• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, May 1, 2026
22 °c
Guwahati
23 ° Sat
22 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিপদত শুভমনসহ ৪ ক্ৰিকেটাৰ; চিট-ফাণ্ড কেলেংকাৰীত CIDৰ চমন

Nation NE by Nation NE
January 2, 2025
in Top News, ক্ৰীড়া, ৰাষ্ট্ৰীয়
0 0
বিপদত শুভমনসহ ৪ ক্ৰিকেটাৰ; চিট-ফাণ্ড কেলেংকাৰীত CIDৰ চমন
Share on FacebookShare on TwitterWhatsApp

গুজৰাটৰ চি আই ডি শাখাই ভাৰতৰ ৪ জন ক্ৰিকেটাৰলৈ প্ৰেৰণ কৰিছে চমন। ৪৫০ কোটি টকাৰ চিট ফাণ্ড কেলেংকাৰীত সাঙোৰ খাইছে ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা ক্ৰিকেটাৰ শুভমন গিল, ৰাহুল তেৱেতিয়া, মোহিত শৰ্মা আৰু ছাই সুদৰ্শনৰ নাম।

এই বৃহৎ কেলেংকাৰী বিষয়টো সন্দৰ্ভত সোধা পোচাৰ বাবে চি আই ডিয়ে এই চাৰিজন ক্ৰিকেটাৰক চমন প্ৰেৰণ কৰিছে।

উল্লেখ্য যে, বিনিয়োগ জালিয়াতি সন্দৰ্ভত ভূপেন্দ্ৰ সিং জালা নামৰ এজন লোকক জেৰা কৰাৰ পিছতে এই কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খাইছে এই চাৰিজন ক্ৰিকেটাৰৰ। জালাই চি আই ডিৰ আগত স্বীকাৰ কৰিছে যে এই চাৰিজন ক্ৰিকেটাৰে বিনিয়োগ কৰা ধন ঘূৰাই দিয়া নাই।

তদন্তকাৰী বিষয়াসকলৰ মতে, আই পি এলত গুজৰাট টাইটানছৰ অধিনায়কত্ব কৰা শুভমন গিলে এই পঞ্জি/প্ৰৱঞ্চনা আঁচনিখনত ১.৯৫ কোটি টকা বিনিয়োগ কৰিছিল। তেওঁৰ উপৰি আন তিনিজন ক্ৰিকেটাৰেও ধন বিনিয়োগ কৰিছিল।

ইতিমধ্যে ভূপেন্দ্ৰ সিং জালাৰ একাউণ্ট চোৱা চিতা কৰা ৰুছিক মেহতা নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে চি আই ডিৰ বিষয়াই।

এক সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ‘যদি এই গোচৰত মেহতাক দোষী সাব্যস্ত কৰা হয়, তেন্তে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আমি একাউণ্টেণ্টৰ এটা দল প্ৰস্তুত কৰিছো, যিয়ে জালাৰ দ্বাৰা পৰিচালিত অনানুষ্ঠানিক একাউণ্ট আৰু লেনদেনৰ তদন্ত কৰিব। অনানুষ্ঠানিক বহীসমূহ চিআইডিয়ে জব্দ কৰিছে আৰু সোমবাৰৰ পিছত বিভিন্ন ঠাইত অবিৰতভাৱে অভিযান চলাই থকা হৈছে।’

ইয়াৰ পূৰ্বেও বিষয়াসকলে প্ৰকাশ কৰিছিল যে জালাই ৬ হাজাৰ কোটি টকাৰ কেলেংকাৰী সংঘটিত কৰিছিল যদিও পিছত এই ধনৰাশি ৪৫০ কোটি টকালৈ হ্ৰাস হয়।

বিষয়াসকলে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে, ‘জালাই এখন অনানুষ্ঠানিক একাউণ্ট চোৱা চিতা কৰি আছিল, যিখন চি আই ডিৰ দলে জব্দ কৰিছে। এই একাউণ্টত ৫২ কোটি টকাৰ লেনদেন পোৱা গৈছে। তদন্ত অনুসৰি এই কেলেংকাৰীৰ মুঠ ধন আনুমানিক ৪৫০ কোটি টকা বুলি ধাৰণা কৰা হৈছে যদিও অব্যাহত থকা অভিযানৰ পিছত এই ধন আৰু অধিক বৃদ্ধি পাব পাৰে।’

Tags: Chit FundFraud CaseMohit SharmaRahul TewatiaSai SudharsanShubhman Gill

Related Posts

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন
Top News

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

May 1, 2026
খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত
Top News

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

May 1, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

April 30, 2026
দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে
Top News

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

April 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 30, 2026

শীৰ্ষ সংবাদ

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025