• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কানাড়া অভিনেতাক জামিন মঞ্জুৰ কৰাক লৈ অসন্তুষ্ট সৰ্বোচ্চ ন্যায়ালয়

Nation NE by Nation NE
July 24, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
কানাড়া অভিনেতাক জামিন মঞ্জুৰ কৰাক লৈ অসন্তুষ্ট সৰ্বোচ্চ ন্যায়ালয়
Share on FacebookShare on TwitterWhatsApp

ৰেণুকাস্বামী হত্যাকাণ্ডৰ গোচৰত কানাড়া অভিনেতা দৰ্শন আৰু আন কেইজন অভিযুক্তক কৰ্ণাটক উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাৰ ধৰণক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ে অভিযুক্তক জামিন প্ৰদানৰ পদ্ধতিক লৈও প্ৰশ্ন উত্থাপন কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে।

উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাইছে কৰ্ণাটক চৰকাৰে। দৰ্শনৰ উপৰি তেওঁৰ বন্ধু পবিত্ৰ গৌড়াও এই গোচৰৰ মূল অভিযুক্ত।

ইণ্ডিয়া টুডেৰ এক প্ৰতিবেদন অনুসৰি যোৱা বছৰৰ জুন মাহত ৰেনুকাস্বামীক অপহৰণ, নিৰ্যাতন আৰু তাৰ পিছত হত্যাৰ অভিযোগত অভিনেতা দৰ্শনক গ্ৰেপ্তাৰ কৰা হৈছিল।

বৃহস্পতিবাৰে সমগ্ৰ গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে এই ৰায় সংৰক্ষিত কৰি ৰাখিছে। ইয়াৰ আগৰবাৰৰ শুনানিত আদালতে উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক লৈ প্ৰশ্ন উত্থাপন কৰিছিল।

আজি শুনানি গ্ৰহণ কৰি ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ আৰ মহাদেৱনৰ বিচাৰপীঠে উচ্চ ন্যায়ালয়ৰ দৰে ভুল নকৰে বুলি উল্লেখ কৰি কয়, ‘প্ৰথমে আমি তদন্ত কৰিম আৰু তাৰ পিছত ৰায় ঘোষণা কৰিম।’

উচ্চতম ন্যায়ালয়ে মূল অভিযুক্ত পবিত্ৰ গৌড়াৰ অধিবক্তাক কয়, ‘আমি দোষী সাব্যস্ত বা দোষমুক্ত হোৱাৰ সন্দৰ্ভত কোনো ৰায় দিয়া নাই।’ আদালতে লগতে কয়, ‘উচ্চ ন্যায়ালয়ে যি ধৰণে ৰায় দিলে… অতি দুখজনক। উচ্চ ন্যায়ালয়ে আন গোচৰতো এনেদৰে ৰায় দিয়ে নেকি?’

উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে কয় যে ই ন্যায়িক ক্ষমতাৰ বিকৃত ব্যৱহাৰ যেন লাগে। ট্ৰায়েল ক’ৰ্টে এই ভুল কৰিলে মানি ল’ব পাৰি, কিন্তু উচ্চ ন্যায়ালয়ৰ পৰা এনে কথা আশা কৰা নহয়।

সাক্ষীৰ বক্তব্য বাতিল কৰা সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰে উচ্চতম ন্যায়ালয়ে। উচ্চ ন্যায়ালয়ে বাতিল কৰিছিল কিৰণ আৰু পুনীতৰ বক্তব্য। আদালতে কয় যে উচ্চ ন্যায়ালয়ে তেওঁলোকৰ বক্তব্যক বিশ্বাস কৰিব নোৱাৰি বুলি কেনেকৈ ধৰি লৈছিল।

Tags: DarshanKannada ActorKarnataka High CourtSupreme Court

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 26, 2026
অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক,  জানক এই ১০ পাৰ্শ্বক্ৰিয়া

April 25, 2026
‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান
Top News

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

April 25, 2026
নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা
Top News

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

April 25, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025