• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, April 27, 2026
21 °c
Guwahati
23 ° Tue
23 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আজি মহা শিৱৰাত্ৰি, মংগলময় হওঁক সকলোৰে জীৱন

Nation NE by Nation NE
February 26, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
আজি মহা শিৱৰাত্ৰি, মংগলময় হওঁক সকলোৰে জীৱন
Share on FacebookShare on TwitterWhatsApp

‘ওম ত্ৰয়ম্বকম যজামাহে সুগন্ধিম পুষ্টি বৰ্ধনম্।

উৰ্ৱৰুকামিৱ বন্ধানান মৃত্যুমুৰ্খীয় মামৃতাত ॥’

আজি মহা শিৱৰাত্ৰি। দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে আজি সমগ্ৰ দেশতে উদযাপন হ’ব শিৱৰাত্ৰি। মহা শিৱৰাত্ৰি উপলক্ষে গুৱাহাটী মহানগৰীৰ উমানন্দ, শুক্ৰেশ্বৰ মন্দিৰৰ লগতে শিৱসাগৰৰ শিৱদৌলকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মন্দিৰসমূহত আড়ম্বৰপূৰ্ণভাৱে শিৱ পূজাৰ আয়োজন কৰা হৈছে।

মহাশিৱৰাত্ৰিৰ দিনা ভগৱান শিৱ আৰু মা পাৰ্বতীৰ ব্ৰতৰ কাহিনী আবৃত্তি কৰিব লাগে। এই ব্ৰতৰ গুৰুত্ব শিৱ পুৰাণত বৰ্ণনা কৰা হৈছে, সেই অনুসৰি যদি কোনো ব্যক্তিয়ে মহাশিৱৰাত্ৰিৰ ব্ৰত পালন কৰে, তেন্তে তেওঁ ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰে, যাৰ ফলত তেওঁৰ জীৱনৰ সকলো সমস্যা দূৰ হয় আৰু তেওঁৰ আকাংক্ষিত ইচ্ছাও পূৰণ হয়।

এই পৱিত্ৰ দিনটোত ৰাজ্যৰ লগতে দেশৰ মঠ-মন্দিৰসমূহ মুখৰিত হৈ পৰে শিৱ-বন্দনাৰে। এই দিনটোত সকলোৱে উপৱাসে থাকি শিৱৰ ব্ৰত পালন কৰি ভগৱান শিৱৰ আশীষ লাভ কৰে।

মহা শিৱৰাত্ৰিৰ ব্ৰত পালনৰ নিয়ম-

১) মহা শিৱৰাত্ৰিৰ এই দিনটোত সাত্বিক আহাৰ গ্ৰহণ কৰিব লাগে। ব্ৰত অনুকূল খাদ্যসামগ্ৰী যেনে ফল-মূল, বুটমাহ আদি খাব লাগে।

২) শিৱ পূজা কৰাৰ পূৰ্বে শিৱলিংগত পানী, গাখীৰ, কেশৰ, মৌ আৰু গংগা পানী অৰ্পন কৰিব লাগে।

৩) মহাশিৱৰাত্ৰি পূজাৰ সময়ত ভগৱান শিৱক বেল পাত্ৰ, ধতুৰা ফল, কেঁচা চাউল, গাখীৰ, দৈ, চন্দন, ঘিউ আৰু পানী আগবঢ়াব লাগে। সফলতা, সমৃদ্ধি, শান্তি আৰু সুখৰ আশীৰ্বাদ লাভ কৰিবলৈ এই সামগ্ৰীসমূহ ভগৱান শিৱক আগবঢ়োৱা হয়।

৪)ভক্তসকলে গাখীৰ আৰু ইয়াৰ উৎপাদিত সামগ্ৰী যেনে বৰফী, পেডা, খীৰ আদিৰে তৈয়াৰী মিঠাইও আগবঢ়াব পাৰে।

৫)ভোলানাথক ব্ৰতত চাউল অৰ্পন কৰিব নালাগে বুলি বহুতেই কয়।

Tags: GodShivaWorship

Related Posts

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!
Top News

April 27, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 27, 2026
কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন
Top News

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

April 27, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 27, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026

শীৰ্ষ সংবাদ

পশ্চিমবংগত নিৰ্বাচনী যুদ্ধ, দ্বিতীয় পৰ্যায়ৰ পূৰ্বে বংগত ৰ*ক্তা*ক্ত খেল!

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025