• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, March 23, 2026
22 °c
Guwahati
23 ° Wed
24 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ দেওবাৰৰ দিনটো: কি কয় ৰাশিচক্ৰই

    চিলিণ্ডাৰ বুকিঙৰ বাবে নতুন নম্বৰ মুকলি, আজিয়েই SAVE কৰক এই নম্বৰ

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পত্নী-পুত্ৰসহিতে সমদল উলিয়াই খানাপাৰা পৰা জিলা উপায়ুক্ত কাৰ্যালয়লৈ মনোনয়ন পত্ৰ দাখিল যাত্ৰা মুখ্যমন্ত্ৰীৰ

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ছুডানত ভয়ংকৰ বিমান দুৰ্ঘটনা; ৪৬ জন লোকৰ মৃত্যু, ১০ জন আহত

Nation NE by Nation NE
February 26, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
ছুডানত ভয়ংকৰ বিমান দুৰ্ঘটনা; ৪৬ জন লোকৰ মৃত্যু, ১০ জন আহত
Share on FacebookShare on TwitterWhatsApp

ছুডানত সংঘটিত হৈছে এক ভয়ংকৰ বিমান দুৰ্ঘটনা। দেশখনৰ ওমদুৰমান চহৰত এখন সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হোৱাত অতি কমেও ৪৬ জন লোকৰ মৃত্যু হয়। বুধবাৰে দেশখনৰ প্ৰশাসনে এই তথ্য প্ৰদান কৰে।

এটা আন্তঃৰাষ্ট্ৰীয় সংবাদ সংস্থাই প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি এই দুৰ্ঘটনাত সেনা জোৱান আৰু সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে। দুৰ্ঘটনাৰ আঁৰৰ মূল কাৰণ সন্দৰ্ভত কোনো তথ্য পোৱা নাই।

ছুডানী সেনাৰ প্ৰতিবেদন অনুসৰি মঙলবাৰে ওমদুৰমানৰ উত্তৰত অৱস্থিত ৱাডি ছায়েদনা বিমানঘাটিৰ পৰা উৰা মৰাৰ সময়তে সেনাবাহিনীৰ এণ্টন’ভ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।

দেশখনৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি দুৰ্ঘটনাটোত অতি কমেও ৪৬ জন লোকৰ মৃত্যু হৈছে, আৰু মৃত লোকসমূহৰ দেহ ওমদুৰমানৰ নাউ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰ উপৰি এই দুৰ্ঘটনাত আহত হোৱা ১০ জন লোকৰ চিকিৎসা চলি আছে।

উল্লেখ্য যে, গৃহ যুদ্ধৰে জৰ্জৰিত ছুডান। সেনা আৰু অৰ্ধ সামৰিক বাহিনীৰ এই যুদ্ধত ৰাষ্ট্ৰখন যেন পৰিণত হৈছে এক নৰকুণ্ডলৈ। বিগত দুটা বছৰে ধৰি চলি থকা এই গৃহযুদ্ধত প্ৰাণ হেৰুৱাইছে অসংখ্য সাধাৰণ নাগৰিকে। দেশখনৰ অস্থিৰ পৰিৱেশৰ মাজতে এই ধৰণৰ ভয়ংকৰ বিমান দুৰ্ঘটনা নিশ্চিতভাৱে দেশখনৰ বাবে অতি দুখৰ খবৰ।

Tags: Aircraft CrashedMilitary AircraftSudan

Related Posts

ট্ৰাকৰ সৈতে বিমানৰ সংঘৰ্ষৰ ফলত বিমানবন্দৰত ডাঙৰ দুৰ্ঘটনা, আহত কেইবাজনো লোক
Top News

March 23, 2026
ইজৰাইল-আমেৰিকা-ইৰাণ যুদ্ধ কিমান দিনলৈ চলিব?  তীব্ৰভাৱে বৃদ্ধি তেলৰ মূল্য
Top News

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ! হৰমুজ জলদ্বীপত প্ৰায় ২০ লাখ ডলাৰৰ টোল আৰোপ ইৰাণৰ

March 23, 2026
এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি
Top News

এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

March 23, 2026
ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন
Top News

ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

March 23, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 23, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 23, 2026

শীৰ্ষ সংবাদ

ট্ৰাকৰ সৈতে বিমানৰ সংঘৰ্ষৰ ফলত বিমানবন্দৰত ডাঙৰ দুৰ্ঘটনা, আহত কেইবাজনো লোক

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ! হৰমুজ জলদ্বীপত প্ৰায় ২০ লাখ ডলাৰৰ টোল আৰোপ ইৰাণৰ

এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ৰোগীসহ ৮ জনকৈ লোকৰ প্ৰাণহানি

ৰাজ্যত নিৰ্বাচনৰ গৰম বতাহ, আজি কেইবাজনো হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিব মনোনয়ন পত্ৰ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025