• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 7, 2025
19 °c
Guwahati
19 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

    সাজু বুলড’জাৰ, বেদখলকাৰীৰ ঘৰে ঘৰে বৃহৎ আৰক্ষীৰ দল

    সাজু প্ৰশাসনৰ বুলড’জাৰ, উচ্ছেদস্থলীত মোতায়েন শ শ আৰক্ষী

    আপোনাৰ আজিৰ দিনটো কেনে যাব: কি কয় ৰাশিচক্ৰই

    প্ৰতিবাদ কৰি বিপদত ১০৮ৰ কৰ্মচাৰী, জাননী নিদিয়াকৈ চাকৰিৰ পৰা অব্যাহতি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    অমানৱীয়! কিশোৰীৰ সৈতে কু-কাণ্ড কৰি গ্ৰেপ্তাৰ কমলাকান্ত ৰায়

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কানাড়া অভিনেতাক জামিন মঞ্জুৰ কৰাক লৈ অসন্তুষ্ট সৰ্বোচ্চ ন্যায়ালয়

Nation NE by Nation NE
July 24, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
কানাড়া অভিনেতাক জামিন মঞ্জুৰ কৰাক লৈ অসন্তুষ্ট সৰ্বোচ্চ ন্যায়ালয়
Share on FacebookShare on TwitterWhatsApp

ৰেণুকাস্বামী হত্যাকাণ্ডৰ গোচৰত কানাড়া অভিনেতা দৰ্শন আৰু আন কেইজন অভিযুক্তক কৰ্ণাটক উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাৰ ধৰণক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ে অভিযুক্তক জামিন প্ৰদানৰ পদ্ধতিক লৈও প্ৰশ্ন উত্থাপন কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে।

উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাইছে কৰ্ণাটক চৰকাৰে। দৰ্শনৰ উপৰি তেওঁৰ বন্ধু পবিত্ৰ গৌড়াও এই গোচৰৰ মূল অভিযুক্ত।

ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদন অনুসৰি যোৱা বছৰৰ জুন মাহত ৰেনুকাস্বামীক অপহৰণ, নিৰ্যাতন আৰু তাৰ পিছত হত্যাৰ অভিযোগত অভিনেতা দৰ্শনক গ্ৰেপ্তাৰ কৰা হৈছিল।

বৃহস্পতিবাৰে সমগ্ৰ গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে এই ৰায় সংৰক্ষিত কৰি ৰাখিছে। ইয়াৰ আগৰবাৰৰ শুনানিত আদালতে উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন কৰিছিল।

আজি শুনানি গ্ৰহণ কৰি ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ আৰ মহাদেৱনৰ বিচাৰপীঠে উচ্চ ন্যায়ালয়ৰ দৰে ভুল নকৰে বুলি উল্লেখ কৰি কয়, ‘প্ৰথমে আমি তদন্ত কৰিম আৰু তাৰ পিছত ৰায় ঘোষণা কৰিম।’

উচ্চতম ন্যায়ালয়ে মূল অভিযুক্ত পবিত্ৰ গৌড়াৰ অধিবক্তাক কয়, ‘আমি দোষী সাব্যস্ত বা দোষমুক্ত হোৱাৰ সন্দৰ্ভত কোনো ৰায় দিয়া নাই।’ আদালতে লগতে কয়, ‘উচ্চ ন্যায়ালয়ে যি ধৰণে ৰায় দিলে… অতি দুখজনক। উচ্চ ন্যায়ালয়ে আন গোচৰতো এনেদৰে ৰায় দিয়ে নেকি?’

উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কয় যে ই ন্যায়িক ক্ষমতাৰ বিকৃত ব্যৱহাৰ যেন লাগে। ট্ৰায়েল ক’ৰ্টে এই ভুল কৰিলে মানি ল’ব পাৰি, কিন্তু উচ্চ ন্যায়ালয়ৰ পৰা এনে কথা আশা কৰা নহয়।

সাক্ষীৰ বক্তব্য বাতিল কৰা সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে উচ্চতম ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ে বাতিল কৰিছিল কিৰণ আৰু পুনীতৰ বক্তব্য। আদালতে কয় যে উচ্চ ন্যায়ালয়ে তেওঁলোকৰ বক্তব্যক বিশ্বাস কৰিব নোৱাৰি বুলি কেনেকৈ ধৰি লৈছিল।

Tags: DarshanKannada ActorKarnataka High CourtSupreme Court

Related Posts

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…
Top News

December 7, 2025
ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….
Top News

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

December 7, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

December 6, 2025
মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ
Top News

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

December 5, 2025
ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

শীৰ্ষ সংবাদ

পুটিনৰ ভাৰত ভ্ৰমণৰ সময়তে পাকিস্তানৰ ঘৃণনীয় কাণ্ড! চীনৰ এই কাৰ্যক মুকলিকৈ সমৰ্থন…

ক্লাৱত নৃত্য চলি থকাৰ মাজতে লাগিল হাহাকাৰ, পোহৰলৈ আহিছে গোৱা NIGHT CLUB ৰ ভিডিঅ’….

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

মুছলমানৰ শিক্ষানুষ্ঠানত চলিব বুলড’জাৰ, বৈধ নথি পত্ৰ দাখিলৰ নিৰ্দেশ প্ৰশাসনৰ

ধাৰ্মিক চোৰৰ কাণ্ড! গীতাৰ মাজত থৈ গ’ল টকা

ED ৰ ডাঙৰ এক্সন, বিকানেৰৰ এডুকেশ্যনেল ট্ৰাষ্টৰ প্ৰাক্তন সভাপতিক গ্ৰেপ্তাৰ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025