• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, May 4, 2026
25 °c
Guwahati
26 ° Tue
25 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কেনেদৰে কনিষ্টবলৰ পুত্ৰই প্ৰৱেশ কৰিলে অপৰাধৰ জগতত; লৰেন্স বিষ্ণৈৰ কাহিনী

Nation NE by Nation NE
October 16, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
কেনেদৰে কনিষ্টবলৰ পুত্ৰই প্ৰৱেশ কৰিলে অপৰাধৰ জগতত; লৰেন্স বিষ্ণৈৰ কাহিনী
Share on FacebookShare on TwitterWhatsApp

১২ অক্টোবৰৰ নিশা মুম্বাইত এন চি পিৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকিক গুলীয়াই হত্যা কৰা হৈছিল। দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ পিছতেই ইয়াৰ সম্পূৰ্ণ দায়িত্ব লৈছিল গেংষ্টাৰ লৰেন্স বিষ্ণৈই চক্ৰই।

এই গেঙক পৰিচালনা কৰা লৰেন্স বিষ্ণৈ সম্প্ৰতি গুজৰাটৰ সাবৰমতী কাৰাগাৰত বন্দী হৈ আছে। ছিদ্দিকিৰ হত্যাকাণ্ডৰ পিছদিনা বিষ্ণৈই গেঙে ফেচবুকত এটা পোষ্ট দিছিল য’ত লিখা আছিল যে ছলমান খান আৰু ডাউদ গেঙক সহায় কৰাসকল সাৱধান থাকক।

বিষ্ণৈ গেঙৰ এয়া প্ৰথম হত্যা নহয়, সেয়ে ছলমান খানৰ ঘনিষ্ঠতাৰ বাবেই বাবা ছিদ্দিকীক হত্যা কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

ইয়াৰ পূৰ্বে বিষ্ণৈ গেঙে পাঞ্জাবী গায়ক সিদ্ধু মুছেৱালা, কৰ্ণী সেনাৰ সভাপতি সুখদেৱ সিং গোগামেড়ীক হত্যা কৰি গেংটোৱে দেশজুৰি চৰ্চা লাভ কৰিছিল। বিষ্ণৈই গেঙত দেশ-বিদেশৰ ৭০০ৰো অধিক শ্বুটাৰ আছে।

এতিয়া প্ৰশ্ন হয় লৰেন্স বিষ্ণৈ কোন? কেনেকৈ এজন কনিষ্টবলৰ পুত্ৰ অপৰাধ জগতত প্ৰৱেশ কৰিলে। জানো আহক লৰেন্স বিষ্ণৈৰ সম্পূৰ্ণ কাহিনী

পঞ্জাৱৰ ফিৰোজপুৰ জিলাত জন্মগ্ৰহণ কৰা লৰেন্স বিষ্ণৈৰ পিতৃ হাৰিয়ানা আৰক্ষীৰ কনিষ্টবল আছিল। অৱশ্যে পিছলৈ তেওঁ আৰক্ষীৰ চাকৰি এৰি খেতি কৰিবলৈ আৰম্ভ কৰে। লৰেন্সে আবোহাৰ জিলাৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অধ্যয়ন কৰিছিল, তাৰ পিছত তেওঁ চণ্ডীগড়ৰ ডি এ ভি কলেজৰ পৰা উচ্চ শিক্ষা অধ্যয়ন কৰিছিল।

কলেজত পঢ়াৰ সময়তে লৰেন্স ৰাজনীতিৰ প্ৰতি আকৃষ্ট হৈ ছাত্ৰ ৰাজনীতিত যোগদান কৰে। সেই সময়তে বিষ্ণৈইৰ প্ৰেমিকাক কলেজ চৌহদতে জীৱন্তে জ্বলাই দিয়া হয়। সেই দুখ-দুৰ্দশাৰ মাজতে তেওঁ লৰেন্সে গোল্ডি ব্ৰাৰক লগ পায়। সেই সময়ত গোল্ডিয়ে পঞ্জাৱ বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছিল। দুয়োজন ছাত্ৰই একেলগে ৰাজনীতিত প্ৰৱেশ কৰাৰ আগতে লৰেন্সে এল এল বি সম্পূৰ্ণ কৰিছিল। কিন্তু পঢ়ি থকা সময়ত যেতিয়া লৰেন্স নিৰ্বাচনত পৰাস্ত হৈছিল, তেতিয়া বিজয়ী প্ৰাৰ্থীৰ তেওঁৰ সংঘাত আৰম্ভ হয়। আনকি প্ৰতিদিনে দুয়োৰে মাজত কাজিয়া আৰম্ভ হ’বলৈ ধৰে।

