• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, May 2, 2026
21 °c
Guwahati
23 ° Sun
24 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কেজৰিৱালৰ বাসগৃহৰ বাহিৰত জাৱৰ পেলাই আটক হ’ল সাংসদ স্বাতী মালিৱাল

Nation NE by Nation NE
January 30, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
কেজৰিৱালৰ বাসগৃহৰ বাহিৰত জাৱৰ পেলাই আটক হ’ল সাংসদ স্বাতী মালিৱাল
Share on FacebookShare on TwitterWhatsApp

ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালক আটক কৰিছে দিল্লী আৰক্ষীয়ে। দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহৰ সন্মুখত স্বাতী মালিৱালে বিৰোধ প্ৰদৰ্শন কৰিবলৈ গৈ পেলাইছিল জাৱৰ। এই কাণ্ডৰ বাবেই আৰক্ষীয়ে তেওঁক আটক কৰে।

আৰক্ষীয়ে আটক কৰাৰ সময়ত স্বাতী মালিৱালে সংবাদ মাধ্যমৰ আগত কয় যে দিল্লী আজি জাৱৰৰ দমত পৰিণত হৈছে। কেজৰিৱালক আক্ৰমণ কৰি তেওঁ কয় যে মই তেওঁৰ আৰক্ষীক ভয় নকৰো।

জানিব পৰা অনুসৰি বিকাশপুৰীৰ পৰা সংগ্ৰহ কৰা জাৱৰ-জোঁথৰ কেজৰিৱালৰ ঘৰৰ বাহিৰত পেলাই দিবলৈ গৈছিল স্বাতী মালিৱাল। আন মহিলাসকলেও এই ক্ষেত্ৰত স্বাতী মালিৱালক সমৰ্থন কৰিছিল।

অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যোৱা মালিৱালে কয় যে কেজৰিৱালে দিল্লীক জাৱৰৰ ৰাজধানী কৰি তুলিছে। বিকাশপুৰীৰ পথটো চাফা কৰি সকলো জাবৰ-জোঁথৰ কেজৰিৱালৰ ঘৰত পেলাই দিয়া হ’ব।

কোনো দলৰ বিৰুদ্ধে এই প্ৰতিবাদ নহয় বুলি উল্লেখ কৰি স্বাতী মালিৱালে কয় যে আজি দিল্লীৰ অৱস্থা অতিকৈ বেয়া। দিল্লীৰ প্ৰতিটো কোণ আজি দুৰ্গন্ধময় পৰিৱেশেৰে বিৰাজ কৰিছে। ৰাস্তা-ঘাটৰ অৱস্থা শোচনীয়। কেজৰিৱাল এতিয়া সাধাৰণ জনতা হৈ থকা নাই.. তেওঁৰ দিল্লীৰ প্ৰকৃত বাস্তৱৰ কোনো ধাৰণা নাই।

উল্লেখ্য যে, অহা ৫ ফেব্ৰুৱাৰীত দিল্লীত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। নিৰ্বাচনৰ পূৰ্বে অৰবিন্দ কেজৰিৱাৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰা বিষয়টোৱে দিল্লীৰ ৰাজনীতিত ব্যাপক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে।

Tags: #Arvind KejriwalDelhi Assembly ElectionDelhi PoliceSwati Maliwal

Related Posts

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে
Top News

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

May 2, 2026
বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া
Top News

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

May 2, 2026
আমেৰিকা-ইজৰাইল যুদ্ধৰ মাজতে ভাৰতক বৃহৎ তেলৰ প্ৰস্তাৱ ইৰাণৰ; চুক্তিখন কেতিয়া চূড়ান্ত হ’ব?
Top News

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

May 2, 2026
পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ
Top News

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

May 2, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

May 2, 2026
যিমানেই শক্তি নাথাকক, ভয় নাখায় ইৰাণে; আলোচনা সফল নোহোৱাৰ পিছতেই কিয় এনেদৰে ক’লে ইৰাণৰ কৰ্তৃপক্ষই?
Top News

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

May 1, 2026

শীৰ্ষ সংবাদ

হাঁহি-ফূৰ্তিৰে বিবাহলৈ গৈ থকা বাহন দুৰ্ঘটনাগ্ৰস্ত, প্ৰাণ হেৰুৱালে ৩ জনে

বংগত ইভিএম ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক: ১০ বাৰ খোলাৰ অভিযোগত নিলম্বিত ৬ বিষয়া

হৰমুজ সংকটৰ মাজতে আমেৰিকাৰ বৃহৎ পদক্ষেপ, চীনৰ কোম্পানীক ইৰাণৰ তেল ক্ৰয় কৰাত নিষেধাজ্ঞা আৰোপ

পশ্চিম বংগৰ ১৫টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদানৰ সময়ত টিএমচি-বিজেপি কৰ্মীৰ মাজত সংঘৰ্ষ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

আমেৰিকাক দোষাৰোপ! সৰ্বোচ্চ নেতাৰ স্বাস্থ্য সম্পৰ্কীয় বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশনৰ দাবী ইৰাণৰ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025