবে ডাঙৰ মন্তব্য সৰ্বোচ্চ ন্যায়ালয়ৰ

Nation NE by Nation NE
July 31, 2025
in Top News, BIG BREAKING, অসম, ৰাষ্ট্ৰীয়
0 0
ঘাইপথত হঠাৎ ব্ৰেক মৰা চালকসকলৰ বাবে ডাঙৰ মন্তব্য সৰ্বোচ্চ ন্যায়ালয়ৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

সতৰ্কবাণী অবিহনে ঘাইপথত হঠাতে ব্ৰেক মৰাৰ ফলত যদি দুৰ্ঘটনা সংঘটিত হয় তেন্তে ইয়াক চালকৰ গাফিলতি বুলি গণ্য কৰা হ’ব। এখন আবেদনৰ শুনানি গ্ৰহণ কৰি আজি উচ্চতম ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

মঙলবাৰে ন্যায়াধীশ সুধাংশু ধুলিয়া আৰু অৰবিন্দ কুমাৰৰ বিচাৰপীঠে কয় যে ব্যক্তিগত তথা জৰুৰীকালীন অৱস্থাৰ বাবে হ’লেও ঘাইপথৰ মাজত হঠাতে গাড়ীৰ ব্ৰেক মৰাটো উচিত নহয় কাৰণ ইয়াৰ ফলত ঘাইপথেৰে অহা যোৱা কৰা আন লোকৰ বাবে ভয়ংকৰ বিপদ নামি আহিব পাৰে।

ন্যায়াধীশ ধুলিয়াই কয় যে ঘাইপথত বাহনসমূহ তীব্ৰ গতিত থাকিব পাৰে আৰু যদি কোনো চালকে নিজৰ বাহনখন ৰখাব বিচাৰে তেন্তে সেই পথেৰে চলি থকা আন বাহনসমূহক জনাই দিয়া বা সংকেত দিয়াটো তেওঁৰ দায়িত্ব।

অভিযান্ত্ৰিক শিক্ষাৰ্থী এছ মহম্মদ হাকিমে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি এই সিদ্ধান্ত প্ৰদান কৰে সৰ্বোচ্চ ন্যায়ালয়ে।

উল্লেখ্য যে, ২০১৭ চনত কয়ম্বটুৰত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত বাঁওভৰিখন হেৰুৱাইছিল হাকিমে। এখন চাৰিচকীয়া বাহনে হঠাতে ব্ৰেক মৰাৰ ফলত হাকিমৰ মটৰ চাইকেলখনে বাহনখনত খুন্দা মাৰিছিল। এই দুৰ্ঘটনাত তেওঁ পথত চিটিকি পৰাত পিছফালৰ পৰা অহা এখন বাছে তেওঁৰ ভৰিৰ ওপৰেৰে উঠি যায়। এই ভয়ংকৰ ঘটনাৰ পিছতে হাকিমে বাঁও ভৰিখন হেৰুৱাইছিল।

এই কৰুণ ঘটনাৰ পিছতে হাকিমে সৰ্বোচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। এই আবেদনৰ শুনানি গ্ৰহণ কৰি আজি সৰ্বোচ্চ ন্যায়ালয়ে এই সিদ্ধান্ত প্ৰদান কৰে। ইয়াৰ উপৰি দুৰ্ঘটনাৰ বাবে চাৰিচকীয়া বাহনখন আৰু বাছখনক জগৰীয়া কৰি ১.১৪ কোটি টকাৰ ক্ষতিপূৰণ দিয়াৰো নিৰ্দেশ প্ৰদান কৰে। দুয়োখন বাহনৰ বীমা কোম্পানীয়ে চাৰিসপ্তাহৰ ভিতৰত এই অনুদান দিব লাগিব।

Tags: #Accident#HighwaySupreme Court

Related Posts

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা
Top News

October 22, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

October 22, 2025
ইজৰাইলে সৃষ্টি কৰিছে বিশ্বৰ আটাইতকৈ বিপজ্জনক অস্ত্ৰ! ‘এতিয়া সকলো আমেৰিকাৰ হাতত’-নেতান্যাহু
Top News

গাজাত ব্যাপক ধ্বংসলীলা, ১৫৩ টন বোমা নিক্ষেপ ইজৰাইলৰ

October 22, 2025
নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বিজেপি মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক
Top News

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ট্ৰাম্পৰ বাৰ্তালাপ, ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ সন্দৰ্ভত এক ডাঙৰ দাবী

October 22, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 22, 2025
বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?
Top News

বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

October 21, 2025

শীৰ্ষ সংবাদ

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

গাজাত ব্যাপক ধ্বংসলীলা, ১৫৩ টন বোমা নিক্ষেপ ইজৰাইলৰ

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ট্ৰাম্পৰ বাৰ্তালাপ, ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ সন্দৰ্ভত এক ডাঙৰ দাবী

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025