এই কাজিয়াৰ মাজতে শত্ৰু পক্ষই লৰেন্সৰ প্ৰেমিকাক কলেজৰ চৌহদতে জীৱন্তে জ্বলাই দিছিল। যাৰ বাবে তেওঁ অধিক মনোকষ্ট পাই আৰু আক্ৰোশমূলক হৈ পৰে। অন্য গোটৰ মাজত হোৱা সংঘাতৰ বাবে আক্ৰমণ, হত্যাৰ চেষ্টা, ডকাইতিকে ধৰি বহু গোচৰত লৰেন্স বিষ্ণোইৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল। এনে বহু গোচৰত লৰেন্সক দোষমুক্ত কৰা হৈছে যদিও তেওঁৰ বিৰুদ্ধে বহু গোচৰ এতিয়াও বিচাৰাধীন হৈ আছে।

তেওঁৰ বিৰুদ্ধে চলা গোচৰবোৰৰ বাবেই লৰেন্স বিষ্ণৈই জেললৈ প্ৰেৰণ কৰা হৈছিল, কিন্তু জেল যোৱাটো লৰেন্স বিষ্ণৈৰ বাবে লাভজনক হিচাপে প্ৰমাণিত হয়। আচলতে জেলৰ ভিতৰত তেওঁ বহু গেংষ্টাৰৰ সংস্পৰ্শলৈ আহিছিল আৰু তেওঁলোকৰ লগত কাম কৰি তেওঁ নিজৰ গেঙৰ বিস্তাৰ কৰিছিল। এই সময়ছোৱাত তেওঁ অস্ত্ৰ ব্যৱসায়ীৰ সংস্পৰ্শলৈও আহিছিল।

তথ্য অনুসৰি, তেওঁ নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ লুধিয়ানাত পৌৰ নিগমৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা এজন প্ৰাৰ্থীক গুলীয়াই হত্যা কৰিছিল। ২০১৪ চনত ৰাজস্থান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল তেওঁক।

লৰেন্সে ২০২০ চনত ভুল্লাৰক হত্যা কৰিছিল। জেলত থকাৰ সময়তে তেওঁ গেংষ্টাৰৰ পৰা ৰাজনীতিবদলৈ পৰিণত হোৱা জছৱিন্দৰ সিং ওৰফে ৰকিৰ সৈতে বন্ধুত্ব গঢ়ি উঠিছিল। ২০১৬ চনত জয়পাল ভুল্লাৰ নামৰ এজন গেংষ্টাৰে ৰকিক হত্যা কৰিছিল, যাৰ প্ৰতিশোধ হিচাপে লৰেন্সে ২০২০ চনত ভুল্লাৰক হত্যা কৰিছিল।

২০১৮ চনত ছলমান খানৰ বিৰুদ্ধে হুংকাৰ

ছলমান খানে ক’লা হৰিণ চিকাৰ কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে লৰেন্সে ২০১৮ চনত প্ৰতিশোধ লোৱাৰ কথা ঘোষণা কৰিছিল। কোৱা হয় যে, পৃথিৱীত বিষ্ণৈ সমাজ নামৰ এখনেই সমাজ আছে য’ত এজনী হৰিণৰ মৃত্যু হ’লে হৰিণজনীৰ সন্তানক বিষ্ণৈ সমাজৰ মাতৃসকলে দুগ্ধপান কৰাই ডাঙৰ-দীঘল কৰে। সেয়ে ছলমান খানৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ কথা ঘোষণা কৰিছিল।

