• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, July 23, 2025
31 °c
Guwahati
30 ° Thu
31 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

    চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    বাকযুদ্ধ! মমতা বেনাৰ্জীক উভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

    অবৈধ বাংলাদেশীক ধৰিবলৈ গঠন কৰা হ’ল বিশেষ টাস্ক ফ’ৰ্চ

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      বিপদত শুভমনসহ ৪ ক্ৰিকেটাৰ; চিট-ফাণ্ড কেলেংকাৰীত CIDৰ চমন

      Nation NE by Nation NE
      January 2, 2025
      in Top News, ক্ৰীড়া, ৰাষ্ট্ৰীয়
      0 0
      বিপদত শুভমনসহ ৪ ক্ৰিকেটাৰ; চিট-ফাণ্ড কেলেংকাৰীত CIDৰ চমন
      Share on FacebookShare on TwitterWhatsApp

      গুজৰাটৰ চি আই ডি শাখাই ভাৰতৰ ৪ জন ক্ৰিকেটাৰলৈ প্ৰেৰণ কৰিছে চমন। ৪৫০ কোটি টকাৰ চিট ফাণ্ড কেলেংকাৰীত সাঙোৰ খাইছে ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা ক্ৰিকেটাৰ শুভমন গিল, ৰাহুল তেৱেতিয়া, মোহিত শৰ্মা আৰু ছাই সুদৰ্শনৰ নাম।

      এই বৃহৎ কেলেংকাৰী বিষয়টো সন্দৰ্ভত সোধা পোচাৰ বাবে চি আই ডিয়ে এই চাৰিজন ক্ৰিকেটাৰক চমন প্ৰেৰণ কৰিছে।

      উল্লেখ্য যে, বিনিয়োগ জালিয়াতি সন্দৰ্ভত ভূপেন্দ্ৰ সিং জালা নামৰ এজন লোকক জেৰা কৰাৰ পিছতে এই কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খাইছে এই চাৰিজন ক্ৰিকেটাৰৰ। জালাই চি আই ডিৰ আগত স্বীকাৰ কৰিছে যে এই চাৰিজন ক্ৰিকেটাৰে বিনিয়োগ কৰা ধন ঘূৰাই দিয়া নাই।

      তদন্তকাৰী বিষয়াসকলৰ মতে, আই পি এলত গুজৰাট টাইটানছৰ অধিনায়কত্ব কৰা শুভমন গিলে এই পঞ্জি/প্ৰৱঞ্চনা আঁচনিখনত ১.৯৫ কোটি টকা বিনিয়োগ কৰিছিল। তেওঁৰ উপৰি আন তিনিজন ক্ৰিকেটাৰেও ধন বিনিয়োগ কৰিছিল।

      ইতিমধ্যে ভূপেন্দ্ৰ সিং জালাৰ একাউণ্ট চোৱা চিতা কৰা ৰুছিক মেহতা নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে চি আই ডিৰ বিষয়াই।

      এক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ‘যদি এই গোচৰত মেহতাক দোষী সাব্যস্ত কৰা হয়, তেন্তে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আমি একাউণ্টেণ্টৰ এটা দল প্ৰস্তুত কৰিছো, যিয়ে জালাৰ দ্বাৰা পৰিচালিত অনানুষ্ঠানিক একাউণ্ট আৰু লেনদেনৰ তদন্ত কৰিব। অনানুষ্ঠানিক বহীসমূহ চিআইডিয়ে জব্দ কৰিছে আৰু সোমবাৰৰ পিছত বিভিন্ন ঠাইত অবিৰতভাৱে অভিযান চলাই থকা হৈছে।’

      ইয়াৰ পূৰ্বেও বিষয়াসকলে প্ৰকাশ কৰিছিল যে জালাই ৬ হাজাৰ কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰিছিল যদিও পিছত এই ধনৰাশি ৪৫০ কোটি টকালৈ হ্ৰাস হয়।

      বিষয়াসকলে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে, ‘জালাই এখন অনানুষ্ঠানিক একাউণ্ট চোৱা চিতা কৰি আছিল, যিখন চি আই ডিৰ দলে জব্দ কৰিছে। এই একাউণ্টত ৫২ কোটি টকাৰ লেনদেন পোৱা গৈছে। তদন্ত অনুসৰি এই কেলেংকাৰীৰ মুঠ ধন আনুমানিক ৪৫০ কোটি টকা বুলি ধাৰণা কৰা হৈছে যদিও অব্যাহত থকা অভিযানৰ পিছত এই ধন আৰু অধিক বৃদ্ধি পাব পাৰে।’

      Tags: Chit FundFraud CaseMohit SharmaRahul TewatiaSai SudharsanShubhman Gill

      Related Posts

      ৫ বছৰৰ পাছত চীনৰ নাগৰিকৰ বাবে ডাঙৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ
      Top News

      July 23, 2025
      আল-কায়দাৰ সৈতে জড়িতৰ সন্দেহত চাৰিজনক গ্ৰেপ্তাৰ ATSৰ

      ২৯ জুলাইত সদনৰ মজিয়াত ‘অপাৰেচন সিন্দূৰ’ সন্দৰ্ভত চৰ্চা; ১৬ ঘণ্টালৈ চলিব বিতৰ্ক

      দৈৰ লগত জড়িত এই গুৰুত্বপূৰ্ণ তথ্য আপুনি জানেনে? সবিশেষ…

      অপাৰেচন সেন্দুৰত পাকিস্তানক অস্ত্ৰ যোগান ধৰা তুৰস্কলৈ আমেৰিকাৰ মোক্ষম আঘাত…
      Top News

      অপাৰেচন সেন্দুৰত পাকিস্তানক অস্ত্ৰ যোগান ধৰা তুৰস্কলৈ আমেৰিকাৰ মোক্ষম আঘাত…

      July 23, 2025
      আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি
      Top News

      চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

      July 23, 2025

      শীৰ্ষ সংবাদ

      ৫ বছৰৰ পাছত চীনৰ নাগৰিকৰ বাবে ডাঙৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ

      আল-কায়দাৰ সৈতে জড়িতৰ সন্দেহত চাৰিজনক গ্ৰেপ্তাৰ ATSৰ

      ২৯ জুলাইত সদনৰ মজিয়াত ‘অপাৰেচন সিন্দূৰ’ সন্দৰ্ভত চৰ্চা; ১৬ ঘণ্টালৈ চলিব বিতৰ্ক

      দৈৰ লগত জড়িত এই গুৰুত্বপূৰ্ণ তথ্য আপুনি জানেনে? সবিশেষ…

      অপাৰেচন সেন্দুৰত পাকিস্তানক অস্ত্ৰ যোগান ধৰা তুৰস্কলৈ আমেৰিকাৰ মোক্ষম আঘাত…

      চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist