• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 4, 2026
25 °c
Guwahati
26 ° Tue
26 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বৰষুণৰ বাবে অষ্ট্ৰেলিয়া-আফগানিস্তানৰ মেচ বাতিলৰ সম্ভাৱনা! কোন দলে প্ৰৱেশ কৰিব ছেমি ফাইনেলত?

Nation NE by Nation NE
February 28, 2025
in Top News, ক্ৰীড়া
0 0
চেম্পিয়নছ ট্ৰফীৰ ইতিহাস; প্ৰথমবাৰ কেতিয়া অনুষ্ঠিত হৈছিল প্ৰতিযোগিতাখন…
Share on FacebookShare on TwitterWhatsApp

ইতিমধ্যে চেম্পিয়নছ ট্ৰফী ২০২৫ত গ্ৰুপ Aৰ পৰা ছেমি ফাইনেললৈ যোৱা দুটা দলৰ স্থান নিশ্চিত কৰা হৈছে। কিন্তু এতিয়াও গ্ৰুপ Bত এই স্থান নিশ্চিত হোৱা নাই।

গ্ৰুপ Bত ২৮ ফেব্ৰুৱাৰীত অষ্ট্ৰেলিয়া আৰু আফগানিস্তানৰ মাজত প্ৰতিযোগিতাখনৰ এখন অতি গুৰুত্বপূৰ্ণ মেচ অনুষ্ঠিত হ’ব  আৰু ইয়েই দুয়োটা দলৰ ভাগ্য নিৰ্ণয় কৰিব।

এফালে আফগানিস্তানৰ কেংগাৰু দলটোৱে অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ইতিহাস সৃষ্টি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। পিছে লাহোৰৰ গাদ্দাফি ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই মেচখন বৰষুণৰ বাবে বাতিল হোৱাৰ সম্ভাৱনা আছে।

যদি এনেকুৱা হয়, তেন্তে কোনটো দলে ছেমি ফাইনেলত খেলিব  সম্পূৰ্ণ সমীকৰণটো জানো আহক-

অষ্ট্ৰেলিয়াৰ দলটোৱে গ্ৰুপ Bত ২ খন খেল খেলিছে। এই সময়ছোৱাত ইংলেণ্ডৰ বিৰুদ্ধে দলটোৱে জয় লাভ কৰে। আনহাতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয়খন খেল বৰষুণৰ বাবে বাতিল কৰা হয়।

এইদৰে কেংগাৰু দলটোৱে ৩ পইণ্ট লাভ কৰি পইণ্ট তালিকাৰ দ্বিতীয় স্থানত আছে।

ইফালে আফগানিস্তানে প্ৰথমখন মেচতে দক্ষিণ আফ্ৰিকাৰ হাতত তীব্ৰ পৰাজয়ৰ সন্মুখীন হয়।দ্বিতীয়খন খেলত ইংলেণ্ডৰ বিৰুদ্ধে আফগান দলটোৱে ঐতিহাসিক জয় পঞ্জীয়ন কৰে।

এইদৰে বৰ্তমান ইয়াৰ পইণ্ট আছে ২ আৰু নেট ৰান হৈছে -০.৯৯০। আনহাতে ইংলেণ্ড দল ইতিমধ্যে বাহিৰ হৈছে আৰু দক্ষিণ আফ্ৰিকা দলে ২খন মেচৰ পৰা ৩ পইণ্ট আৰু নেট ৰান ৰেট +২.১৪০ লৈ প্ৰথম স্থানত আছে। অৰ্থাৎ ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ হ’লে আফগানিস্তানৰ দলটোৱে যিকোনো মূল্যৰ বিনিময়ত জয়লাভ কৰাটো প্ৰয়োজনীয়। তেতিয়াহে ৪ পইণ্টেৰে অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাক অতিক্ৰম কৰিব পাৰিব।

কিন্তু যদি মেচখন বৰষুণত হয়, তেন্তে দুয়োটা দলে ১ পইণ্টকৈ লাভ কৰিব। ইয়াৰ লগে লগে অষ্ট্ৰেলিয়াই ৪ পইণ্টেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে আফগানিস্তানে ৩ পইণ্টেৰে প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হ’ব। কাৰণ দক্ষিণ আফ্ৰিকাৰ দলটোৱে অন্তিমখন মেচত পৰাস্ত হ’লেও ইয়াৰ পইণ্ট আফগানিস্তানৰ পইণ্টৰ সমান হ’ব৷ কিন্তু নেট ৰাণ ৰেট ভাল হোৱাৰ বাবে ই পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিব।

Tags: #cricketChampions TrophySports

Related Posts

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?
Top News

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

May 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 4, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026

শীৰ্ষ সংবাদ

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025