২০২১ চনত এমচিঅ’চিএৰ অধীনত পঞ্জীয়ন হোৱা গোচৰৰ শুনানিৰ বাবে লৰেন্স বিষ্ণৈক ৰাজস্থানৰ ভাৰতপুৰৰ পৰা দিল্লীৰ তিহাৰ কাৰাগাৰলৈ স্থানান্তৰ কৰা হৈছিল। তেওঁৰ নামত পঞ্জাৱৰ পৰা দিল্লীলৈ ধন দাবীৰ দৰে ঘটনাও সংঘটিত হৈছিল।

ইয়াৰ পিছত ২০২২ চনৰ মে’ মাহত পাঞ্জাবী গায়ক সিদ্ধু মুছেৱালাক গুলীয়াই হত্যা কৰাৰ সময়ত কানাডাত আত্মগোপন কৰি থকা বিষ্ণৈৰ সৈতে গোল্ডি ব্ৰাৰে ইয়াৰ দায়িত্ব লয়। তেওঁলোকে দাবী কৰিছিল যে বিষ্ণৈ গেঙে মুছেৱালাক হত্যা কৰিছিল।

ইয়াৰ পিছত লৰেন্সৰ সাহস ইমানেই বৃদ্ধি পালে যে ২০২৩ চনৰ নৱেম্বৰ মাহত তেওঁৰ দলটোৱে আন এগৰাকী পাঞ্জাবী গায়ক গিপ্পি গ্ৰেৱালৰ ঘৰত গুলীচালনা কৰে। চলমান খানৰ সৈতে থকা মধুৰ সম্পৰ্কৰ বাবেই গিপ্পিৰ ঘৰত গুলীচালনা কৰিছিল।

ইয়াৰ পিছত যোৱা বছৰৰ ডিচেম্বৰ মাহত কৰ্ণী সেনাৰ সভাপতি সুখদেৱ সিং গোগামেড়ীক জয়পুৰত গুলীয়াই হত্যা কৰিছিল আৰু তাৰ পিছত ইয়াৰ দায়িত্ব বিষ্ণৈ গেঙে লৈছিল৷

এই ঘটনাৰ কেইমাহমানৰ পাছত এই গোটটো পুনৰ সক্ৰিয় হৈ পৰে আৰু চলিত বৰ্ষৰ এপ্ৰিল মাহত অভিনেতা ছলমানৰ ঘৰ গেলাক্সি এপাৰ্টমেণ্টৰ বাহিৰত গুলীচালনা কৰে। এই ঘটনাৰ পিছতেই মুম্বাই আৰক্ষীয়ে গুলীচালনা কৰা একাংশ লোকক আটক কৰাৰ পিছত পুনৰ চৰ্চালৈ আহে লৰেন্স বিষ্ণৈ গেঙৰ নাম।

শেহতীয়াকৈ ছলমান খানৰ অতি ঘনিষ্ঠ তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকীক মুম্বাইত গুলীয়াই হত্যা কৰা হয়। এই গেঙৰ কাৰ্যকলাপ বিশেষভাৱে ড্ৰাগছ সৰবৰাহ, ধন দাবী, ছুপাৰী কিলিং আৰু অন্যান্য সংগঠিত অপৰাধৰ সৈতে জড়িত বুলি কোৱা হয়।

Tags: GangstarLawrence BishnoiSpecial Story

Related Posts

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?
Top News

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

May 4, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

May 4, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

May 3, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

May 3, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

May 3, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

May 3, 2026

শীৰ্ষ সংবাদ

পৰৱৰ্তী ৫ বছৰৰ বাবে কোনে হস্তগত কৰিব শাসনৰ বাঘজৰী?

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হৰমুজৰ চক্ৰব্যহুৰ পৰা ওলাই আহিছে ভাৰতৰ ‘সৰ্ব শক্তি’, ইৰাণৰ অৱৰোধৰ মাজতে ৪৫ হাজাৰ টন এল পি জি লৈ উভতনি

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025