• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, September 12, 2025
29 °c
Guwahati
28 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    গোৱালপাৰাত ভূমি কেন্দ্ৰিক সংঘাতৰ ভয়াবহ পৰিণতি; দুজনৰ মৃত্যু, পাঁচজন আহত

    ‘স্বাধীনতাৰ পিছত দেশৰ এইটোৱেই আটাইতকৈ ডাঙৰ সিদ্ধান্ত’, GST সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মন্তব্য

    তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূৱলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী মোদী, ভ্ৰমণ কৰিব ৩খনকৈ ৰাজ্য…

    পৰিকল্পিত হ*ত্যা*কা*ণ্ড নে অন্য কিবা? আচলতে কি হৈছিল ছিপাঝাৰৰ এই পৰিয়ালটোৰ সৈতে?

    আজিৰ দিনটো আৰ্থিক ক্ষেত্ৰত কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক ৰাশিফল

    আজিৰ দিনটো আপোনাৰ বাবে শুভ নে? জানিবলৈ পঢ়ক ৰাশিফল

    মঙলদৈত ৰাজ্য জোকাৰি যোৱা ঘটনা! এটা পৰিয়ালৰে তিনিজন সদস্যক নৃশংসভাৱে হত্যা

    আজিৰ দিনটোৱে এই ৰাশিৰ লোকসকলৰ বাবে কঢ়িয়াই আনিব আশাৰ বতৰা

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ

    বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      শিল কুঁৱৰীত ভয়ংকৰ বিস্ফোৰণ; ৬ জন শ্ৰমিকৰ মৃত্যু, কেইবাজনো আহত

      Nation NE by Nation NE
      September 12, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      শিল কুঁৱৰীত ভয়ংকৰ বিস্ফোৰণ; ৬ জন শ্ৰমিকৰ মৃত্যু, কেইবাজনো আহত

      প্ৰতিনিধিত্বমূলক চিত্ৰ

      Share on FacebookShare on TwitterWhatsApp

      শুকুৰবাৰে সন্ধিয়া পশ্চিম বংগৰ বিৰভূম জিলাস্থিত শিল কুঁৱৰীত হোৱা ভয়ংকৰ দুৰ্ঘটনাত ৬ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা গৈছে। নালহাটী আৰক্ষী থানাৰ অন্তৰ্গত বাহাদুৰপুৰ শিল কুঁৱৰীত সংঘটিত হৈছে এই কৰুণ ঘটনা।

      প্ৰত্যক্ষদৰ্শীৰ মতে, শ্ৰমিকসকলে শিল আঁতৰাই থকাৰ সময়তে সংঘটিত বিস্ফোৰণৰ ফলত শিলৰ কুঁৱৰীৰ এটা বৃহৎ অংশ ভাঙি পৰে। ঘটনা সংঘটিত হোৱাৰ সময়ত শ্ৰমিকসকলে নিৰাপদ স্থানত আশ্ৰয় লোৱাৰ কোনো সুযোগেই লাভ নকৰিলে।

      দুৰ্ঘটনাৰ সময়ত প্ৰায় ১০ৰ পৰা ১২জন শ্ৰমিক সেই স্থানত উপস্থিত আছিল। ঘটনাটোত পাঁচজন শ্ৰমিকৰ থিতাতেই মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আহত হোৱা আন এজন শ্ৰমিকৰ হাস্পতাললৈ নিয়াৰ সময়ত মৃত্যু ঘটে।

      আনহাতে দুৰ্ঘটনাটোৰ ফলত আহত হোৱা চাৰিগৰাকী শ্ৰমিকক উদ্ধাৰ কৰি ৰামপুৰহাট মেডেকিলে কলেজত ভৰ্তি কৰোৱা হৈছে। সম্প্ৰতি আৰক্ষী আৰু উদ্ধাৰকাৰী দল ঘটনাস্থলত উপস্থিত হৈ আৰু কোনো শ্ৰমিক আৱদ্ধ হৈ আছে নেকি সেয়া তদন্ত কৰি আছে।

      ইফালে, শিল কুঁৱৰীটোৱে সকলো নিয়ম মানি কাম-কাজ চলাই আছিল নে অবৈধভাৱে চলাই আছিল সেয়াও আৰক্ষীয়ে বৰ্তমান তদন্ত আৰম্ভ কৰিছে।

      Tags: Stone QuarryWest Bengal

      Related Posts

      হৰভজন সিঙে লাভ কৰিব বিচিচিআইৰ ডাঙৰ পদবী! এছিয়া কাপৰ মাজতেই কৰা এই ঘোষণাক লৈ চৰ্চা…
      Top News

      হৰভজন সিঙে লাভ কৰিব বিচিচিআইৰ ডাঙৰ পদবী! এছিয়া কাপৰ মাজতেই কৰা এই ঘোষণাক লৈ চৰ্চা…

      September 12, 2025
      নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰধান হোৱাৰ দিশে সুশীলা কাৰ্কী
      BIG BREAKING

      নাম চূড়ান্ত… সুশীলা কাৰ্কীয়েই হ’ব নেপালৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী; নিশাই ল’ব শপত

      September 12, 2025
      গোৱালপাৰাত ভূমি কেন্দ্ৰিক সংঘাতৰ ভয়াবহ পৰিণতি; দুজনৰ মৃত্যু, পাঁচজন আহত
      Top News

      গোৱালপাৰাত ভূমি কেন্দ্ৰিক সংঘাতৰ ভয়াবহ পৰিণতি; দুজনৰ মৃত্যু, পাঁচজন আহত

      September 12, 2025
      ‘স্বাধীনতাৰ পিছত দেশৰ এইটোৱেই আটাইতকৈ ডাঙৰ সিদ্ধান্ত’, GST সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মন্তব্য
      Top News

      তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূৱলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী মোদী, ভ্ৰমণ কৰিব ৩খনকৈ ৰাজ্য…

      September 12, 2025
      টিভি অভিনেতা আশীষ কাপুৰৰ জামিন লাভ, অপকৰ্মৰ গোচৰত আছিল জেলত

      এইবাৰ দেৱী দুৰ্গা কিহত আহিব আৰু কিহত প্ৰস্থান হ’ব? শুভ নে অশুভ?

      শীৰ্ষ সংবাদ

      শিল কুঁৱৰীত ভয়ংকৰ বিস্ফোৰণ; ৬ জন শ্ৰমিকৰ মৃত্যু, কেইবাজনো আহত

      হৰভজন সিঙে লাভ কৰিব বিচিচিআইৰ ডাঙৰ পদবী! এছিয়া কাপৰ মাজতেই কৰা এই ঘোষণাক লৈ চৰ্চা…

      এটা ৱাশ্বিং মেচিনৰ বাবেই এজন ভাৰতীয়ৰ সৈতে সংঘটিত হ’ল ভয়ংকৰ ঘটনা

      নাম চূড়ান্ত… সুশীলা কাৰ্কীয়েই হ’ব নেপালৰ অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী; নিশাই ল’ব শপত

      গোৱালপাৰাত ভূমি কেন্দ্ৰিক সংঘাতৰ ভয়াবহ পৰিণতি; দুজনৰ মৃত্যু, পাঁচজন আহত

      তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ-পূৱলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী মোদী, ভ্ৰমণ কৰিব ৩খনকৈ ৰাজ্য…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist