• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 4, 2026
25 °c
Guwahati
25 ° Wed
25 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

একেটা পৰিয়ালৰ ৫জনকৈ সদস্য নিৰুদ্দেশ, ক’লৈ গ’ল মোজাম্মিল হুছেইন, নাজনিন হক, মোৱাচ্ছিৰ হুছেইন, তাচনিম নাজৰিণ আৰু তাহেৰা তাব্বাচুম?

Nation NE by Nation NE
August 1, 2025
in Top News, অসম
0 0
একেটা পৰিয়ালৰ ৫জনকৈ সদস্য নিৰুদ্দেশ, ক’লৈ গ’ল মোজাম্মিল হুছেইন, নাজনিন হক, মোৱাচ্ছিৰ হুছেইন, তাচনিম নাজৰিণ আৰু তাহেৰা তাব্বাচুম?
Share on FacebookShare on TwitterWhatsApp

শিৱসাগৰত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয়। একেটা পৰিয়ালৰে ৫ জনকৈ সদস্য নিৰুদ্দেশৰ খবৰ পোৱা গৈছে।

শিৱসাগৰৰ ৰংঘৰ চাৰিআলিৰ একেটা পৰিয়ালৰ ৫জনকৈ সদস্য বিগত প্ৰায় এসপ্তাহে সন্ধানহীন হৈ থকা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

তথ্য অনুসৰি, বিগত ১৬ জুলাইৰ দিনা ৰংঘৰ চাৰিআলিৰ নিবাসী অৱসৰপ্ৰাপ্ত বেংক কৰ্মচাৰী চৈয়়দ মোজাম্মিল হুছেইন(৬৬), পত্নী চৈয়দা নাজনিন হক(৫৭),  জ্যেষ্ঠ পুত্ৰ চৈয়দ মোৱাচ্ছিৰ হুছেইন(৩২) আৰু বোৱাৰীয়েক চৈয়দা তাচনিম নাজলিণ(২৫)য়ে লগত লৈ ৪মহীয়া নাতিনী চৈয়দা তাহেৰা তাব্বাচুমসহ ডিব্ৰুগড়লৈ চিকিৎসাৰ বাবে গৈছিল৷ তেওঁলোকে নাতিনীয়েক তাহেৰা তাব্বাচুমৰ চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ গৈছিল।

২৫ জুলাইলৈকে তেওঁলোকে কনিষ্ঠ পুত্ৰ চৈয়দ মাচুম হুছেইন(২৭)ৰ সৈতে যোগাযোগত আছিল যদিও ২৫ জুলাইৰ আবেলিৰ পৰা তেওঁলোক সংযোগসূত্ৰহীন হৈ পৰে৷ উক্ত দিনাৰ পৰা তেওঁলোকে ব্যৱহাৰ কৰি থকা ম’বাইল নম্বৰ কেইটাও চুইচ-অফ হৈ আছে৷

ম’বাইল নম্বৰ কেইটা চুইচ-অফ হৈ থকাত বিভিন্ন দুঃচিন্তাত ভোগা মাচুম হুছেইনে পিতৃ-মাতৃ তথা ককায়েক-বৌয়েক-ভতিজিৰ সন্ধানত একাধিক স্থানত বিচাৰ-খোচাৰ কৰিছে যদিও তেওঁলোকৰ কোনো শুংসূত্ৰ উলিয়াব পৰা নাই৷ যাৰ ফলত পিতৃ-মাতৃ তথা ককায়েক-বৌয়েক-ভতিজিক বিচাৰি দিবলৈ অনুৰোধ জনাই মাচুম হুছেইনে জয়সাগৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে৷

Tags: #AssamMissingSivasagar

Related Posts

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?
Top News

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

May 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 4, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026

শীৰ্ষ সংবাদ

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025