• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ঘাইপথত হঠাৎ ব্ৰেক মৰা চালকসকলৰ বাবে ডাঙৰ মন্তব্য সৰ্বোচ্চ ন্যায়ালয়ৰ

Nation NE by Nation NE
July 31, 2025
in Top News, BIG BREAKING, অসম, ৰাষ্ট্ৰীয়
0 0
ঘাইপথত হঠাৎ ব্ৰেক মৰা চালকসকলৰ বাবে ডাঙৰ মন্তব্য সৰ্বোচ্চ ন্যায়ালয়ৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

সতৰ্কবাণী অবিহনে ঘাইপথত হঠাতে ব্ৰেক মৰাৰ ফলত যদি দুৰ্ঘটনা সংঘটিত হয় তেন্তে ইয়াক চালকৰ গাফিলতি বুলি গণ্য কৰা হ’ব। এখন আবেদনৰ শুনানি গ্ৰহণ কৰি আজি উচ্চতম ন্যায়ালয়ে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

মঙলবাৰে ন্যায়াধীশ সুধাংশু ধুলিয়া আৰু অৰবিন্দ কুমাৰৰ বিচাৰপীঠে কয় যে ব্যক্তিগত তথা জৰুৰীকালীন অৱস্থাৰ বাবে হ’লেও ঘাইপথৰ মাজত হঠাতে গাড়ীৰ ব্ৰেক মৰাটো উচিত নহয় কাৰণ ইয়াৰ ফলত ঘাইপথেৰে অহা যোৱা কৰা আন লোকৰ বাবে ভয়ংকৰ বিপদ নামি আহিব পাৰে।

ন্যায়াধীশ ধুলিয়াই কয় যে ঘাইপথত বাহনসমূহ তীব্ৰ গতিত থাকিব পাৰে আৰু যদি কোনো চালকে নিজৰ বাহনখন ৰখাব বিচাৰে তেন্তে সেই পথেৰে চলি থকা আন বাহনসমূহক জনাই দিয়া বা সংকেত দিয়াটো তেওঁৰ দায়িত্ব।

অভিযান্ত্ৰিক শিক্ষাৰ্থী এছ মহম্মদ হাকিমে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি এই সিদ্ধান্ত প্ৰদান কৰে সৰ্বোচ্চ ন্যায়ালয়ে।

উল্লেখ্য যে, ২০১৭ চনত কয়ম্বটুৰত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত বাঁওভৰিখন হেৰুৱাইছিল হাকিমে। এখন চাৰিচকীয়া বাহনে হঠাতে ব্ৰেক মৰাৰ ফলত হাকিমৰ মটৰ চাইকেলখনে বাহনখনত খুন্দা মাৰিছিল। এই দুৰ্ঘটনাত তেওঁ পথত চিটিকি পৰাত পিছফালৰ পৰা অহা এখন বাছে তেওঁৰ ভৰিৰ ওপৰেৰে উঠি যায়। এই ভয়ংকৰ ঘটনাৰ পিছতে হাকিমে বাঁও ভৰিখন হেৰুৱাইছিল।

এই কৰুণ ঘটনাৰ পিছতে হাকিমে সৰ্বোচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। এই আবেদনৰ শুনানি গ্ৰহণ কৰি আজি সৰ্বোচ্চ ন্যায়ালয়ে এই সিদ্ধান্ত প্ৰদান কৰে। ইয়াৰ উপৰি দুৰ্ঘটনাৰ বাবে চাৰিচকীয়া বাহনখন আৰু বাছখনক জগৰীয়া কৰি ১.১৪ কোটি টকাৰ ক্ষতিপূৰণ দিয়াৰো নিৰ্দেশ প্ৰদান কৰে। দুয়োখন বাহনৰ বীমা কোম্পানীয়ে চাৰিসপ্তাহৰ ভিতৰত এই অনুদান দিব লাগিব।

Tags: #Accident#HighwaySupreme Court

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025