• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Monday, January 26, 2026
20 °c
Guwahati
20 ° Tue
21 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    স্বাস্থ্য কেন্দ্ৰত ভয়ংকৰ কাণ্ড ! নাবালিকাৰ সৈতে কুকাণ্ড কৰা কমল চৌধুৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড

    ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কেজৰিৱালৰ বাসগৃহৰ বাহিৰত জাৱৰ পেলাই আটক হ’ল সাংসদ স্বাতী মালিৱাল

Nation NE by Nation NE
January 30, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
কেজৰিৱালৰ বাসগৃহৰ বাহিৰত জাৱৰ পেলাই আটক হ’ল সাংসদ স্বাতী মালিৱাল
Share on FacebookShare on TwitterWhatsApp

ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালক আটক কৰিছে দিল্লী আৰক্ষীয়ে। দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহৰ সন্মুখত স্বাতী মালিৱালে বিৰোধ প্ৰদৰ্শন কৰিবলৈ গৈ পেলাইছিল জাৱৰ। এই কাণ্ডৰ বাবেই আৰক্ষীয়ে তেওঁক আটক কৰে।

আৰক্ষীয়ে আটক কৰাৰ সময়ত স্বাতী মালিৱালে সংবাদ মাধ্যমৰ আগত কয় যে দিল্লী আজি জাৱৰৰ দমত পৰিণত হৈছে। কেজৰিৱালক আক্ৰমণ কৰি তেওঁ কয় যে মই তেওঁৰ আৰক্ষীক ভয় নকৰো।

জানিব পৰা অনুসৰি বিকাশপুৰীৰ পৰা সংগ্ৰহ কৰা জাৱৰ-জোঁথৰ কেজৰিৱালৰ ঘৰৰ বাহিৰত পেলাই দিবলৈ গৈছিল স্বাতী মালিৱাল। আন মহিলাসকলেও এই ক্ষেত্ৰত স্বাতী মালিৱালক সমৰ্থন কৰিছিল।

অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যোৱা মালিৱালে কয় যে কেজৰিৱালে দিল্লীক জাৱৰৰ ৰাজধানী কৰি তুলিছে। বিকাশপুৰীৰ পথটো চাফা কৰি সকলো জাবৰ-জোঁথৰ কেজৰিৱালৰ ঘৰত পেলাই দিয়া হ’ব।

কোনো দলৰ বিৰুদ্ধে এই প্ৰতিবাদ নহয় বুলি উল্লেখ কৰি স্বাতী মালিৱালে কয় যে আজি দিল্লীৰ অৱস্থা অতিকৈ বেয়া। দিল্লীৰ প্ৰতিটো কোণ আজি দুৰ্গন্ধময় পৰিৱেশেৰে বিৰাজ কৰিছে। ৰাস্তা-ঘাটৰ অৱস্থা শোচনীয়। কেজৰিৱাল এতিয়া সাধাৰণ জনতা হৈ থকা নাই.. তেওঁৰ দিল্লীৰ প্ৰকৃত বাস্তৱৰ কোনো ধাৰণা নাই।

উল্লেখ্য যে, অহা ৫ ফেব্ৰুৱাৰীত দিল্লীত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে অৰবিন্দ কেজৰিৱাৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা বিষয়টোৱে দিল্লীৰ ৰাজনীতিত ব্যাপক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে।

Tags: #Arvind KejriwalDelhi Assembly ElectionDelhi PoliceSwati Maliwal

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

January 26, 2026
গণৰাজ্য দিৱসত অপাৰেচন সিন্দুৰক বিশ্ববাসীৰ সন্মুখত অৱগত কৰা ভাৰতীয় সেনা বিষয়া কৰ্ণেল ছফিয়া কুৰেশ্বীলৈ সন্মান, জানক সবিশেষ

January 25, 2026
আমেৰিকাত তুষাৰপাতৰ ধুমুহাৰ বিধ্বংসী ৰূপ ধাৰণ; ব্যাপক ব্লেকআউট, ১০ হাজাৰ বিমান বাতিল

কানাডালৈ ১০০% শুল্ক আৰোপৰ ভাবুকিৰ ট্ৰাম্পৰ, পি এম কাৰ্নীয়ে মুকলি কৰিলে ভিডিঅ’

হিংসাত জৰ্জৰিত বাংলাদেশ, পুনৰ প্ৰাণ হেৰুৱালে সংখ্যালঘু যুৱকে…

২০২৬ বৰ্ষত এইসকল লোক বিভূষিত হ’ব পদ্মশ্ৰী সন্মানেৰে, জানক সম্পূৰ্ণ তালিকা…

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025