• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, October 23, 2025
25 °c
Guwahati
25 ° Fri
25 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    জুবিন গাৰ্গৰ বিয়োগত শোকস্তব্ধ বলীউড; কেইবাগৰাকীও তাৰকাৰ শোকপ্ৰকাশ

    নলবাৰীত নিৰ্মাণ হ’ব ‘মায়াবিনী’ নামৰ জুবিন উদ্যান

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    ‘ঈশ্বৰপুত্ৰ’বিহীন এমাহ, সোণাপুৰত আদ্যশ্ৰাদ্ধ, আজিও ৩ কোটি মানুহৰ বাবে এক ডাঙৰ সাঁথৰ

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    মায়া আৰু নাই। জুবিন দাৰ দেশলৈ গুচি গ’ল মায়া…..

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিহাৰৰ ভোটাৰ তালিকাৰ পুনৰীক্ষণক স্থগিত ৰাখিবলৈ অস্বীকাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ

প্ৰমাণ হিচাপে আধাৰ, ভোটাৰ কাৰ্ড আৰু ৰেশ্যন কাৰ্ড অন্তৰ্ভুক্ত কৰাৰো পৰামৰ্শ ন্যায়ালয়ৰ

Nation NE by Nation NE
July 10, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
বিহাৰৰ ভোটাৰ তালিকাৰ পুনৰীক্ষণক স্থগিত ৰাখিবলৈ অস্বীকাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

বিহাৰত বিধানসভা নিৰ্বাচনৰ পূৰ্বে আৰম্ভ কৰা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণক লৈ মোক্ষম আঘাত পাইছে বিৰোধী পক্ষই। ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল কোইবাটাও বিৰোধী দল। এই সন্দৰ্ভত বৃহস্পতিবাৰে সৰ্বোচ্চ ন্যায়ালয়ত চলে দীঘলীয়া শুনানি।

আবেদনকাৰী আৰু নিৰ্বাচন আযোগ উভয় পক্ষৰ যুক্তি শুনাৰ পাছত আদালতে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ ওপৰত স্থগিতাদেশ দিবলৈ অস্বীকাৰ কৰিছে।

সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ শুধাংশু ধুলিয়া আৰু ন্যায়াধীশ জয় মাল্য বাগচিৰে গঠিত বিচাৰপীঠে এই আবেদনৰ শুনানি গ্ৰহণ কৰে। আবেদনকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা গোপাল শংকৰনাৰায়ণ, জ্যেষ্ঠ অধিবক্তা কপিল ছিব্বাল আৰু অভিষেক মনু সিংঘৱীয়ে যুক্তি আগবঢ়ায়।

আবেদনকাৰী আৰু নিৰ্বাচন আয়োগে উত্থাপন কৰা যুক্তিসমূহৰ ওপৰত ঘণ্টাৰ পিছত ঘণ্টা ধৰি আদালতত বিতৰ্ক চলে আৰু তাৰ পিছত আদালতে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ ওপৰত স্থগিতাদেশ দিবলৈ অস্বীকাৰ কৰে।

ইফালে নিৰ্বাচনমুখী বিহাৰত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ (SIR)ৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিবলৈও নিৰ্বাচন আয়োগক অনুমতি প্ৰদান কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে উল্লেখ কৰিছে যে ন্যায়ৰ স্বাৰ্থত বিহাৰত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ সময়ত নিৰ্বাচন আয়োগে আধাৰ, ৰেচন কাৰ্ড আৰু ভোটাৰ পৰিচয় পত্ৰ আদিৰ দৰে নথি-পত্ৰ অন্তৰ্ভুক্ত কৰাৰ কথাও বিবেচনা কৰিব লাগে।

উভয় পক্ষৰ যুক্তি শুনি উচ্চতম ন্যায়ালয়ে কয় যে আবেদনকাৰীয়ে নির্বাচনী পঞ্জীয়ন নিয়ম, ১৯৬০ৰ উল্লেখ কৰি এই নিয়মৰ উদ্ধৃতি দি নির্বাচনী প্রক্রিয়াত কিছু ত্ৰুটি আঙুলিয়াই দিছে৷ ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে নিৰ্বাচন আয়োগৰ অধিবক্তাই কয় যে ২০০৩ চনতো ইণ্টেনছিভ ৰিভিজন কৰা হৈছিল। বৰ্তমানো সঠিকভাৱে ইয়াক সম্পন্ন কৰা হৈছে।

