• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিহাৰৰ ভোটাৰ তালিকাৰ পুনৰীক্ষণক স্থগিত ৰাখিবলৈ অস্বীকাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ

প্ৰমাণ হিচাপে আধাৰ, ভোটাৰ কাৰ্ড আৰু ৰেশ্যন কাৰ্ড অন্তৰ্ভুক্ত কৰাৰো পৰামৰ্শ ন্যায়ালয়ৰ

Nation NE by Nation NE
July 10, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
বিহাৰৰ ভোটাৰ তালিকাৰ পুনৰীক্ষণক স্থগিত ৰাখিবলৈ অস্বীকাৰ সৰ্বোচ্চ ন্যায়ালয়ৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

বিহাৰত বিধানসভা নিৰ্বাচনৰ পূৰ্বে আৰম্ভ কৰা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণক লৈ মোক্ষম আঘাত পাইছে বিৰোধী পক্ষই। ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল কোইবাটাও বিৰোধী দল। এই সন্দৰ্ভত বৃহস্পতিবাৰে সৰ্বোচ্চ ন্যায়ালয়ত চলে দীঘলীয়া শুনানি।

আবেদনকাৰী আৰু নিৰ্বাচন আযোগ উভয় পক্ষৰ যুক্তি শুনাৰ পাছত আদালতে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ ওপৰত স্থগিতাদেশ দিবলৈ অস্বীকাৰ কৰিছে।

সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ শুধাংশু ধুলিয়া আৰু ন্যায়াধীশ জয় মাল্য বাগচিৰে গঠিত বিচাৰপীঠে এই আবেদনৰ শুনানি গ্ৰহণ কৰে। আবেদনকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা গোপাল শংকৰনাৰায়ণ, জ্যেষ্ঠ অধিবক্তা কপিল ছিব্বাল আৰু অভিষেক মনু সিংঘৱীয়ে যুক্তি আগবঢ়ায়।

আবেদনকাৰী আৰু নিৰ্বাচন আয়োগে উত্থাপন কৰা যুক্তিসমূহৰ ওপৰত ঘণ্টাৰ পিছত ঘণ্টা ধৰি আদালতত বিতৰ্ক চলে আৰু তাৰ পিছত আদালতে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ ওপৰত স্থগিতাদেশ দিবলৈ অস্বীকাৰ কৰে।

ইফালে নিৰ্বাচনমুখী বিহাৰত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ (SIR)ৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিবলৈও নিৰ্বাচন আয়োগক অনুমতি প্ৰদান কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ে উল্লেখ কৰিছে যে ন্যায়ৰ স্বাৰ্থত বিহাৰত চলি থকা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ সময়ত নিৰ্বাচন আয়োগে আধাৰ, ৰেচন কাৰ্ড আৰু ভোটাৰ পৰিচয় পত্ৰ আদিৰ দৰে নথি-পত্ৰ অন্তৰ্ভুক্ত কৰাৰ কথাও বিবেচনা কৰিব লাগে।

উভয় পক্ষৰ যুক্তি শুনি উচ্চতম ন্যায়ালয়ে কয় যে আবেদনকাৰীয়ে নির্বাচনী পঞ্জীয়ন নিয়ম, ১৯৬০ৰ উল্লেখ কৰি এই নিয়মৰ উদ্ধৃতি দি নির্বাচনী প্রক্রিয়াত কিছু ত্ৰুটি আঙুলিয়াই দিছে৷ ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে নিৰ্বাচন আয়োগৰ অধিবক্তাই কয় যে ২০০৩ চনতো ইণ্টেনছিভ ৰিভিজন কৰা হৈছিল। বৰ্তমানো সঠিকভাৱে ইয়াক সম্পন্ন কৰা হৈছে।

আবেদনকাৰীয়ে কয় যে আগন্তুক বিধানসভা নিৰ্বাচন নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব, আৰু তাৰ আগতে অধিসূচনা জাৰি কৰিব লাগিব, এনে পৰিস্থিতিত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণৰ প্ৰক্ৰিয়া স্বচ্ছ আৰু সময়োপযোগীভাৱে কৰিব লাগে।

উচ্চতম ন্যায়ালয়ে লগতে কয়, ‘এই সন্দৰ্ভত বিস্তৃত শুনানিৰ প্ৰয়োজন। সম্প্ৰতি ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণত স্থগিতাদেশ জাৰি কৰিব নোৱাৰো। পৰৱৰ্তী শুনানি ২৮ জুলাইত হ’ব, তাৰ পূৰ্বে উভয় পক্ষই উত্তৰ প্ৰদান কৰিব লাগিব।’

ইয়াৰ উপৰি শুনানিৰ সময়ত ন্যায়ালয়ে আয়োগক প্ৰমাণ হিচাপে আধাৰ, ভোটাৰ কাৰ্ড আৰু ৰেশ্যন কাৰ্ড অন্তৰ্ভুক্ত কৰাৰো পৰামৰ্শ আগবঢ়ায়। অৱশ্যে আয়োগে উপযুক্ত উত্তৰেৰে ইয়াক অস্বীকাৰো কৰিব পাৰিব।

আনহাতে আবেদনকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা কপিল ছিব্বালে কয় যে নাগৰিকত্ব কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰে। বুথ লেভেল অফিছাৰ (BLO)ক ক্ষমতা প্ৰদান কৰা হৈছে যে কোনোবা লোক ভাৰতীয় হয়নে নহয় সেয়া তেওঁলোকে নিৰ্ধাৰণ কৰিব, নিৰ্বাচন আয়োগে এইটো নিৰ্ধাৰণ কৰিব নোৱাৰে।

এই সন্দৰ্ভত নিৰ্বাচন আয়োগক উত্তৰ প্ৰদান কৰিবলৈ এসপ্তাহৰ সময়সীমা বান্ধি দিয়ে সৰ্বোচ্চ ন্যায়ালয়ে।

Tags: BiharBihar ElectionElection Commission of IndiaSpecial Intensive RevisionSupreme Court

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া
Top News

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025