আবেদনকাৰীয়ে কয় যে আগন্তুক বিধানসভা নিৰ্বাচন নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব, আৰু তাৰ আগতে অধিসূচনা জাৰি কৰিব লাগিব, এনে পৰিস্থিতিত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ প্ৰক্ৰিয়া স্বচ্ছ আৰু সময়োপযোগীভাৱে কৰিব লাগে।

উচ্চতম ন্যায়ালয়ে লগতে কয়, ‘এই সন্দৰ্ভত বিস্তৃত শুনানিৰ প্ৰয়োজন। সম্প্ৰতি ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণত স্থগিতাদেশ জাৰি কৰিব নোৱাৰো। পৰৱৰ্তী শুনানি ২৮ জুলাইত হ’ব, তাৰ পূৰ্বে উভয় পক্ষই উত্তৰ প্ৰদান কৰিব লাগিব।’

ইয়াৰ উপৰি শুনানিৰ সময়ত ন্যায়ালয়ে আয়োগক প্ৰমাণ হিচাপে আধাৰ, ভোটাৰ কাৰ্ড আৰু ৰেশ্যন কাৰ্ড অন্তৰ্ভুক্ত কৰাৰো পৰামৰ্শ আগবঢ়ায়। অৱশ্যে আয়োগে উপযুক্ত উত্তৰেৰে ইয়াক অস্বীকাৰো কৰিব পাৰিব।

আনহাতে আবেদনকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা কপিল ছিব্বালে কয় যে নাগৰিকত্ব কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰে। বুথ লেভেল অফিছাৰ (BLO)ক ক্ষমতা প্ৰদান কৰা হৈছে যে কোনোবা লোক ভাৰতীয় হয়নে নহয় সেয়া তেওঁলোকে নিৰ্ধাৰণ কৰিব, নিৰ্বাচন আয়োগে এইটো নিৰ্ধাৰণ কৰিব নোৱাৰে।

এই সন্দৰ্ভত নিৰ্বাচন আয়োগক উত্তৰ প্ৰদান কৰিবলৈ এসপ্তাহৰ সময়সীমা বান্ধি দিয়ে সৰ্বোচ্চ ন্যায়ালয়ে।

Tags: BiharBihar ElectionElection Commission of IndiaSpecial Intensive RevisionSupreme Court

Related Posts

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা
Top News

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

October 22, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

October 22, 2025
ইজৰাইলে সৃষ্টি কৰিছে বিশ্বৰ আটাইতকৈ বিপজ্জনক অস্ত্ৰ! ‘এতিয়া সকলো আমেৰিকাৰ হাতত’-নেতান্যাহু
Top News

গাজাত ব্যাপক ধ্বংসলীলা, ১৫৩ টন বোমা নিক্ষেপ ইজৰাইলৰ

October 22, 2025
নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বিজেপি মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী, উপ-মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক
Top News

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ট্ৰাম্পৰ বাৰ্তালাপ, ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ সন্দৰ্ভত এক ডাঙৰ দাবী

October 22, 2025
আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

October 22, 2025
বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?
Top News

বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

October 21, 2025

শীৰ্ষ সংবাদ

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

IMF য়ে বৃদ্ধি কৰিছে বাংলাদেশৰ সমস্যা, নতুন চৰকাৰ গঠন নোহোৱালৈকে ব্যৱস্থা নাই কোনো পুঁজিৰ

গাজাত ব্যাপক ধ্বংসলীলা, ১৫৩ টন বোমা নিক্ষেপ ইজৰাইলৰ

প্ৰধানমন্ত্ৰী মোদীৰ সৈতে ট্ৰাম্পৰ বাৰ্তালাপ, ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ সন্দৰ্ভত এক ডাঙৰ দাবী

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025